Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

publisher by publisher
October 16, 2026
in India, News
Reading Time: 1 min read
0
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

DelhiSecurity :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দলৰ দুই নেতা আশুতোষ ৰাঙ্কা আৰু সৌৰভ দাসক কাৰাবন্দী কৰাৰ প্ৰতিবাদত ‘তিৰংগা উড়াও’ কাৰ্যসূচীৰ আহ্বান জনাইছে চিজেপিয়ে। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি পুনৰ দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইমানদিনে দিল্লীজুৰি নিয়োগ হৈ আছিল ২৬ হেজাৰ নিৰাপত্তাৰক্ষী। শুকুৰবাৰে ককৰোচ জনতা পাৰ্টিৰ কাৰ্যসূচীৰ বাবে অতিৰিক্ত ছয় হেজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। এনে পৰিস্থিতিত ককৰোচ পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে অভিযোগ কৰিছে যে চোৰাংচোৱা সংস্থাই তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে। তেওঁকো কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে দীপকে।

ADVERTISEMENT

ককৰোচ জনতা পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে সমগ্ৰ দিল্লী অৱৰুদ্ধ হৈ পৰিব আৰু পথৰ কাষৰ দোকানীসকলৰ ব্যৱসায়ত ব্যাপক ক্ষতি হ’ব। উৎসৱৰ বতৰত এনে পৰিস্থিতিৰ সৃষ্টি হ’লে যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব। এই যুক্তিৰে অনিল কুমাৰ গুপ্তা নামৰ এজন ব্যক্তিয়ে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।

তেওঁৰ দাবী আছিল, আদালতে ককৰোচ পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰক। কিন্তু অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে জনায় যে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে। সেয়েহে কাৰ্যসূচী বাতিল কৰা নহ’ব। অৱশ্যে, ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ পিছতেই আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। কনট প্লেছৰ চেণ্ট্ৰেল পাৰ্ক বন্ধ কৰি দিয়া হৈছে। সাধাৰণ ৰাইজক এই সমাৱেশত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে আৰক্ষীয়ে জনাইছে যে কনট প্লেছ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আইন উলংঘা কৰিলে যথাযথ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, সৰ্বাধিক ১১জন লোককহে সমদল উলিওৱাৰ অনুমতি দিয়া হ’ব। একে সময়তে অতিৰিক্ত ছয় হেজাৰ আৰক্ষী নিয়োগ কৰা হৈছে। সকলো মিলাই শুকুৰবাৰে ৰাজধানীত মুঠ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী নিয়োগ থাকিব।

এনে পৰিস্থিতিত অভিজিৎ দীপকে অভিযোগ কৰিছে যে নম্বৰপ্লেটবিহীন বাহনত আহি আইবিৰ বিষয়াসকলে তেওঁৰ ওপৰত চোৰাংচোৱাগিৰি চলাইছে। আনকি তেওঁৰ বাসগৃহতো নজৰ ৰখা হৈছে বুলি তেওঁ দাবী কৰিছে। তথাপি দীপকে হুংকাৰ দি কয় যে শুকুৰবাৰে তেওঁলোকে শান্তিপূৰ্ণভাৱে ত্ৰিৰংগা উত্তোলন কৰিব। ইয়াৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হ’লেও তেওঁলোক সাজু বুলিও জনাইছে দীপকে।

এই প্ৰতিবাদ কেৱল দিল্লীতে সীমাবদ্ধ হৈ নাথাকক বুলিও তেওঁ আহ্বান জনাইছে। যিসকলে দিল্লীলৈ গৈ প্ৰতিবাদত অংশগ্ৰহণ কৰিব নোৱাৰিব, তেওঁলোকে নিজৰ নিজৰ চহৰতো একেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d