Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

publisher by publisher
October 18, 2026
in India, News
Reading Time: 1 min read
0
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ চোৰবাগানৰ বিপৰ্যয়ৰ ঘটনাত নিশাজুৰি জেৰা চলোৱাৰ পাছত সাতজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃতসকলৰ ভিতৰত আছে চোৰবাগান সৰ্বজনীন দুৰ্গাপূজা কমিটীৰ একাধিক বিষয়ববীয়াও। ভিআইপি পাছৰ ব্যৱস্থাপনা আৰু ভিৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা লোকসকলকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃতসকলৰ ভিতৰত আছে এটা ব্যক্তিগত নিৰাপত্তা সংস্থাৰ দুজন কৰ্মচাৰীও।

ADVERTISEMENT

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃতসকলৰ ভিতৰত আছে চোৰবাগান সৰ্বজনীন দুৰ্গাপূজা কমিটীৰ সম্পাদক ৰাজকুমাৰ ছেওড়া ওৰফে ৰাজা আৰু কমিটীখনৰ সহ-সভাপতি শান্তনু ডুবে। কৌশিক সাহা নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ দায়িত্ব আছিল প্ৰতিমা দৰ্শনৰ ভিআইপি পাছ পৰীক্ষা কৰা আৰু ভিৰ নিয়ন্ত্ৰণ কৰা। ভিৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছিল পিণ্টু দে। তেওঁকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃতসকলৰ ভিতৰত আছে বিপ্লৱ মুখোপাধ্যায়।

তেওঁ পূজাৰ মণ্ডপৰ বাঁহৰ গাঁথনি নিৰ্মাণৰ কামৰ স’তে জড়িত আছিল। ইয়াৰ উপৰি ধৃতসকলৰ তালিকাত আছে সুমন চক্ৰৱৰ্তী আৰু ৰাজেশ পাল। দুয়োটা ব্যক্তিগত নিৰাপত্তা সংস্থাৰ কৰ্মচাৰী।

চোৰবাগানত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে নিশা পূজাৰ উদ্যোক্তাসকলৰ কেবাজনো লোকক আটক কৰি জেৰা আৰম্ভ কৰে আৰক্ষীয়ে। সূত্ৰ অনুসৰি, জেৰাৰ বাবে মুঠ ১৪জনক আটক কৰা হৈছিল। উদ্যোক্তাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ এজাহাৰ পঞ্জীয়ন কৰে।

অনিচ্ছাকৃতভাৱে হত্যাৰ অভিযোগত থানাত গোচৰ ৰুজু কৰা হয়। ইয়াৰ মাজতে দেওবাৰে পুৱা জানিব পৰা যায় যে পূজা কমিটীৰ একাধিক শীৰ্ষ বিষয়ববীয়াসহ সাতজনক গ্ৰেপ্তাৰ কৰা হৈছে।

শনিবাৰে নিশাই মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে স্পষ্ট কৰি দিয়ে যে দুৰ্ঘটনাৰ স’তে জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব। তেওঁ জানিবলৈ দিছিল যে ইতিমধ্যে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰা হৈছে। সেই ফুটেজত কাৰোবাৰ গাফিলতি দেখা পালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

পূজা কমিটীখনৰ যিখন পোষ্টাৰ প্ৰকাশ পাইছে, তাত দেখা গৈছে যে চোৰবাগানৰ এই পূজাৰ স’তে জড়িত হৈ আছে দেৱদীপ অধিকাৰী। তেওঁ মুখ্যমন্ত্ৰীৰ ভতিজা। জোড়াসাঁকোৰ বিজেপি বিধায়ক বিজয় ওঝা এই পূজা কমিটীৰ অধ্যক্ষ। উত্তৰ কলকাতা জিলা বিজেপিৰ সভাপতি তমোঘ্ন ঘোষো চোৰবাগানৰ এই পূজাৰ সৈতে জড়িত হৈ আছে।

তথ্য অনুসৰি,যোৱা নিশাৰ দুৰ্ঘটনাত এতিয়ালৈকে ১৯জন লোকৰ মৃত্যু হৈছে। আহত হৈছে আন ২৫জন লোক। তেওঁলোক বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। চোৰবাগানৰ বিপৰ্যয়ত আহতসকলৰ খবৰ ল’বলৈ দেওবাৰে পুৱা কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো। দুৰ্গাপূজা উপলক্ষে সেইদিনা কলকাতাত তেওঁৰ কেবাটাও কাৰ্যসূচী আছিল। উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সেই কাৰ্যসূচীসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে শ্বাহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #DainikAgrodut #Chorbagan #DurgaPuja #Kolkata #Arrest
publisher

publisher

Related Posts

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d