Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhupen Hazarika Death Anniversary Celebration :সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী

ৰাজ্যজুৰি স্মৰণ ভাৰত ৰত্ন ভূপেন হাজৰিকাক

samimsultana by samimsultana
November 5, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Bhupen Hazarika Death Anniversary Celebration :সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

Bhupen Hazarika Death Anniversary Celebration :

ভাৰত ৰত্ন সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী। ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল অসমীয়া জাতিৰ হিয়াৰ আমঠু ড:ভূপেন হাজৰিকাৰ ৷ ন ন কালজৰি গীতেৰে সমৃদ্ধ কৰি যোৱা সুধাকণ্ঠ গৰাকীক আজি ৰাজ্যজুৰি সোঁৱৰণ কৰিছে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছে বৰ্ণাঢ্য অনুষ্ঠানৰ। ৰজাঘৰ – প্ৰজাঘৰ সকলোৰে শিল্পী গৰাকীলৈ যাছিছে শ্ৰদ্ধাঞ্জলী ৷

ADVERTISEMENT

আনহাতে ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জালুকবাৰীৰ সমাধীস্থলীত পুৱাৰে পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰাজ্য বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ মন্ত্ৰী গৰাকীয়ে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ বেদীৰ মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷

একেদৰে সদৌ অসম ছাত্ৰ সন্থাই বিগতবৰ্ষ সমূহৰ দৰে আজি সুধাকণ্ঠ ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকীত দীঘলীপুখুৰীৰ পাৰত থকা ড:ভূপেন হাজৰিকাৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়৷ ভাৰত ৰত্ন গৰাকীৰ কালজৰী গীত- মাতেৰে মুখৰিত কৰি তোলে দীঘলীপুখুৰী পাৰ ৷ অনুষ্ঠানত অংশ লয় আছুৰ মুখ্য উপদেষ্টা ড:সমজ্জুল ভট্টাচাৰ্য সহ আছুৰ নেতৃবৰ্গ ৷
৷ আজি সন্ধিয়া দীঘলীপুখুৰীৰ প্ৰতিমূৰ্ত্তি স্থলীত ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰিব আছুয়ে

আনহাতে মহানগৰীৰ চচলত ড: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সুধাকণ্ঠ গৰাকীলৈ গভীৰ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰে ৷

ইপিনে,ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ল’ৰালি কালৰ অধিক সময় পাৰ কৰা সাংস্কৃতিক নগৰি তেজপুৰত তেজপুৰীয়া ৰাইজে যাছিলে শিল্পী গৰাকীলৈ সশ্ৰদ্ধা প্ৰণাম ৷ ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী দিনটোত তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত নৃত্য পটিয়সী দীপাই সুধাকণ্ঠৰ কালজৰি গীতত নৃত্যৰ জৰিয়তে শ্ৰদ্ধা জনাই ভাৰতৰত্ন গৰাকীলৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUAssam GovtBhupen Hazarika Death Anniversary Celebrationcultural DeptJalukbari Samadhi Khetra
samimsultana

samimsultana

Related Posts

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d