Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Biplab Sharma Commission report released:অসমীয়াৰ বাবে ৮০ শতাংশ আসনৰ প্ৰস্তাৱ

বহুচৰ্চিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰকাশ, ১৯৫১ৰ পহিলা জানুৱাৰী অথবা ইয়াৰ পূৰ্বে অসমত বসবাস কৰা সকলেই খিলঞ্জীয়া- অসমীয়া মানুহক আখ্যা দিলে, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তনৰো পৰামৰ্শ

samimsultana by samimsultana
September 27, 2024
in Uncategorized
Reading Time: 2 mins read
0
Biplab Sharma Commission report released:অসমীয়াৰ বাবে ৮০ শতাংশ আসনৰ প্ৰস্তাৱ
5
SHARES
54
VIEWS
ShareShareShareShare

biplab sarma Committee Report Pdf

ADVERTISEMENT

Biplab Sharma Commission report released:

অৱশেষত ৰাজহুৱা হ’ল অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত ভাৰত চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগৰ প্ৰতিবেদন। এই আয়োগ গঠনৰ সময়ৰ পৰাই ৰাজ্যজুৰি ইয়াকে লৈ চৰ্চা আৰু উৎসুকতা আৰম্ভ হয়। ২০২২ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শর্মাই ৰাজ্য চৰকাৰক প্রতিবেদন দাখিল কৰাৰ পাছত উৎসুকতা অধিক বৃদ্ধি পায় যদিও দুবছৰ পাছতহে শুক্ৰবাৰে এই প্রতিবেদন অসম চৰকাৰে ৱেবছাইটযোগে প্রকাশ কৰে।

RelatedPosts

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

অসমীয়া মানুহৰ অধিকাৰ তথা স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে সংসদে লোকসভাত অসমৰ বাবে আৱণ্টন কৰিবলগীয়া আসন সংৰক্ষণ কৰিব লাগে, যিসমূহ পূৰণ কৰিব পাৰিব কেৱল অসমীয়া মানুহে। লগতে সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিব লাগে, য’ৰ পৰা অসমৰ লোকসভা সমষ্টিসমূহৰ নিৰ্বাচনত কেৱল অসমীয়া প্রার্থীয়েহে প্রতিদ্বন্দ্বিতা কৰিব পাৰিব। একেদৰে সংসদে অসম বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে যিসমূহ আসন প্ৰতিদ্বন্দ্বিতা কৰি পূৰণ কৰিব কেৱল অসমীয়া মানুহে। বিধানসভা সমষ্টিসমূহৰ পুনৰ সীমা নির্ধাৰণ কৰিব লাগে, য’ৰ পৰা অসমৰ বিধানসভা নির্বাচনত কেৱল অসমীয়া মানুহেহে প্রতিদ্বন্দ্বিতা কৰিব পাৰিব।

একেদৰে অসমৰ গাঁও পঞ্চায়ত, পৌৰসভা আৰু অন্যান্য স্থানীয় নিকায়-নিগমত সংৰক্ষিত আসনৰ সংখ্যা নির্ণয় কৰিব লাগে অসম বিধানসভাই, যিসমূহ অসমীয়াইহে পূৰণ কৰিব পাৰিব। কেৱল অসমীয়া প্রার্থীয়ে এনে গাঁও পঞ্চায়ত, পৌৰসভা আৰু স্থানীয় নিকায়-নিগমৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰিব। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাৰ নেতৃত্বৰ আয়োগে দাখিল কৰা প্রতিবেদনে সাংবিধানিক ৰক্ষা কবচৰ জৰিয়তে অসমীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে এইদৰে একাধিক পৰামর্শ আগবঢ়ায়। আজি ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত ৰাজহুৱা কৰা প্ৰতিবেদনত সাংবিধানিক ৰক্ষা কবচৰ বিষয়টোত লগতে উল্লেখ কৰে যে ভাৰতৰ সংবিধানৰ ১৬ অনুচ্ছেদ (৩)ৰ অধীনত সংসদে এখন আইন প্রস্তুত কৰিব লাগে, য’ত ৰাজ্য চৰকাৰ অথবা অসমৰ যিকোনো স্থানীয় অথবা অন্যান্য প্ৰাধিকৰণৰ ৮০ শতাংশ খালী পদ কেৱল অসমীয়া মানুহৰ দ্বাৰা পূৰণৰ ব্যৱস্থা থাকিব।

