Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

    কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা

    পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা

publisher by publisher
October 9, 2026
in International, News
Reading Time: 1 min read
0
কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?

দিনটোৰ ৰাশিফল

NobelPrizeInLiterature : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ইতিহাসত ১৯ সংখ্যক বাৰৰ বাবে এগৰাকী মহিলালৈ কবিলৈ এইবাৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হ’ল। কানাডাৰ কবি-অনুবাদক তথা প্ৰৱন্ধকাৰ এন কাৰ্ছনলৈ চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। বৃহস্পতিবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে এই কথা ঘোষণা কৰে।

ADVERTISEMENT

ছুইডিছ একাডেমীৰ স্থায়ী সচিব ইনগ্রিড কালবার্গে প্রকাশ কৰা অনুসৰি তেওঁ নিজে ফোন কৰি কাৰ্ছনক এই বিৰল কৃতিত্বৰ অধিকাৰী হোৱাৰ বিষয়ে অৱগত কৰে। সম্প্রতি কাৰ্ছন আইচলেণ্ডত আছে। এই কথা সদৰী কৰি কাৰ্লবার্গে লগতে কয়, ‘তেওঁ মোক জনালে যে তেওঁ বতাহৰ শব্দ শুনি আছে। খবৰটো পাই তেওঁ আশ্চর্যান্বিত হ’ল। এই খবৰে তেওঁক অত্যন্ত সুখী কৰিছে। এই কথা তেওঁৰ কণ্ঠত শুনিবলৈ পালো।’

কাছনলৈ বঁটা প্ৰদানৰ কথা ঘোষণা কৰি বয়েল ছুইডিছ একাডেমীয়ে কয়, ‘ধ্রুপদী পৰম্পৰাৰ স’তে কৌতুকী সংলাপ কৰা সাহসী আৰু উদ্ভাৱনীমূলক সৃষ্টিৰ ভঁৰালৰে তেওঁ সমসাময়িক সাহিত্যত নতুন ৰূপৰ সৃষ্টি কৰিছে।’

উল্লেখ্য যে ১৯৫০৩ টৰণ্টোত কাৰ্ছনৰ জন্ম হয়। প্রিন্সটন, নিউ য়ৰ্ক আৰু মন্ট্রিলৰ মেকগিল বিশ্ববিদ্যালয়সহ বহু বিশ্বৰ অগ্রণী শিক্ষানুষ্ঠানত অধ্যাপনা কৰিছে কৃতবিদ্য সাহিত্যিকগৰাকীয়ে।

১৯৮৬ত তেওঁৰ প্ৰথমখন গ্রন্থ ‘ইৰ’জ দ্য বিটাৰছুইট’ প্রকাশ পায়। তেওঁ প্রাচীন গ্রীক পৰম্পৰা আৰু আকাংক্ষাৰ অন্বেষণ কৰি সাহিত্য সমালোচনাত বৰঙণি সংযোজন কৰিছে। তেওঁৰ সবাতোকৈ বিখ্যাত গ্রন্থখন হ’ল ‘অট’বায়’গ্রাফী অৱ বেড’।

এই গ্রন্থ হ’ল বিশ্বজুৰি বহু পঠিত এখন উপন্যাস। প্রাচীন গ্রীক কবি ষ্টেচিক’ৰাছৰ কবিতাৰ দ্বাৰা অনুপ্রাণিত হৈ তেওঁ এই উপন্যাস ৰচনা কৰে। গ্ৰীক পুৰাণৰ কাহিনীত বর্ণিত হেৰাক্লেছে বধ কৰা ৰঙা ডেউকাযুক্ত দৈত্য গেৰীয়নক উপন্যাসখনত তেওঁ নরকল্পিতৰূপত স্থান দিছে।

অনুবাদকৰূপেও তেওঁ ইতিমধ্যে বিশ্বজোৰা খ্যাতি অর্জন কৰিছে।উল্লেখ্য যে কার্টুনসহ বর্তমানলৈ মুঠ ১৯গৰাকী মহিলা সাহিত্যিকে সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছে। ইয়াৰ বিপৰীতে এই বঁটা অৰ্জন কৰা পুৰুষ সাহিত্যিকৰ সংখ্যা হ’ল ১২৩জন। তদুপৰি কাৰ্ছন হৈছে টিএছ এলিয়ট বঁটা লাভ কৰা প্রথমগৰাকী মহিলা সাহিত্যিকো।

২০০১ত তেওঁ এই সন্মানীয় বঁটা লাভ কৰে। কালি তেওঁ বিশ্ব সাহিত্য জগতৰ সবাতোকৈ সন্মানীয় বঁটা লাভ কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে তেওঁলৈ বহু সতীর্থ লেখক-লেখিকাই শুভেচ্ছা জনাইছে। এইসকলৰে অন্যতম হ’ল বিখ্যাত মার্কিন লেখিকা ছুছান ছণ্টাগ।

