CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চৰকাৰী নিষেধাজ্ঞাৰ মাজতে শুকুৰবাৰে বিয়লি ‘তিৰংগা উড়াও’ কাৰ্যসূচীৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টিয়ে। চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আশংকা প্ৰকাশ কৰিছিল যে প্ৰতিবাদত বাধা দিবলৈ তেওঁক আটক কৰা হ’ব পাৰে।
ADVERTISEMENT
তথ্য অনুসৰি,ইয়াৰ মাজতে দীপকেৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছে। অৱশ্যে, যুৱ নেতাগৰাকীক আটক কৰা হৈছে নে নাই অথবা সঠিক কি কাৰণত আৰক্ষী তেওঁৰ বাসগৃহলৈ গৈছিল, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।