একেদৰে ৰাজ্য বিধানসভাই আইন গৃহীত কৰিব লাগে, য’ত অসম চৰকাৰৰ অধীনত অথবা অসমৰ যিকোনো স্থানীয় আৰু অন্যান্য প্ৰাধিকৰণত সকলো ধৰণৰ নিযুক্তিৰ বাবে অসমীয়া অথবা অন্যান্য খিলঞ্জীয়া ভাষাৰ জ্ঞান বাধ্যতামূলক হয়। একে সময়তে প্রতিবেদনত কোৱা হৈছে যে অসমত চৰকাৰী কাম-কাজৰ বাবে অসমীয়া ভাষা ব্যৱহাৰ হ’ব লাগে। তদুপৰি বিটিএডি আৰু কার্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ২০২২ৰ সংবিধান সংশোধনীৰ পূৰ্বে ব্যৱহাৰ হৈ থকা ভাষা জিলা পর্যায়কে ধৰি প্ৰশাসনিক আৰু অন্যান্য চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰিব পাৰিব।

প্রতিবেদনত অসম বিধান পৰিষদ গঠনৰ ক্ষেত্ৰত কোৱা হৈছে যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৬৮ (১) (ক)ত অসম শব্দটো অন্ধ্রপ্রদেশ আৰু বিহাৰৰ মাজত সংযোজন কৰিব লাগিব। অসম বিধান পৰিষদৰ সদস্যৰ সংখ্যা ৰাজ্যৰ বিধানসভাৰ মুঠ সদস্যৰ কোনো কাৰণতে অর্ধেকতকৈ কম হ’ব নালাগে। প্রতিবেদনত এই অসম বিধান পৰিষদৰ গাঁথনি কেনেদৰে হ’ব, সেই বিষয়েও উল্লেখ কৰা হৈছে।

আনহাতে, সংবিধানৰ অনুচ্ছেদ ৩৩০ (১) (গ)ত নিৰ্ধাৰিত আসন সংৰক্ষণৰ অতিৰিক্ত আসন অসমীয়া মানুহৰ বাবে এই অনুচ্ছেদত সংজ্ঞায়িত কৰা অনুসৰি অসমৰ বাবে আবণ্টিত লোকসভা আসনৰ পৰা অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ অনুষ্ঠান-প্রতিষ্ঠানত নিযুক্তিৰ ক্ষেত্ৰত সংসদে এখন আইন প্ৰস্তুত কৰিব লাগে, যাৰ জৰিয়তে অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ খালী পদৰ ৮০ শতাংশই অসমীয়া মানুহৰ বাবে সংৰক্ষিত হ’ব লাগে। একেদৰে অসম চৰকাৰৰ অধীনৰ, অসম চৰকাৰৰ অধীনস্থ অনুষ্ঠান- প্ৰতিষ্ঠানত খালী পদৰ ৮০ শতাংশ আৰু ব্যক্তিগত খণ্ড তথা ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ অনুষ্ঠান-প্ৰতিষ্ঠানত খালী পদৰ ৭০ শতাংশ অসমীয়া মানুহৰ বাবে সংৰক্ষিত হ’ব লাগে।

বিধায়িনী ৰক্ষা কবচৰ প্ৰসংগত প্রতিবেদনত কোৱা হৈছে যে ১৯৫০ৰ জনপ্রতিনিধি আইনৰ ধাৰা আঠ (ক) আদি সংশোধনী কৰিব লাগিব। এইমর্মে উপ-দফা দুই (গ)ৰ পাছত সংবিধানৰ ৩৭১ (ক) অনুচ্ছেদত সংজ্ঞায়িত কৰাৰ দৰে ৮০ শতাংশ আসন অসমীয়া মানুহৰ বাবে সংৰক্ষিত হ’ব লাগে। এই ক্ষেত্রত পূৰ্বৰ পৰা থকা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আসনৰ সংখ্যাৰ সংৰক্ষণৰ অন্তৰ্ভুক্ত হ’ব। অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণৰ ক্ষেত্ৰত অসমীয়া মানুহৰ সংজ্ঞাৰ আওতাধীন অসমৰ যিকোনো বর্ণ-জাতি-জনজাতি অথবা সম্প্ৰদায়ৰ পুৰুষ অথবা মহিলা সদস্য হ’ব আৰু অসমৰ যিকোনো বিধানসভা সমষ্টিৰ ভোটাৰ হ’ব। প্রতিবেদনত অসম পঞ্চায়ত আইন-১৯৯৪, অসম পৌৰ আইন-১৯৫৬ আদিৰ সংশোধনীৰো পৰামর্শ আগবঢ়োৱা হৈছে।

