Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    ১০ হেজাৰ টকা দৰমহা পোৱা যুৱকে বেংক একাউণ্টত পালে ১০ হেজাৰ কোটি!

    আমেৰিকাৰ ভার্জিনিয়াৰ ৩০ একৰ ভূমি বেদখলকাৰীৰ পৰা ঘূৰাই পালে মহাত্মা গান্ধীৰ আত্মীয়ই

    জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

    পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ

    পানীৰ দৰে ধন ব্যয়ঃ ৰাজকোষত বৃহৎ ঘাটিক লৈ মূৰে-কপালে হাত কেন্দ্ৰৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১০ হেজাৰ টকা দৰমহা পোৱা যুৱকে বেংক একাউণ্টত পালে ১০ হেজাৰ কোটি!

publisher by publisher
November 1, 2026
in India, News, Uncategorized
Reading Time: 1 min read
0
১০ হেজাৰ টকা দৰমহা পোৱা যুৱকে বেংক একাউণ্টত পালে ১০ হেজাৰ কোটি!
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

BankingError : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যুৱকজনৰ মাহিলি দৰমহা ১০ হেজাৰ টকা। কোটি টকাটো বাদেই লাখ টকাৰে সপোন তেওঁ দেখি পোৱা নাই। শেহতীয়াভাৱে তেওঁ এই নিজৰ বেংক একাউণ্টত ১০ হেজাৰ কোটি টকা উদ্ধাৰ কৰে। স্বাভাৱিকতে ঘটনাটোৱে যুৱকজনক হতভম্ব কৰে।

ADVERTISEMENT

সম্প্রতি ২২ বছৰীয়া সমীৰ খান নামৰ এই যুৱকজন ছিকৰৰ এটা ঔষধ ভঁৰালৰ কৰ্মচাৰী। তেওঁৰ দৰমহা মাহিলি ১০ হেজাৰ টকা। তেওঁৰ বেংক একউণ্টত ৫৫ হেজাৰ টকা জমা আছিল।

কিছুদিন পূর্বে তেওঁ এদিন বেংক একাউণ্ট পৰীক্ষা কৰি অবিশ্বাস্য ধৰণে ১০ হেজাৰ কোটি টকা প্রত্যক্ষ কৰে। অৱশ্যে এই ধন উলিয়াব নোৱাৰা কৰি ৰাখিছিল। কাৰণ ভুলবশতহে সমীৰৰ একাউণ্টলৈ এই বিপুল অংকৰ ধন হস্তান্তৰ হৈছিল।

বেংক কর্তৃপক্ষই একাউন্টটোৰ পৰা ধন উলিয়াব নোৱৰা কৰাত সমীৰে নিজৰ কষ্টোপার্জিত ৫৫ হেজাৰ টকাৰ অংশও উলিয়াব নোৱৰা হয়।

আনকি তেওঁ একাউণ্টত থকা ধনৰে ম’বাইল ফোন বিছাৰ্জো কৰিব নোৱৰা হয়। ইয়াৰ কিছুদিন পাছত তেওঁ দেখিবলৈ পায় যে সেই ১০ হেজাৰ কোটি টকাৰ লগতে তেওঁ নিজে একাউণ্টত জমা কৰা ৫৫ হেজাৰ টকাও নোহোৱা হয়।

অৱশ্যে পাছত বেংক কর্তৃপক্ষই এই ৫৫ হেজাৰ টকা সমীৰক ওভতাই দিয়ে। ইতিমধ্যে ঘটনা সম্পর্কত সমীৰ আৰক্ষীৰ দ্বাৰস্থ হৈছে। ঘটনাটোৰ বিষয়ে সমীৰে তেওঁৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ ধীৰাজ শৰ্মাক অৱগত কৰে। সেই মর্মে শৰ্মাই সমীৰৰ স’তে ছিকৰৰ চাইবাৰ আৰক্ষী থানাৰ দ্বাৰস্থ হয়।

আৰক্ষীয়ে তেওঁলোকক ঘটনাৰ বিষয়ে প্রত্যক্ষভাৱে বেংকৰ স’তে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে। আৰক্ষীৰ পৰামৰ্শ মর্মে সমীৰে বেংক কর্তৃপক্ষক যোগাযোগ কৰে। সেই মর্মে বেংক কর্তৃপক্ষই তেওঁৰ ৫৫ হেজাৰ টকা ওভতাই দিয়ে। অৱশ্যে এই টকা কি উৎসৰ পৰা হস্তান্তৰ হৈছিল সেয়া পোহৰলৈ অহা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #BankingError #BankAccount #₹10000Crore #Rajasthan #Sikar #SameerKhan #CyberCrime #BankingNews #UnexpectedMoney #FinancialNews #IndiaNews #CyberPolice #BankingSystem #ViralNews #DainikAgradoot
publisher

publisher

Related Posts

দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে
Entertainment

দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

November 1, 2026
আমেৰিকাৰ ভার্জিনিয়াৰ ৩০ একৰ ভূমি বেদখলকাৰীৰ পৰা ঘূৰাই পালে মহাত্মা গান্ধীৰ আত্মীয়ই
India

আমেৰিকাৰ ভার্জিনিয়াৰ ৩০ একৰ ভূমি বেদখলকাৰীৰ পৰা ঘূৰাই পালে মহাত্মা গান্ধীৰ আত্মীয়ই

November 1, 2026
জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য
Assam

জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

November 1, 2026
পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ
India

পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ

November 1, 2026
পানীৰ দৰে ধন ব্যয়ঃ ৰাজকোষত বৃহৎ ঘাটিক লৈ মূৰে-কপালে হাত কেন্দ্ৰৰ
India

পানীৰ দৰে ধন ব্যয়ঃ ৰাজকোষত বৃহৎ ঘাটিক লৈ মূৰে-কপালে হাত কেন্দ্ৰৰ

November 1, 2026
শীতৰ আগমনৰ লগে লগে প্ৰদূষণৰ ভয়াৱহতা !
India

শীতৰ আগমনৰ লগে লগে প্ৰদূষণৰ ভয়াৱহতা !

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d