Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তালিবানৰ বিৰুদ্ধে পানশ্বিৰত প্ৰত্যাহ্বান জনাইছে এজন ৩২ বছৰীয়া তৰুণে

publisher by publisher
August 23, 2021
in News
Reading Time: 1 min read
0
তালিবানৰ বিৰুদ্ধে পানশ্বিৰত প্ৰত্যাহ্বান জনাইছে এজন ৩২ বছৰীয়া তৰুণে
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

আফগানিস্তানৰ উত্তৰৰ হিন্দুকুশ পর্বতৰ পাদদেশত অৱস্থিত পানশ্বিৰ উপত্যকাত তালিবানৰ বিৰুদ্ধে ফেপেৰি পাতি উঠা মাচুদ বাহিনীসহ বিৰােধী জোঁটক অন্তিম যুঁজৰ বাবে সাজু হ’বলৈ সময়সীমা বান্ধি দিছে সন্ত্রাসবাদী শাসক গােষ্ঠীয়ে। হয় আত্মসমর্পণ নহয় অন্তিম ৰণ— এনে সকীয়নিয়ে তালিবানে দিছে পানশ্বিৰৰ মাচুদ বাহিনীক। অৱশ্যে সমানে সমানে যুঁজিবলৈ সাজু হৈছে। মাচুদ বাহিনীও যােৱা ১৫ আগষ্টত কাবুলত আশ্রফ ঘানি চৰকাৰৰ পতন ঘটোৱাৰ পাছতাে পানশ্বিৰৰ দৰে কিছুমান অঞ্চল তালিবানে হস্তগত কৰিব পৰা নাছিল।

ADVERTISEMENT

ভৌগােলিক অৱস্থানৰ বাবে এই অঞ্চল আজি পর্যন্ত এনে কোনাে বাহিনীয়ে দখল কৰিব পৰা নাই। নাটো বাহিনী অথবা ছােভিয়েট বাহিনীয়েও ইয়াত প্ৰৱেশ কৰিব পৰা নাছিল। সেয়েহে এই অঞ্চলটো স্থানীয় লােকে অজেয় বুলি কয়। এইবাৰ এই উপত্যকা দখলৰ বাবে তালিবানে অন্তিম যুঁজ আৰম্ভ কৰা বুলি কূটনৈতিক বিশেষজ্ঞসকলৰ ধাৰণা। এই উপত্যকাৰ নেতা আহমেদ মাচুদেও হুংকাৰ দি কৈছে যে প্রতিৰােধ আৰম্ভ হৈছে মাথোঁ।

আফগানিস্তানত তালিবান বিৰােধী যুঁজত একেবাৰে সন্মুখত থিয় দিয়া আহমেদ মাচুদ হৈছে সেই উপত্যকাৰ সিংহৰূপে পৰিচিত আহমেদ শ্বাহ মাচুদৰ পুত্র। লণ্ডনৰ কিংছ কলেজত শিক্ষা জীৱন সমাপ্ত কৰি গৃহভূমিলৈ উভতি অহা আহমেদ মাচুদৰ নেতৃত্বত নেচনেল ৰেজিষ্ট্রে ফ্রণ্ট অফ আফগানিস্তানে তালিবানৰ বিৰুদ্ধে বৃহৎ প্ৰতিৰােধ গঢ়ি তুলিছে। আহমেদ মাচুদৰ সংগী হৈছে পলাতক ৰাষ্ট্রপতি ঘানিৰ কাৰ্যকালৰ উপ-ৰাষ্ট্রপতি আমৰুল্লা ছালেহ। স্থানীয় সূত্রত প্রকাশ যে আফগান সেনাৰ এটা বৃহৎ অংশই মাচুদ বাহিনীত যােগ দিছে।