ইপিনে, আন্তঃৰাজ্যিক অনুজ্ঞাপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱো প্ৰদান কৰা হৈছে প্রতিবেদনত। সমিতিয়ে অসম প্রাচীন স্মৃতিসৌধ আৰু ৰেকৰ্ড আইন-১৯৫৯ৰ বিধায়িনী সংশোধনীৰ ক্ষেত্ৰত কয় যে এই আইনত সংৰক্ষিত অঞ্চলৰ অতি প্রাচীন ভরন বা সম্পদ সম্পর্কীয় এটা অধ্যায় সংযোজন কৰিব লাগে। এই ক্ষেত্রত আয়োগে বিশদ ব্যাখ্যা আগবঢ়াইছে। তদুপৰি এই আইনৰ আওতাত সাংস্কৃতিক ঐতিহ্য তত্ত্বাৱধান পৰিষদ এখন গঠন কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়াই আয়োগে। এই ক্ষেত্ৰত পৰিষদৰ কাঠামো কেনে ধৰণৰ হ’ব লাগে, সেই বিষয়ে বিস্তৃত বিৱৰণ উল্লেখ কৰা হৈছে প্ৰতিবেদনত।

ইপিনে, সাংস্কৃতিক ঐতিহ্য তত্ত্বাৱধান আৰু উন্নয়ন পুঁজিৰ বিষয়েও বিশদভারে পৰামর্শ দিয়ে আয়োগে। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্রণালয়ে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ গঠন কৰি দিছিল আয়োগ। মুঠ ১৩জনীয়া এই উচ্চ পৰ্যায়ৰ আয়োগে বিভিন্ন পক্ষৰ স’তে আলোচনা সম্পন্ন কৰাৰ অন্তত প্রতিবেদনযোগে পৰামৰ্শ আগবঢ়াইছে।

উল্লেখ্য যে বিপ্লৱ শৰ্মাৰ প্রতিবেদনে অসমীয়া মানুহৰ সংজ্ঞাও আগবঢ়াইছে। সেইমর্মে ১৯৫১ৰ পহিলা জানুৱাৰী অথবা ইয়াৰ পূৰ্বৰে পৰা অসমত বাস কৰাসকল অসমীয়া সম্প্রদায়, ১৯৫১ৰ পহিলা জানুৱাৰী অথবা ইয়াৰ পূৰ্বৰে পৰা অসমত বসবাস কৰা খিলঞ্জীয়া জনজাতীয় সম্প্রদায়, একেটা ভিত্তি বর্ষতে অসমত বসবাস কৰা যিকোনো খিলঞ্জীয়া সম্প্রদায়ক বা একেটা ভিত্তি বৰ্ষৰ ভিতৰতে অসমত বাস কৰা ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ উত্তৰসূৰী হৈছে ‘অসমীয়া মানুহ’। এইদৰে অসমীয়া মানুহৰ সংজ্ঞা নিরূপণ কৰি দিয়ে আয়োগে।

উল্লেখ কৰা হৈছে যে খিলঞ্জীয়া জনজাতি সম্প্রদায় আৰু অসমৰ অন্যান্য খিলঞ্জীয়া সম্প্রদায়ৰ অৰ্থ হৈছে সকলো জাতি-জনজাতি, ভাষিক সম্প্রদায়, অনুসূচিত জনজাতি, অনুসূচিত জাতি, পিছপৰা আৰু অন্যান্য পিছপৰা সম্প্রদায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASUAssam GovtBiplab Sharma CommissionReport releasedunion govt
samimsultana

samimsultana

Related Posts

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ
Uncategorized

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

April 23, 2026
Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী
Uncategorized

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ
Uncategorized

Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

April 22, 2026
Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 
Uncategorized

Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 

April 21, 2026
Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ
Uncategorized

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d