ADVERTISEMENT

Tag: AASU

Patima Baruah Pande Award: লোক-সংস্কৃতিৰ সাধক একলব্য গামকপ্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আছুৰ

Patima Baruah Pande Award  : সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে শিল্পীগৰাকীৰ মৃত্যুৰ ...

Read more

Ex AASU President Dipanka Nath Marriage : ড:ৰূপা হাজৰিকাৰ পাণিগ্ৰহণ কৰিলে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে

Ex AASU President Dipanka Nath Marriage : অৱশেষত যুগ্মজীৱন আৰম্ভ হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি দীপাংক নাথৰ ...

Read more

AASU : আছু সাংগঠনিকভাৱে দুৰ্বল হৈছে নেকি

AASU : প্ৰাসংগিকতা শক্তিশালী হৈ থাকিলেও সাংগঠনিক দুর্বলতাই জৰ্জৰিত কৰিছে ৰাজ্যৰ অৰাজনৈতিক সর্ববৃহৎ ছাত্র সংগঠন সদৌ অসম ছাত্ৰ সন্থা (আছু)ক। ...

Read more

ৰাজনৈতিক বিবাদৰ বলি ! ‘চন্দ্রমোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ’, নলবাৰী আছু

নলবাৰী জিলাখনৰ এটা পিছপৰা অঞ্চল । লখোপূৰ-চৰাবৰী অঞ্চল । বুঢ়াদিয়া নদীৰ পাৰৰ নলবাৰী-বৰপেটাৰ সীমামূৰীয়া এই অঞ্চলটোৰ জীৱিকা বুলিবলৈ কৃষিয়েই প্ৰধান ...

Read more
AASU : ৰাজ্যৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱাবিদ্যুতৰ অস্বাভাৱিক মাছুল বৃদ্ধি, হ্ৰাস কৰিবলৈ দাবী আছুৰঃ পৰিচালন সঞ্চালকক সাক্ষাৎ ছাত্ৰ সন্থাৰ

“অসমীয়া লিখাসকল গাদ্দাৰ”-প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বক্তব্যত গৰজিল জাতীয় সংগঠন ২৪ ঘন্টাত গ্ৰেপ্তাৰৰ দাবী আছু-যুৱ ছাত্ৰৰ

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ কাৰ্যসূচীত অংশ লৈ অসম বিদ্বেষী মন্তব্য কৰা প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল ...

Read more

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত খাদ্যৰ নামত পুখুৰীৰ পানী খোৱাৰ অভিযোগ

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যায়লত খাদ্যৰ নামত ছাত্ৰ-ছাত্ৰীক খোৱাইছে লেতেৰা পানী । খাদ্যত ওলাইছে মাখি, জোক, কেৰেলুৱা । বৰবিহৰূপী খাদ্য খোৱাৰ অভিযোগ ...

Read more

মটেৰঝাৰত আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

ৰাইজক মাধমাৰ শোধাইছে মূল্যবৃদ্ধিয়ে । তাৰেই পৰিপ্ৰেক্ষিতত আজি গোলকগঞ্জত ধুবুৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত মটেৰঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ...

Read more

শালবাৰীৰ গাতিত মূল্যবৃদ্ধিক লৈ ছাত্র সন্থাৰ প্ৰতিবাদ

বাগসা জিলাৰ শালবাৰীৰ চমুৱাগাতিত আজি গাতি আঞ্চলিক ছাত্র সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ইন্ধনসহ নিত্য ব্যৱহাৰ্য্য সামগ্রীৰ মূল্যবৃদ্ধিৰ ...

Read more

অসম চৰকাৰ সম্পূৰ্ণ বিফল হৈছে : আমছুৰ সভাপতি ৰেজাউল কৰিম

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আজি চিৰাং জিলা সদৰ কাজলগাঁৱত এনআৰচিৰ ৰিভেৰিফিকেচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ...

Read more
Page 2 of 7 1 2 3 7