Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

publisher by publisher
October 18, 2026
in Assam, News
Reading Time: 1 min read
0
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

EvictionDrive :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শনিবাৰে দুর্গা পূজাৰ মহাসপ্তমীৰ দিনাই বৃহৎ নিৰাপত্তা বেষ্টনী গঢ়ি তুলি হোজাই জিলা আৰু গোলঘাট জিলাৰ বিভিন্ন বনাঞ্চলৰ পৰা প্রশাসন-বন বিভাগে চাৰি শতাধিক পৰিয়ালক উচ্ছেদ কৰি ২০৬ হেক্টৰৰো অধিক বেদখলী ভূমি উদ্ধাৰ কৰে। এই উচ্ছেদ অভিযানক লৈ বেদখলকাৰীসকলৰ হিয়াভগা কান্দোনে উচ্ছেদস্থলীত বহুতৰে চকু সেমেকাই তোলে। আনকি একাংশ উচ্ছেদিত লোকে কয়, ‘আমি ক’লৈ যাম? কি খাম? আমাৰ সকলো সম্পত্তি এফালৰ পৰা ধ্বংস কৰিলে।’

ADVERTISEMENT

উল্লেখ্য যে দুর্গা পূজাৰ আনন্দ-উৎসৱৰ মাজতে প্রশাসন-বন বিভাগে কালি হোজাই জিলাৰ উদমাৰী-বৰপানী বনাঞ্চলত দুশ হেক্টৰ ভূমিত বেদখল উচ্ছেদ অভিযান চলাই মুক্ত কৰে। শনিবাৰে পুৱা আঠ বজাৰ পৰা দুই সহস্রাধিক আৰক্ষী-চিআৰপিয়ে ঘেৰি ধৰি বন বিভাগ আৰু প্রশাসনে ৪৫ খন এক্সকেভেটৰৰে উক্ত বনাঞ্চলৰ বৰবিল ইছলামপুৰ গাঁৱৰ ৩৩৬ সংখ্যালঘু পৰিয়ালৰ ৫৬০টা পকী আৰু কেঁচা ঘৰ উচ্ছেদ কৰে। উচ্ছেদিতসকলৰ কান্দোনৰ মাজতে এই উচ্ছেদ অভিযান চলে।

প্রশাসন আৰু বন বিভাগৰ বাহিনীয়ে পাঁচটা মছজিদ, এখন মাদ্রাছা আৰু এখন বজাৰো ধ্বংস কৰে। গাঁওখনৰ চাহেৰ ব্লক, এক নম্বৰ ব্লক, পাহাৰতলী, ভাংগা দলং, পাঞ্জাখানা আদিত খেতি-বাতিও উচ্ছেদকাৰী বাহিনীয়ে নষ্ট কৰে। উল্লেখ্য যে যোৱা ১৬ আগষ্টত বন বিভাগে উচ্ছেদিতসকললৈ ভূমি এৰি যাবলৈ জাননী জাৰি কৰিছিল। শেহতীয়াকৈ বিগত দুদিনত একাংশ লোকে বেদখলীকৃত ভূমিত নিৰ্মাণ কৰা বাসগৃহ ভাঙি আন ঠাইলৈ গুচি যায় যদিও আন একাংশ আঁতৰি যোৱা নাছিল।

কালি উচ্ছেদৰ সময়ত এইসকল লোক কান্দোনত ভাঙি পৰে। লক্ষ্যণীয়ভাৱে বনাঞ্চল ভূমিত অবৈধভাবে বাস কৰা এইসকল লোকলৈ বিদ্যুৎ যোগান আৰু ৰাজ্যিক জনস্বাস্থ্য বিভাগে খোৱাপানী যোগানৰ ব্যৱস্থাও কৰিছিল। আজি উচ্ছেদ অভিযানৰ সময়তহে বিভাগৰ লোকে বিদ্যুতৰ তাঁৰ খুলি নিয়ে। গতিকে চৰকাৰী বিভাগসমূহৰ এনে হঠকাৰিতাক লৈ সম্প্রতি প্রশ্ন উত্থাপন হৈছে। তদুপৰি বনাঞ্চলৰ ভূমিত এখন অপ্রাদেশিকীকৃত বিদ্যালয়ো চলি আছিল।

বিদ্যালয়খন অপ্রাদেশিকীকৃত আছিল যদিও শিক্ষকসকলৰ পদ প্রাদেশিকীকৰণ হৈছিল বুলি সূত্রই জনায়। আনহাতে, স্থানীয় সূত্রই জনোৱা মতে, ক্রমাৎ ২০০০ৰ পৰা মৈৰাবাৰী, শিঙিমাৰী, মায়ং, কামপুৰ, নখুঁটি, ৰূপহী আদি অঞ্চলৰ একাংশ লোকে ধনচলা ইছলামপুৰলৈ আহি বনাঞ্চলৰ ভূমি বেদখল কৰি তাত বাস কৰিবলৈ লয়।

