Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

publisher by publisher
November 3, 2026
in Assam, News
Reading Time: 1 min read
0
চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

Daily Horoscope:দিনটোৰ ৰাশিফল

প্ৰৱঞ্চনাৰে উপভোক্তাৰ পৰা ১৬০ কোটি আদায়ৰ বাবে কৌশল এপিডিচিএলৰ

কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী

MidDayMealScheme : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে যিমানেই ঢাক-ঢোল নবজাওক কিয়, চৰকাৰখনৰ অৰ্থনৈতিক অৱস্থা যে সুস্থ নহয় সেয়া ইতিমধ্যে উন্মোচিত হৈছে। মুখ্যমন্ত্রীয়ে কৰা ঘোষণাৰ বিপৰীত ছবি এখনহে বাস্তৱত ফুটি উঠিছে। সূত্রত প্রকাশ যে ৰাজ্যৰ নিম্ন প্রাথমিক (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈকে) আৰু উচ্চ প্রাথমিক (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈকে) বিদ্যালয়ত অধ্যয়নৰত লাখ লাখ ছাত্র-ছাত্রীৰ মধ্যাহ্ন ভোজন আঁচনিৰ ধন চাৰি মাহে বন্ধ হৈ আছে।

ADVERTISEMENT

শেষবাৰৰ বাবে যোৱা চাৰি জুনত চৰকাৰে এই ধন মোকলাই দিছিল। তাৰ পাছৰ পৰা অদ্যপি ধন মোকলাই দিব পৰা নাই। ইয়াৰ কাৰণ চৰকাৰৰ দেউলীয়া অৱস্থাই বুলি চর্চিত হৈছে। ফলত ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে।

অধিকাংশ বিদ্যালয়ত প্রধান শিক্ষকে উপায়হীন হৈ মধ্যাহ্ন ভোজন আঁচনি বন্ধ ৰাখিবলগীয়া হৈছে। ছাত্র-ছাত্রীয়ে মধ্যাহ্ন ভোজন অবিহনেই পাঠ গ্রহণ কৰিবলগীয়া হৈছে। কিছু বিদ্যালয়ত প্রধান শিক্ষক অথবা অধ্যক্ষই ধন ধাৰলৈ লৈ আঁচনিখন চলাই আছে যদিও সিও যিকোনো মুহূর্তত বন্ধ হৈ পৰাৰ আশংকা প্ৰৱল হৈছে।

তথ্য অনুসৰি নিম্ন প্রাথমিকত একোগৰাকী শিক্ষার্থীৰ বাবদ চৰকাৰে আৱন্টন দিয়ে প্রতিদিনে ৬.৭৮ টকাকৈ। আনহাতে, উচ্চ প্রাথমিকৰ বাবে এই ধনৰ পৰিমাণ ১০.১৭ টকা। ৰাজ্যখনত নিম্ন প্রাথমিক, উচ্চ প্রাথমিক বিদ্যালয়ৰ সংখ্যা প্রায় ৩৪ হেজাৰ।

এই হিচাপত ৰাজ্যখনত মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত ২০ লক্ষাধিক ছাত্র-ছাত্রী আছে। ইমান সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বাবে দৈনিক এক কোটি ৩০ লাখ আৰু মাহেকত ৩৯ কোটি টকা আদায় দিব লাগে সৰ্বশিক্ষা অভিযানৰ জৰিয়তে। এই সম্পৰ্কত ‘দৈনিক অগ্রদূত’ৰ তৰফৰ পৰা বিভাগীয় কর্তৃপক্ষৰ স’তে যোগাযোগ কৰা হৈছিল যদিও কোনো সদুত্তৰ পোৱা নগ’ল।

ইফালে, এই সন্দর্ভত প্রাথমিক শিক্ষক সম্মিলনীৰ সভাপতি ৰাতুল চন্দ্র গোস্বামীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিছো যদিও চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্রদান কৰা নাই। ফলত এতিয়া বিদ্যালয়সমূহৰ প্রধান শিক্ষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বহু বিদ্যালয়ত প্রধান শিক্ষকে টকা সুতত লৈও মধ্যাহ্ন ভোজন আঁচনি অব্যাহত ৰাখিবলগীয়া হৈছে।’

আনহাতে, যোৱা ৩১ অক্টোবৰত কাহিলীপাৰাৰ সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ত এই সন্দর্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি কয় গোস্বামীয়ে। তেওঁ কয় যে যিহেতু মধ্যাহ্ন ভোজন আঁচনি সঠিকভাৱে ৰূপায়ণ নকৰিলে বিভাগীয় কর্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্রহণ কৰে, সেয়ে আজিৰ পৰা যাতে এইক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰে।

আনহাতে, এইদৰে মধ্যাহ্ন ভোজনৰ ধন বহু পলমকৈ আদায় দিলে বহু সময়ত ইয়াত অনিয়ম হোৱাও দেখা যায় বুলিও মন্তব্য কৰে গোস্বামীয়ে।

তথ্য অনুসৰি, মধ্যাহ্ন ভোজনৰ বাবে দিয়া ধনৰাশিৰে প্রধান শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বাবে গেলামালৰ সামগ্ৰী, শাক পাচলি, ইন্ধন আদি সকলো ক্রয় কৰিব লাগে। সময়ে সময়ে একোটা কণীৰ দাম আঠ-ন টকালৈ বৃদ্ধি পালে এই পৰিমাণৰ ধনেৰে সকলো জোৰা মৰাটো সম্ভৱ নহয়।

এই ক্ষেত্রতো বিভাগীয় কর্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ আছে। নাম প্রকাশত অনিচ্ছুক এজন প্রধান শিক্ষকে অতি ক্ষোভেৰে কয়, ‘বিগত চাৰিটা মাহ ৰাজ্যৰ হেজাৰ হেজাৰ বিদ্যালয়ত কিদৰে ছাত্র-ছাত্রীসকলক মধ্যাহ্ন ভোজন ব্যৱস্থা কৰি থকা হৈছে সেয়া কোনো এজন বিষয়াই এবাৰো খবৰ নল’লে, দোকানত বাকী কৰি কোনোমতে ছাত্ৰ-ছাত্ৰীখিনিৰ দুপৰীয়া খাদ্যৰ ব্যৱস্থা কৰি আছো।’

এতিয়া প্রশ্ন হ’ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সততে কৈ থকা আর্থিকভাৱে টনকিয়াল হোৱা চৰকাৰখনে কি কাৰণত চাৰি মাহ ছাত্ৰ-ছাত্ৰীৰ বাবে ধন মোকলাই দিব পৰা নাই?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

প্ৰৱঞ্চনাৰে উপভোক্তাৰ পৰা ১৬০ কোটি আদায়ৰ বাবে কৌশল এপিডিচিএলৰ
Assam

প্ৰৱঞ্চনাৰে উপভোক্তাৰ পৰা ১৬০ কোটি আদায়ৰ বাবে কৌশল এপিডিচিএলৰ

November 3, 2026
কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী
Assam

কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী

November 2, 2026
আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d