Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পজিটিভ নিগেটিভৰ পাকচক্ৰত দিকভ্ৰান্ত ৰাইজঃভুক্তভোগীৰ প্ৰশ্ন

publisher by publisher
July 5, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
গোলাঘাটত কোৱাৰেন্টাইনত থকা ২১ জনৰ শৰীৰত ক’ভিড১৯
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

প্ৰতিনিয়ত ৰাজ্যত বৃদ্ধি পাইছ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ’নাৰ পজিটিভ নিগেটিভৰ পাক চক্ৰত দিকভ্ৰান্ত হৈছে সাধাৰণ ৰাইজ ৷ বিশেষকৈ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পাছত লেলাউটিৰ নমুনা দিয়া লোকক পজিটিভ অহা বুলি কৈ ক’ভিড হাস্পতাললৈ নি পাছত ঘৰলৈ ওভতাই পঠিওৱাৰ ঘটনা সংঘটিত হৈছে ৷ স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ এনে কাৰ্যত শেহতীয়াকৈ মানসিকভাৱে ভাগি পৰিছে মহানগৰীৰ এগৰাকী মহিলা ৷ খানাপাৰাস্থ ক’ভিড হাস্পতালৰ পৰা উভতি গৈ বৰ্তমানে নিজ গৃহত নিজাববীয়াকৈ কোৱাৰেন্টাইনত থকা সোণাপুৰৰ বৰ্ণালী ডেকাই কয়, ক’ভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। অথচ পজিটিভ বুলি কৈ মোক খানাপাৰাস্থ ক’ভিড-১৯ হাস্পতাললৈ নিয়ে এম্বুলেন্সেৰে ৷ ক’ভিড১৯ পৰীক্ষাৰ নিগেটিভ ফলাফল দেখুওৱাৰ কিছু সময় পাছত মোক ঘৰলৈ পঠিয়াই দিয়ে ৷বৰ্তমান মই ঘৰতে নিজাববীয়াকৈ কোৱাৰেন্টাইনত আছো ৷এই ঘটনাই মানসিকভাৱে মোক বৰ অশান্তি দিছে।”

ADVERTISEMENT

অভাৱনীয় পৰিস্থিতিৰ বিৱৰণ দাঙি ধৰি তেওঁ কয়, বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কনিষ্ঠ প্ৰশাসনিক বিষয়া নিতেন কলিতা সমন্ধত মোৰ ভিনদেউ ৷ কিছুদিন পূৰ্বে তেওঁ সপৰিয়ালে মোৰ ঘৰলৈ আহে ৷ পাছত কৰ’নাত আক্ৰান্ত ধুবুৰীৰ এজন লোকৰ সংস্পৰ্শলৈ অহাত তেওঁৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ বাবে সাৱধানতাৰ খাতিৰত পৰিয়ালৰ সকলোৱে যোৱা ২৬ জুনত ক’ভিড-১৯ পৰীক্ষাৰ বাবে লেলাউটিৰ নমুনা দিও । মোৰ স্বামী হৰি বৈশ্য বণিয়া স্বাস্থ্য বিভাগৰে কৰ্মচাৰী ৷ স্বাস্থ্য কৰ্মীয়ে আমাৰ ঘৰৰ পৰা লেলাউটি নমুনা নিয়ে আৰু ফোন কৰি কৰ’নাত আক্ৰান্ত বুলি অৱগত কৰে । পাছত ১০৮ এম্বুলেন্সৰ জৰিয়তে মোক খানাপাৰালৈ নি ক’ভিড হাস্পতালৰ চাৰি নম্বৰ হলত ৰখাৰ ব্যৱস্থা কৰে ৷

তেতিয়াই নিজৰ এছ আৰ এফ নম্বৰটোৰে ৱেবছাইট ফলাফল কি চাব বিচৰাত ফলাফল নিগেটিভ দেখুৱায়। কেৱল মোৰে নহয় পৰিয়ালৰ আন সদস্যৰো নিগেটিভ অহাত সমগ্ৰ সমগ্ৰ বিষয়টো কতৰ্ব্যৰত চিকিৎসকক অৱগত কৰোঁ ৷ ইয়াৰ পিছত নিগেটিভ বুলি জনায় এখন ডিছচাৰ্জ প্ৰমাণপত্ৰ প্ৰদান কৰে বুলি কয় মহিলাগৰাকীয়ে ৷ ক’ভিড হাস্পতালৰ পৰা ঘূৰি আহিলেও এতিয়া মহিলাগৰাকী কোৱাৰেন্টাইনতে আছে । এনে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰো ৷ কথাবোৰ ভাবিলে এতিয়া মনটো বেয়া লাগি যায় । ডেকাই এইদৰে কয়। লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ স্বাস্থ্য বিভাগক আহ্বানক কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCORONAVIRUSCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d