“খিলঞ্জীয়া অসমীয়া মুছলমান শব্দৰ ব্যৱহাৰে গৰীয়া জনগোষ্ঠীয় লোকক নিজৰ জনগোষ্ঠীয় পৰিচয়ৰ পৰা বঞ্চিত কৰিব”
সদৌ অসম গৰীয়া জাতীয় পৰিষদে আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰে । সংগঠনটোৱে দাবী কৰে যে খিলঞ্জীয়া অসমীয়া মুছলমান ...
Read moreDetails







































