Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AASU:প্রসঙ্গ: ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন

সাংবিধানিক ৰক্ষা কৱচ: ১৬ ফেব্ৰুৱাৰীত আছুক আলোচনালৈ আমন্ত্রণ মুখ্যমন্ত্ৰীৰ

publisher by publisher
February 14, 2025
in Assam, India, News
Reading Time: 2 mins read
0
AASU:প্রসঙ্গ: ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

AASU:

অসম চুক্তিৰ ৬ নং দফা অনুসৰি সাংবিধানিক বক্ষা কৱচ সম্পর্কত কেন্দ্রীয় চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কার্যকৰীকৰণৰ বিষয়ে আলোচনা কৰিবলৈ সদৌ অসম ছাত্র সস্থাক অসমৰ মুখ্যমন্ত্রীয়ে আমন্ত্রণ জনাইছে।

ADVERTISEMENT

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১৬ ফেব্রুৱাৰীত দিনৰ ১.০০ বজাত দিশপুৰস্থ লোক সেৱা ভৱনৰ আলোচনা কক্ষত হ’বলগীয়া এই আলোচনাৰ বাবে সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড:সমুজ্জ্বল ভট্টাচার্যলৈ আনুষ্ঠানিক আমন্ত্রণ পত্র প্রেৰণ কৰিছে।

উল্লেখযোগ্য যে- ইয়াৰ পূর্বে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সদৌ অসম ছাত্র সন্থাৰ সৈতে হোৱা আলোচনাত অসম চৰকাৰে কৈছিল যে ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা সমিতিৰ প্রতিবেদনত অসম চৰকাৰৰ আওতাৰ ৪০ টা বিষয় অসম চৰকাৰে ২০২৫ চনৰ এপ্রিল মাহৰ ভিতৰত কার্যকৰী কৰিব। প্রতিবেদনৰ উভয় চৰকাৰৰ অধীনত থকা ১২ টা বিষয়ৰ অসম চৰকাৰৰ আওতাৰ বিষয়সমূহ একে সময়তে কার্যকৰী কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ পৰা ১৫ টা বিষয় কার্যকৰীকৰণৰ বাবে পদক্ষেপ ল’বলৈ অসম চৰকাৰে কেন্দ্রীয় চৰকাৰক অনুৰোধ কৰিব। বিষয়টোৰ সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব।

আলোচনাত কোৱা হৈছিল যে অসম চৰকাৰৰ আওতাত পৰা বিষয় সমূহ কার্যকৰী কৰাৰ বাবে এখন কর্মসূচী (Action Plan) অসম চৰকাৰে প্ৰস্তুত কৰি ছাত্র সস্থাক অবগত কৰিব, ছাত্র সন্থাৰ মত ল’ব। এই আলোচনাৰ আধাৰত ১৬ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্রীব অধ্যক্ষতাত সদৌ অসম ছাত্র সন্থাৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব।

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা বিবৃতিত কয় অসম চুক্তিব ৬ নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কবচ সম্পর্কত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা সমিতিৰ প্রতিবেদনৰ সকলো পৰামর্শ কার্যকৰী হ’ব লাগিব। কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰৰ আওতাত পৰা সকলো পৰামৰ্শ উভয় চৰকাৰে কার্যকৰী কৰিব লাগিব। সাংবিধানিক ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্রাপ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUAssam GovtBiplab Sharma CommissionJanata BhawanJoint MEETING
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d