Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

এই প্রতীকে বিদ্ৰোহৰ পথত প্রতিবন্ধকতা সৃষ্টি কৰা কাৰকক ওফৰাই পেলোৱাক সূচায়!

publisher by publisher
October 14, 2026
in India, News
Reading Time: 1 min read
0
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

NehaBora : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ভোটাৰ তালিকাৰ এছআইআৰ বিৰোধী আন্দোলন তুংগত উঠাৰ সময়ত ব্যাপকভাবে চৰ্চালৈ আহে নেহা বৰা। তেওঁক লৈ হোৱা এই চর্চা কেৱল সীমাবদ্ধ হৈ থকা নাই, বিদেশতো ব্যাপকভারে আইছা নেত্ৰীগৰাকীয়ে ব্যাপক চর্চা – অৰ্জন কৰিছে। অৱশ্যে ককৰোচ জনতা পাৰ্টিৰ যোৱা জুলাইৰ যন্তৰ মন্তৰৰ প্ৰতিবাদৰ সময়ৰ পৰা চর্চালৈ আহে নেহা।

ADVERTISEMENT

চিপিআই (এম-এল) ৰ ছাত্ৰ সংগঠন আইছাৰ সভানেত্রী নেহা সম্প্রতি দেশে-বিদেশে চৰ্চাৰ তুংগত থকাৰ কাৰণ হ’ল তেওঁ জ্ঞানেশ কুমাৰ আৰু এছআইআৰ বিৰোধী আন্দোলনত অংশগ্ৰহণৰ সময়ত পৰিধান কৰা এটা পাতল ৰঙা টি-শ্বার্ট। এই টি-শ্বার্টত ‘বান পীচ’ বুলি লিখা আছে। টি-শ্বার্টটোত এই শব্দ দুটা লিখা থকাৰ বাবেই তেওঁক লৈ চর্চা তুংগত উঠিছে।

সামাজিক মাধ্যমত বহুতে নেহাৰ এই টি-শ্বার্ট সম্পর্কে ভিন্ন ব্যাখ্যা কৰিছে। অৱশ্যে এইসকলৰ বহুজন অৱগত নহয় নেহাৰ এই টি-শ্বাৰ্টৰ জন্মৰ ৰহস্যৰ বিষয়ে। দৰাচলতে ‘বান পীচ’ শব্দ দুটা লিখা টি-শ্বাৰ্টৰ জন্ম দিয়ে এখন জাপানী কৌতুকধর্মী ধাৰাবাহিকে। ১৯৯৭ ত সম্প্রচাৰ আৰম্ভ হোৱা এই জাপানী ধাৰাবাহিকৰ মুখ্য চৰিত্ৰ মাংকী ডি লুফি আৰু তেওঁৰ দলে দুর্নীতিগ্রস্ত, অত্যাচাৰী শাসক আদিৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।

ধাৰাবাহিকখনৰ সম্প্ৰচাৰ আৰম্ভহোৱাৰ পাছতে বিপুল জনপ্রিয়তা অর্জন কৰে। কাজেই এই ‘বান পীচ’ লিখা টি-শার্ট ‘বিদ্রোহ’ৰ প্রতীকত পৰিণত হয়। ১৯৯৭ৰ পাছত বিশ্বত গঢ়ি উঠা অনেক চৰকাৰবিৰোধী যুৱ বা জেন-জি আন্দোলনৰ নতুন ‘অস্ত্র’ত পৰিণত হয় এই প্রতীক।

২০২৫ত প্রতিবেশী দেশ নেপালৰ আন্দোলনতো যুৱপ্ৰজন্মই এনে টি-শ্বার্ট পৰিধান কৰে। সম্প্রতি ইণ্ডোনেছিয়া, ফিলিপিন্স আৰু ফ্রান্সত শিক্ষা ব্যৱস্থাৰ অনিয়মৰ বিৰুদ্ধে চলি থকা আন্দোলনত অংশগ্রহণকাৰীসকলেও এনে টি-শ্বার্ট পৰিধান কৰিছে। গতিকে নেহাই দিল্লীত চলি থকা প্রতিবাদত এনে টি-শার্ট পৰিধান কৰা কাৰ্যই দেশে-বিদেশে ব্যাপক চর্চা অর্জন কৰিছে। উল্লেখ্য যে নেপালৰ সিংহ দৰবাৰৰ পৰা আৰম্ভ কৰি ফিলিপিন্সৰ মেনিলাৰ ৰাজপথলৈ ‘ৱান পীচ’ লিখা প্রতীকযুক্ত আন্দোলনকাৰীয়ে ভিৰ কৰিছিল।

উল্লেখ্য যে আইছা নেত্রী নেহাই বিশিষ্ট সাংবাদিক যোগেন্দ্র যাদৱ আৰু জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণৰ স’তে হাতত হাত ধৰিও জ্ঞানেশ বিৰোধী আন্দোলনত জঁপিয়াই পৰিছে। একেদৰে কালি তেওঁ ৰাহুল গান্ধী-প্রিয়ংকা গান্ধীৰ স’তে এক বৃহৎ জনসমদলক নেতৃত্ব প্রদান কৰে। এনেদৰে আন্দোলনত জঁপিয়াই পৰি তেওঁ সামাজিক মাধ্যমতো একপ্ৰকাৰ ‘বাঘিনী’ত পৰিণত হৈছে। সম্প্রতি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) ত পিএইছডি কৰি থকা নেহাৰ ‘বান পীচ’ লিখা এই টি-শ্বার্টত চকু নথকা এটা লাওখোলাই ইতিকিংপূর্ণ মিচিকিয়া হাঁহি মাৰি থকা দেখিবলৈ পোৱা গৈছে।

জাপানী কৌতুক ধাৰাবাহিকখনতো মুখ্য চৰিত্ৰটোৱে এনে টি-শ্বার্ট পৰিধান কৰিছিল। এই প্রতীক সম্পৰ্কত নেপালৰ যোৱা বছৰৰ বিদ্রোহত অংশগ্রহণ কৰা বিখ্যাত ক্ষত্ৰি নামৰ যুৱকজনে কয়, ‘এই প্রতীকে বিদ্ৰোহৰ পথত প্রতিবন্ধকতা সৃষ্টি কৰা যিকোনো কাৰক দৃঢ়তা আৰু আগ্রাসী মনোভাৱেৰে মহটিয়াই নিয়াক সূচায়।’

একেদৰে ইণ্ডোনেছিয়াত এই প্রতীকক পতাকাত দেখা গৈছিল। এনে পতাকা যানবাহন, ঘৰ-দুৱাৰ আদিৰ বাহিৰত ওলমি আছিল। ইয়াৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰিছিল। সম্প্রতি ফ্রান্সতো অনুৰূপ ঘটনা সংঘটিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #NehaBora #OnePiece #AISA #CJP #GyaneshKumar #SIRProtest #YouthProtest #GenZMovement #NepalProtests #IndonesiaProtests #PhilippinesProtests #FranceProtests #PoliticalResistance #JNU #DainikAgradoot
publisher

publisher

Related Posts

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d