আনহাতে, উচ্ছেদিতসকলৰ একাংশই বনাঞ্চলৰ ভূমি বেদখল কৰা নাই বুলি দাবী কৰে। তেওঁলোকে কয়, ‘আমি চৰকাৰী ভূমি বেদখল কৰা নাই। আমি এজন লোকৰ পৰা ভূমি ক্ৰয় কৰি লৈছো। তেওঁ আমাক পকীঘৰ নিৰ্মাণ কৰিবলৈও দিছিল। এতিয়া আমাৰ ঘৰ ভাঙি তচনচ কৰিলে। এতিয়া আমি নিৰূপায়।’

আনহাতে, চর্চা অনুসৰি নগাঁও সংসদীয় সমষ্টিৰ সদ্যসমাপ্ত উপ-নির্বাচনত বিজেপিয়ে প্ৰচাৰ চলাই সংখ্যালঘু লোকক ভূমি পট্টা প্ৰদানৰ প্রতিশ্রুতি দিছিল। সম্প্ৰতি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ লগে লগে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ইয়াক লৈ স্বাভাবিকতে সংখ্যালঘু ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

লক্ষ্যণীয় যে উচ্ছেদ অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্রথম অৱস্থাত প্রশাসনে উচ্ছেদস্থলীত প্রবেশ কৰিবলৈ দিয়া নাছিল। অৱশ্যে পাছত প্রশাসনে সাংবাদিকক ইয়াৰ বাতৰি সংগ্ৰহ কৰিবলৈ দিয়ে।

উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰাৰ আভুৱা ভাঁৰি লাখ লাখ টকা সংগ্রহ দালালৰ

কালি উচ্ছেদিত বৰবিল ইছলামপুৰ গাঁও হৈছে হোজাই সমষ্টিৰ বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত। নগাঁৱৰ বন বিভাগে বেদখলকাৰীসকললৈ যোৱা বছৰেই উচ্ছেদৰ জাননী জাৰি কৰে। ইয়াৰ আলম লৈ একাংশ দালালে উচ্ছেদব বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ আভুৱা ভাঁৰি বেদখলকাৰী পৰিয়ালসমূহৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই দালালসকলৰ ভাষ্যক আস্থা ৰখা বেদখলকাৰীসকলে শনিবাৰে বাসগৃহৰ আচবাব পত্ৰকে ধৰি তামোল খেতি, ধান আৰু বিভিন্ন পাচলিৰ খেতিও ৰক্ষা কৰিব নোৱাৰিলে। নিতৌ নিশা বন্যহস্তীৰ জাকক ভেটা দি জীবিকা অৰ্জন কৰা এই লোকসকলে এতিয়া অন্ন-বস্ত্র-বাসস্থানৰ অভাৱত ভূগি একপ্ৰকাৰ চকুৰে সৰিয়হৰ ফুল দেখিছে।

স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে দিকবিদিক হেৰুৱাই পেলাইছে। এই ক্ষেত্রত আশ্চর্যজনক কথাটো হ’ল যে আজি উচ্ছেদ অভিযান চলা অঞ্চলসমূহত নিচেই ওচৰতে থকা বনাঞ্চলৰ ভূমি বেদখল কৰি আন সম্প্ৰদায়ৰ পাঁচ শতাধিক পৰিয়ালেও বাস কৰি আহিছে যদিও তেওঁলোকক প্রশাসনে উচ্ছেদ কৰা নাই। এই উচ্ছেদ অভিযানৰ পাছত কণ কণ ল’ৰা-ছোৱালীসহ বহুতে গছৰ তলত আশ্ৰয় লৈছে। উদমাৰী সংৰক্ষিত বনাঞ্চলত আজি চলা উচ্ছেদৰ ফলত গৃহহাৰা হোৱা ছুৰমান আলী নামৰ এজন ৭২ বছৰীয়া ব্যক্তিয়ে কয়, ‘মোৰ জন্ম এই ঠাইতে হৈছিল। কৃষি কৰ্মৰ জৰিয়তে আমাৰ ১৬ জনীয়া পৰিয়ালক পোহপাল দি থকা হৈছিল, বহু কষ্টৰে নিৰ্মাণ কৰা ঘৰটো ভাঙি পেলালে।’

একেদৰে স্থানীয় সমাজকর্মী আব্দুল গণিয়ে কয়, ‘উচ্ছেদিতসকলৰ বহু পৰিয়ালে ৬০-৭০ বছৰ ধৰি ইয়াত বাস কৰি আছিল। আজি বহু লোকৰ সপোনৰ ঘৰখন ভাঙি পেলোৱা হ’ল। চৰকাৰে উচ্ছেদিতসকলৰ বাবে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিলে সুখী হ’ম।’ শনিবাৰে প্রশাসন আৰু বন বিভাগে ডবকাৰ উদমাৰী সংৰক্ষিত বনাঞ্চলৰ উদমাৰী, পশ্চিম যমুনাগাঁও, পূব যমুনাগাঁও আৰু ঘনিয়াৰপাৰত বেদখলকাৰীৰ কবলৰ পৰা ৫২৫ বিঘা বনাঞ্চলৰ ভূমি উদ্ধাৰ কৰে। এনেদৰে কালি মুঠ ২০৬ হেক্টৰ বনাঞ্চল ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰে চৰকাৰে।

