ADVERTISEMENT

Tag: CHAINA

উহানৰ পৰীক্ষাগাৰত সক্ৰিয় তিনি কৰ’না ভাইৰাছ

আন্তৰ্জাতিক চাপত পৰি অৱশেষত চাঞ্চল্যকৰ স্বীকাৰোক্তি দিলে চীনে ।এইবাৰ বেইজিঙে জনালে যে তেওঁলোকৰ গৱেষণাগাৰত বাদুলিৰ পৰা সংগ্ৰহ কৰা তিনি প্ৰকাৰৰ ...

Read more

২১ দিনত চীনা বেংকক পৰিশোধ কৰিব লাগিব চাৰে পাঁচ হেজাৰ কোটি

ইতিমধ্যে ডিঙিলৈকে ধাৰত পোত গৈ আছে ৰিলায়েন্স কমিউনিকেচনৰ কৰ্ণধাৰ অনিল আম্বানী ৷ তেওঁৰ কোম্পানীয়ে আগতেই নিজক দেউলীয়া ঘোষণা কৰি সম্পত্তি ...

Read more

কৰ’না ভাইৰাছৰ গঠনগত পৰিৱৰ্তন :চীনত উপসৰ্গহীন নতুন সংক্ৰমণ

চীনত পুনৰ নতুন ৰূপত কৰ'না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে; কিন্তু পূৰ্বৰ দৰে নহয় এই সংক্ৰমণ । সম্পূৰ্ণ পৃথক তথা পূৰ্বতকৈ ...

Read more

 ভাৰত নেপালৰ সংঘাতৰ আঁৰত চীনৰ হাত?

ভাৰতৰ অতি পুৰণি প্ৰতিবেশী বন্ধু ৰাষ্ট্ৰ হিচাপে ইমানদিনে পৰিচিত হৈ অহা নেপালে শেহতীয়াভাৱে ভাৰত বিৰোধী ভূমিকা গ্ৰহণ কৰিছে  ৷ শেহতীয়াভাৱে ...

Read more

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশ্ব স্বাস্থ্য সংস্থালৈ সকীয়নি

কৰ’না ভাইৰাছৰ সমান্তৰালভাৱে চৰ্চাত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাক পত্ৰ লিখি সকীয়নি দিলে ট্ৰাম্পে । ...

Read more

দায়ী চীন ? কৰ’নাৰ লৈ নিৰপেক্ষ তদন্তৰ বাবে একত্ৰিত ৬২ খন দেশ

ক’ৰ পৰা আহিল কৰ’না ভাইৰাছ ? ইয়াৰ উৎপত্তিস্থল ক’ত ? এয়া মানুহৰ দ্বাৰা সৃষ্ট নেকি? জিনগতভাৱে এই বীজাণুৰ কোনো পৰিৱৰ্তন ...

Read more

তলাবন্ধ প্ৰত্যাহাৰৰ এমাহৰ পাছতে উহানত পুনৰ আক্ৰান্ত ১৭ জন

চীনৰ উহানৰ পৰাই বিশ্বজুৰি বিয়পিছিল কৰ’না ভাইৰাছ ৷ উহানত এমাহ পূৰ্বে দীঘলীয়া সময়ৰ বিৰতিত তলাবন্ধ প্ৰত্যাহাৰ কৰা হয় । উহান ...

Read more
Page 12 of 13 1 11 12 13