আনহাতে, একাংশ সমালোচকৰ মতে, ভাষাৰ প্ৰতি কাৰ্ছনৰ যি মোহ সেয়া তেওঁৰ অধিকাংশ সৃষ্টিকর্মত প্রতিফলিত হৈছে। তেওঁৰ সৃষ্টিকর্মসমূহে ভাষাৰ আতি-গুৰি উদ্ধাৰত নিয়োজিত পণ্ডিতৰ হাবিয়াসকো তুলি ধৰে বুলি ছুইডিছ একাডেমীয়ে মন্তব্য কৰিছে। কাৰ্ছনৰ শেহতীয়া গ্ৰন্থ ‘বং নৰ্মা’ ২০২৪ত প্রকাশ পায়।

সম্প্রতি তেওঁ ন’বেল বঁটা লাভৰ জৰিয়তে হান কাং, লুই গ্লুক আদিৰ দৰে লেখিকাৰ তালিকাত অন্তর্ভুক্ত হ’ল। উল্লেখ্য যে ২০২৪ত কাংঙে আৰু ২০২০ত গ্লুকে সাহিত্যৰ ন’বেল বঁটা লাভ কৰে।

ভাৰতৰ স’তেও আছে সংযোগ
কৃতবিদ্য কবি-অনুবাদক এন কাৰ্ছনৰ জ্যেষ্ঠ ভ্রাতৃয়ে একালত ভাৰততো বাস কৰিছিল। ড্ৰাগছৰ ব্যৱসায়ত অভিযুক্ত হৈ তেওঁৰ ভ্ৰাতৃ মাইকেল কাৰ্ছনে দেশ ত্যাগ কৰি দুটা দশক ভাৰত আৰু ইউৰোপ ভ্ৰমণত কটায়। ২০০০ত মাইকেলৰ মৃত্যু হয়।

এনেদৰে বিদেশত সুদীর্ঘকাল কটোৱা ভ্রাতৃক সাক্ষাৎ কৰিবলৈ বিচাৰিও ব্যর্থ হয় কাৰ্ছন। মাথোঁ এবাৰৰ বাবেও বিদেশ ভ্ৰমণৰত ভ্ৰাতৃৰ মুখ তেওঁ নেদেখিলে। এই দুখে তেওঁক সর্বদা পীড়িত কৰি আহিছে। মৰমৰ ভ্ৰাতৃক লৈ কাৰ্ছনে ‘নক্স’ শীর্ষক আত্মজীৱনীমূলক এখন গ্রন্থ ৰচনা কৰে। ২০১০ত প্রকাশিত এই গ্রন্থত ভাৰতো পটভূমিৰূপে আছে। এনেদৰে কাৰ্ছনৰ স’তে ভাৰতৰ সংযোগ স্থাপন হৈছে।

ভাৰত ভ্ৰমণৰত সময়ত মাইকেলে কাশ্মীৰো ভ্ৰমণ কৰিছিল। ভাৰতত থকাৰ সময়ত তেওঁ এখন চিঠি প্ৰেৰণ কৰিছিল। এই চিঠিয়েও কাৰ্ছনৰ আত্মজীৱনীমূলক গ্রন্থখনত স্থান লাভ কৰিছে। চিঠিখন প্ৰেৰণৰ সময়ত ভ্রাতৃ কাশ্মীৰত আছিল বুলি কাৰ্ছনে ধাৰণা কৰে। গ্ৰন্থখন সন্দর্ভত তেওঁ এক সাক্ষাৎকাৰত কৈছিল, ‘এজন ভ্রাতৃ কেতিয়াও স্মৃতিৰ পৰা নোহোৱা নহয়। মই তেওঁক গোপনে অনুসৰণ কৰি আছো। তেওঁ কেতিয়াও শেষ নহয়।’ কাছনে প্ৰকাশ কৰা অনুসৰি, ড্ৰাগছৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁৰ ভ্রাতৃয়ে ১৯৭৯ত কানাডাৰ পৰা পলায়ন কৰে। ইয়াৰ পৰৱৰ্তী ২২ বছৰ তেওঁ জাল পাৰপত্ৰৰে ভাৰত আৰু ইউৰোপ ভ্রমণত কটায়। পলাতক অৱস্থাত থকাৰ সময়ত মাথোঁ কেইবাৰমানহে ভগ্নীলৈ ফোন কৰিছিল। তেওঁকো সামৰি ৰচনা কৰা কাৰ্ছনৰ এই আত্মজীৱনীমূলক গ্রন্থ হৈছে শোকমালিতা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো
Assam

দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

October 9, 2026
পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?
Assam

পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং
India

অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

October 8, 2026
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d