ADVERTISEMENT

Tag: Taliban

তালিবানৰ বিৰুদ্ধে পানশ্বিৰত প্ৰত্যাহ্বান জনাইছে এজন ৩২ বছৰীয়া তৰুণে

আফগানিস্তানৰ উত্তৰৰ হিন্দুকুশ পর্বতৰ পাদদেশত অৱস্থিত পানশ্বিৰ উপত্যকাত তালিবানৰ বিৰুদ্ধে ফেপেৰি পাতি উঠা মাচুদ বাহিনীসহ বিৰােধী জোঁটক অন্তিম যুঁজৰ বাবে ...

Read more

কাবুলৰ মছনদত বহিব নেকি মোল্লা বেৰাডৰ ? জল্পনা কল্পনা আৰম্ভ

তালিবানৰ অন্যতম প্রতিষ্ঠাতা মােল্লা আব্দুল গণি বেৰাডৰ আফগানিস্তানৰ পৰৱর্তী ৰাষ্ট্ৰপতিৰ শাসনত অধিষ্ঠিত হ'ব নেকি। ডােহাত আমেৰিকাৰ প্রতিনিধিসকলৰ স’তে আলােচনা সামৰি ...

Read more

তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট

তালিবানৰ সমৰ্থনত সামাজিক মাধ্যম ফেচবুকত বিতৰ্কিত পোষ্ট দি বাগসাৰ শালবাৰীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় এগৰাকী শিক্ষক-সাংবাদিক৷ শালবাৰীৰ গোৱৰ্ধনা আৰক্ষীয়ে ...

Read more

আফগানিস্তানত ভাৰতীয় দূতাবাসৰ দুৱাৰৰ তলা ভাঙি তাণ্ডৱ তালিবানৰ

কাবুল হস্তগত কৰাৰ পাছতে সমগ্ৰ বিশ্বকে তালিবান নেতৃত্ব‌ই কৈছিল যে বিৰোধীক ক্ষমা কৰি দিয়া হ'ব; কিয়নো কাৰো স'তে শত্ৰুতা নিবিচাৰে ...

Read more

আমেৰিকাৰ পহৰাত কেনেকৈ ইমান অস্ত্ৰ-শস্ত্ৰ গোটালে জেহাদীয়ে ?

আফগানিস্তানক লৈ বিগত কে'বামাহ ধৰি যি এক শংকা প্ৰকট হৈছিল, সেয়া অৱশেষত যোৱা দেওবাৰে সত্য প্ৰমাণিত হ'ল । ইছলামিক জেহাদী ...

Read more
পাকিস্তানৰ স’তে তালিবানৰ দহৰম মহৰম, উদ্বিগ্ন দিল্লী

পাকিস্তানৰ স’তে তালিবানৰ দহৰম মহৰম, উদ্বিগ্ন দিল্লী

আফগানিস্তানৰ প্ৰতিটো বাট-পথৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ প্রাসাদলৈ এতিয়া ৰাজত্ব বন্দুকধাৰী তালিবান।আফগানিস্তানত দ্রুত পট পৰিৱর্তনৰ ফলত ভাৰতৰ উদ্বিগ্নতা বৃদ্ধি পাইছে। ...

Read more

ভাৰতৰ স’তে আমদানি -ৰপ্তানি প্ৰায় বন্ধ কৰিলে তালিবান আফগানিস্তানে

তালিবানৰ কাবুল দখলত প্ৰভাৱ পৰিল ভাৰত আৰু আফগানিস্তানৰ মাজত বাণিজ্যিক সম্পৰ্কৰ ।বৰ্তমান দুয়োখন দেশৰ মাজত সামগ্ৰী পৰিবহন স্থগিত ৰখা হৈছে। ...

Read more

‘সন্ত্ৰাসগোষ্ঠী’ তালিবানৰ বিৰুদ্ধে নিষেধাজ্ঞা ফেচবুকত, সমৰ্থনত প’ষ্ট কৰিলেই শাস্তি

আফগান তালিবানক 'সন্ত্ৰাসবাদী' আখ্যা দি নিষিদ্ধ কৰিলে ফেচবুকে । এই নীতি হোৱাটছ‌এপ্ আৰু ইনষ্টাগ্ৰামটো প্ৰযোজ্য হ'ব বুলি জনাইছে ফেচবুক কৰ্তৃপক্ষই ...

Read more

আফগানী মহিলাসকলক চৰকাৰ গঠনত অংশগ্ৰহণ কৰিবলৈ আহ্বান তালিবানৰ

আফগানী মহিলাসকলক চৰকাৰ গঠনত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে তালিবানে । তালিবানে কয়, এতিয়া বিৰোধীসকলক ক্ষমা কৰাৰ পথ অৱলম্বন কৰিব ...

Read more
Page 12 of 13 1 11 12 13