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আজমলৰ

শনিবাৰে হোজাইৰ উচ্ছেদ অভিযানক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে এআইইউডিএফৰ বিধায়ক বদরুদ্দিন আজমলে। একেদৰে মুছলিম ছাত্র সস্থা অসমে উচ্ছেদিতসকলক শীঘ্ৰে পুনৰ সংস্থাপিত কৰাৰ দাবী উত্থাপন কৰিছে। এই দাবী উত্থাপন কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা আলহাজ ইয়াহিয়া আহমেদ বৰভূঞাই কয়, ‘শীঘ্ৰে এই ভূমিহীন লোকসকলক সংস্থাপন দিয়ক। এয়া হ’ল চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য।’

কালি পুৱা সাত বজাৰ পৰা লুটুমাৰীৰ বনাঞ্চলত উচ্ছেদ

উদমাৰী-বৰপানী বনাঞ্চলত শনিবাৰে উচ্ছেদ অভিযান চলোৱাৰ পাছত প্রশাসন আৰু বন বিভাগ কচুৱাৰ লুটুমাৰী বনাঞ্চলত বেদখল উচ্ছেদ কৰিবলৈ সাজু হৈছে। কামপুৰ বনাঞ্চলিক বিষয়া চামিম আখতাৰে জনোৱা মতে আজি পুৱা সাত বজাৰ পৰা কান্দাপাৰা, চানখোলা, খেৰণি, পদুমণি, জুৰিপাৰ আৰু মাটিখোলাত বেদখল উচ্ছেদ অভিযান চলিব। এই উচ্ছেদ অভিযানত বন বিভাগ, অসম আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ দুহেজাৰ লোকক নিয়োগ কৰা হ’ব বুলি বিষয়াগৰাকীয়ে জনায়। তদুপৰি এই অভিযানত ৮০ খন এক্সকেভেটৰো ব্যৱহাৰ কৰিব উচ্ছেদকাৰীয়ে। ইয়াৰ দ্বাৰা বনাঞ্চলখনৰ ৫৬০টা বেদখলকাৰী পৰিয়ালৰ ১৪০০ কেঁচা আৰু পকীঘৰ উচ্ছেদ কৰি মুঠ ৩১৪ হেক্টৰ মোকলোৱাৰ লক্ষ্য লোৱা হৈছে বুলি আখতাৰে জনায়।

নামবৰ-নেঘেৰিবিলত ৭১ পৰিয়ালক উচ্ছেদ

প্রশাসন-বন বিভাগে শনিবাৰে অসম-নগালেণ্ড সীমান্তৰ দক্ষিণ নামবৰ বনাঞ্চল আৰু নেঘেৰিবিলৰ পৰা ৭১ বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰে। ইয়াৰে ১২ টা পৰিয়াল হৈছে উৰিয়ামঘাটৰ তিনি নম্বৰ ৰজাপুখুৰী আৰু গেলাজান অঞ্চলৰ। এই অঞ্চলত বেদখলকাৰীক উচ্চেদ কৰি চৰকাৰে কমেও দুই হেক্টৰ ভূমি উদ্ধাৰ কৰে। কটকটীয়া নিৰাপত্তাৰ মাজত কালি পুৱা আঠ বজাৰ পৰা এই উচ্ছেদ অভিযান চলে। আনহাতে, মেৰাপানীৰ দুই নম্বৰ নেঘেৰিবিলৰ পৰা প্রশাসনে কালি ৫৯টা বেদখলকাৰী পৰিয়ালৰ বাসগৃহ বুলড’জাৰেৰে উচ্ছেদ কৰে। ইয়াৰ জৰিয়তে চৰকাৰে কমেও দুহেজাৰ বিঘা বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে। লক্ষ্যণীয়ভাবে দক্ষিণ নামবৰৰ একাংশ উচ্ছেদিত দাবী কৰে যে তেওঁলোকে নগা লোকৰ পৰা ভূমি ক্ৰয় কৰি তাত বাস কৰি আছিল। কালি উচ্ছেদৰ সময়ত নগা লোকো উচ্ছেদস্থলীত উপস্থিত থকাত ইয়াক লৈ উচ্ছেদিতসকলৰ স’তে তর্কাতর্কিত লিপ্ত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Hojai #Golaghat #EvictionDrive #ForestLand #Eviction #AssamGovernment #Displacement #HumanRights #Rehabilitation #BadruddinAjmal #AIUDF #AssamPolice #ForestDepartment #DainikAgradoot
publisher

publisher

Related Posts

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d