ADVERTISEMENT

Tag: Kangana Ranaut

Kangana Ranaut : ফটকা নিষিদ্ধকৰণত অসন্তুষ্ট অভিনেত্ৰী কংগনা

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছত এইবাৰৰ দীপাৱলীত ফটকা আৰু আতচবাজীৰ পৰা বিৰত থাকিবলৈ বলিউডৰ বহু অভিনেতা-অভিনেত্রীয়ে অনুৰাগীসকলক আহ্বান জনাইছে। কিন্তু এই ক্ষেত্ৰত ...

Read more

Kangana Ranaut : হিমাচল প্ৰদেশৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে অভিনেত্ৰী কংগনাই

হিমাচল প্ৰদেশৰ মণ্ডিত অনুষ্ঠিত হ'ব লগা লোকসভাৰ উপ-নিৰ্বাচনত বলিউডৰ অভিনেত্ৰী কংগনা ৰণৌটে প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে । এই সমষ্টিৰ ...

Read more

‘এই আদালতত আস্থা নাই’, জাভেদ আখটাৰৰ মানহানিৰ গোচৰত উচ্চ ন্যায়ালয়ত কংগনা

মানহানিৰ গোচৰত আদালতত মুখামুখি কংগনা ৰাণৌট আৰু জাভেদ আখটাৰ । হৃত্বিক-কংগনা বিচ্ছেদৰ বিষয়ত গীতিকাৰগৰাকীক কৰা কংগনাৰ মন্তব্যৰ বাবে মানহানিৰ গোচৰ ...

Read more

এইবাৰ সীতাৰ চৰিত্ৰত অভিনয় কৰিব বলিউডৰ কুইনে

এইবাৰ সীতাৰ চৰিত্ৰত কংগনা ৰাণৌৱট। কৰিনা কাপুৰে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি কে'বাদিনো ধৰি উৰাবাতৰি ওলাই আহিছিল। কিন্তু এইবাৰ ডাঙৰ ...

Read more
মানহানিৰ গােচৰত কংগনাৰ আবেদন নাকচ ন্যায়ালয়ৰ

মানহানিৰ গােচৰত কংগনাৰ আবেদন নাকচ ন্যায়ালয়ৰ

আকৌ এবাৰ অস্বস্তিৰ সন্মুখীন হ’ল বলিউড অভিনেত্রী কংগনা ৰণৌট।অভিনেত্রীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে। বলিউডৰ গীতিকাৰ-চিত্রনাট্যকাৰ জাভেদ আখতাৰে ৰুজু কৰা মানহানিৰ গােচৰ নাকচ ...

Read more
হৃত্বিকৰ স’তে সংঘাতত লিপ্ত নহ’বলৈ কংগনাক বুজাইছিলো ,স্বীকাৰ জাভেদৰ

হৃত্বিকৰ স’তে সংঘাতত লিপ্ত নহ’বলৈ কংগনাক বুজাইছিলো ,স্বীকাৰ জাভেদৰ

বলিউডৰ অভিনেতা হৃত্বিক ৰােছন আৰু অভিনেত্রী কংগনা ৰণৌটৰ মাজত এসময়ত সৃষ্টি হােৱা সংঘাতৰ কথা সর্বজনবিদিত। এই সংঘাতৰ সময়ত বলিউডৰ জনপ্রিয় ...

Read more

বলিউডৰ উদ্যোগ আচলতে নর্দমাহে, পর্ণকাণ্ডত সৰৱ কংগনা

বলিউডে হওক বা সামাজিক কোনাে বিষয়তে হওক, বিতর্ক সৃষ্টি হ'লেই সৰৱ হৈ উঠে বলিউড অভিনেত্রী কংগনা ৰণৌট। এইবাৰ জনপ্রিয় অভিনেত্রীগৰাকীয়ে ...

Read more

কংগনাৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযােগ জাভেদ আখতাৰৰ

বলিউডৰ গীতিকাৰ জাভেদ আখতাৰে অভিযােগ উত্থাপন কৰি কয় যে অভিনেত্রী কংগনা ৰণৌটৰ অধিবক্তাই যােৱা ২৮ জুনত উদ্দেশ্যেপ্রণােদিতভাৱে বােম্বে উচ্চ ন্যায়ালয়ত ...

Read more

‘ইণ্ডিয়া’ নহয়, দেশৰ নাম হওক কেৱল ‘ভাৰত’ : নতুন দাবী কংগনাৰ

বলিউডৰ সদা বিতর্কিত অভিনেত্রী কংগনা ৰণৌটে এইবাৰ দেশৰ নাম 'ইণ্ডিয়া’ৰ পৰিৱর্তে কেৱল ‘ভাৰত' ৰখাৰ এক প্রস্তাৱ আগবঢ়ালে । স্বদেশী মাইক্র’ব্লগিং ...

Read more

আৰ্থিক সংকটত কংগনা, আয়কৰ দিব পৰা নাই

অভিনেত্ৰীসকলৰ মাজত সৰ্বাধিক আয়কৰ পৰিশোধ কৰে কংগনা ৰাণৌৱতে। নিজে এই দাবী কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে । কিন্তু এই তথ্য ...

Read more
Page 3 of 9 1 2 3 4 9