ADVERTISEMENT

Tag: School

COVID-19 : কৰ’না-যুদ্ধত ‘জয়’ ঘোষণা ছাংহাইৰ, বিদ্যালয় খুলিছে বেইজিঙত

কৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজত কার্যত ‘জয়’ ঘোষণা কৰিলে ছাংহাই প্রশাসনে । বিগত দুমাহত এয়ে প্রথম চীনৰ এই চহৰত সংক্রমণৰ সংখ্যা ...

Read more

নগাঁৱৰ তিনি ৰাজহ চক্ৰৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা

নগাঁও জিলাৰ বান পৰিস্থিতি ক্ৰমশ ভয়াৱহ হৈ উঠিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা প্ৰশাসনে জিলাখনৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে ...

Read more

Jammu and Kashmir : বিদ্যালয় চলাইছে সন্ত্ৰাসবাদী সমৰ্থিত ট্রাষ্টে, ৩০০ বিদ্যালয় বন্ধ কাশ্মীৰত ? অনিশ্চয়তাত শিক্ষাৰ্থী

অনিশ্চয়তাত দিন কটাইছে জম্মু আৰু কাশ্মীৰৰ তিনিশটা বেচৰকাৰী বিদ্যালয়ত অধ্যয়নৰত সহস্ৰাধিক শিক্ষাৰ্থীয়ে । আগন্তুক ১৫ দিনৰ ভিতৰত এই বিদ্যালয়সমূহ বন্ধ ...

Read more

ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ভিত্তিতহে অনুদান

ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ভিত্তিতহে শিক্ষানুষ্ঠানে লাভ কৰিব বছৰেকীয়া অনুদান । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যিমানে বাঢ়িব সিমানে অধিক পৰিমাণত শিক্ষানুষ্ঠান পৰিচালনাৰ বাবে প্ৰয়োজন ...

Read more

অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ’ব : পীযুষ হাজৰীকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা ...

Read more
Yogi Adityanath : মছজিদ পৰা লাউডস্পিকাৰ আঁতৰাই স্কুল-হাস্পাতালত দান কৰা হৈছে, জনালে যোগী আদিত্যনাথে

Yogi Adityanath : মছজিদ পৰা লাউডস্পিকাৰ আঁতৰাই স্কুল-হাস্পাতালত দান কৰা হৈছে, জনালে যোগী আদিত্যনাথে

উত্তৰ প্রদেশৰ বহু মছজিদৰ লাউডস্পিকাৰ পৰিহাৰ কৰা হৈছে অথবা মসজিদ কর্তৃপক্ষ‌ই লাউডস্পিকাৰৰ শব্দ কম কৰি দিছে । মছজিদৰ পৰা আঁতৰাই ...

Read more

জৰাজীৰ্ণ শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ চৰকাৰী শিক্ষাখণ্ডৰ শিক্ষাৰ্থীৰ

কলগাছিয়াত চৰকাৰী শিক্ষাখণ্ডৰ বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপে উদঙাইছে চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ । বৰপেটা জিলাৰ ৰূপসি শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ তিতাপানী ...

Read more

এটা জৰাজীৰ্ণ কোঠাত পাঁচটা শ্ৰেণীৰ পাঠদান

ধেমাজি জিলাৰ মুৰ্কংচেলেক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰং চৰাইবাৰী প্ৰাথমিক বিদ্যালয়ে উদঙাই দেখুৱাইছে চৰকাৰী বিদ্যালয়ৰ ছবি । ১৯৮২ত স্থাপিত আৰু ...

Read more

Karnataka Bible : ক্লাছত আনিব লাগিব বাইবেল !

হিজাবৰ পাছত, এইবাৰ বাইবেলৰ বিষয়ক লৈ বিতৰ্ক কৰ্ণাটকত । ৰাজধানী বেংগালুৰুৰ এখন বিদ্যালয়ত সম্প্ৰতি শিক্ষাৰ্থীসকলক প্ৰতিজন শিক্ষাৰ্থীক বিদ্যালয়লৈ বাইবেল আনিবলৈ ...

Read more
Page 2 of 4 1 2 3 4