তদুপৰি বিশ্বৰ কেবাখনাে দেশে এই বাহিনীক সমর্থন আগবঢ়াইছে। অৱশ্যে কাবুলৰ মছনদ দখলৰ পাছত তালিবানে আফগান সেনাক আমেৰিকাই প্ৰদান কৰা বিপুল অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰ হস্তগত কৰে। শেহতীয়া তথ্য অনুসৰি, আফগান সেনাই আমেৰিকাক ছয় লক্ষ ৰাইফল তথা বন্দুকজাতীয় লঘু অস্ত্র, ৮০ হেজাৰৰ অধিক লেনমাইন নিৰােধক অত্যাধুনিক বাহন, যিকোনাে দুর্গম পথতে চলাচল কৰাৰ ক্ষমতাযুক্ত ৪,৭০০ খন টি হামবি, ২০ হেজাৰৰ অধিক গ্রেণেড, নিশা পৰিধান কৰিব পৰা গগলছ আৰু কম ওজনৰ বেগ আদি দিছিল।

এইসমূহৰ কিমান তালিবানে দখল কৰিছে সেই সম্পর্কে তথ্য স্পষ্ট নহয়। বিশেষজ্ঞসকলৰ অনুমান যে আমেৰিকাৰ অত্যাধুনিক অস্ত্র ভাণ্ডাৰৰ অধিকাংশৰে মালিক এতিয়া তালিবান বাহিনী। ইপিনে, আহমেদ মাচুদে দাবী কৰিছে যে তেওঁলােকৰ হাততাে আছে বিপুল পৰিমাণৰ অস্ত্র। তেওঁ দাবী কৰে যে আফগানিস্তানত ক্ৰমাৎ তালিবান বিৰােধী প্ৰতিৰােধ শক্তিশালী হৈছে। দীর্ঘদিন ধৰি ইংলণ্ডত বসবাস কৰা মাচুদে কয় যে আফগানিস্তানৰ পৰা তালিবানৰাজ উৎখাত নকৰিলে পুনৰ ৯/১১ৰ পুনৰাবৃত্তি হ’ব পাৰে।

এইবাৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে ইংলণ্ড। কাবুলৰ পৰা এশ কিলােমিটাৰ নিলগত অৱস্থিত এই বৃহৎ উপত্যকাত তালিবান বিৰােধী বাহিনীক লৈ মাচুদ আৰু ছালেহ আগবাঢ়িছে। ব্রিটিছ সংবাদ মাধ্যমৰ দাবী অনুসৰি এই যুঁজত ইতিমধ্যে শতাধিক তালিবান যােদ্ধাৰ মৃত্যু হৈছে। মাচুদে কয় যে তেওঁ শেষ বিন্দু তেজ থকালৈকে তালিবানৰ বিৰুদ্ধে যুঁজ চলাই যাব। ইংলণ্ডত উচ্চ শিক্ষা গ্রহণ কৰা মাচুদে দোহাৰে যে বিশ্ব শান্তিৰ বাবে বিপজ্জনক তালিবান। আফগানিস্তানৰ ইতিহাসত আছে ৰুছ, ব্রিটিছ অথবা পাখটুন প্রধান তালিবানৰ আগ্রাসন।

ইয়াত একমাত্র ব্যতিক্রম পানশ্বিৰ উপত্যকা। এই অঞ্চলৰে বৰ্তমানৰ নায়কৰূপে পৰিচিত আহমেদ মাচুদ। অঞ্চলটোত কিংবদন্তিস্বৰূপ বীৰ নায়ক আহমেদ শ্বহ মাচুদৰ ছয় সন্তানৰ জ্যেষ্ঠ পুত্র আহমেদ মাচুদৰ ওপৰত বিশ্বৰ গণতন্ত্রপ্রেমী ৰাইজে দৃষ্টি ৰাখিছে। ৩২ বছৰীয়া এইজন যুৱকে পিতৃৰ দৰে বীৰত্বৰে তালিবানক প্রত্যাহ্বান জনাইছে। ২০০১ত আমেৰিকাত বিশ্ব বাণিজ্য কেন্দ্র আক্রমণৰ পূর্বে অল-কায়দা আৰু তালিবানৰ যৌথ চক্ৰান্তৰ বলি হয় পিতৃ আহমেদ শ্বাহ মাচুদ। ১২ বছৰীয়া কনিষ্ঠ মাচুদৰ চকুৰ সন্মুখতে পিতৃক হত্যা কৰা হৈছিল।

সমগ্র দেশ যেতিয়া তালিবানৰ আতংকত থৰহৰি কম্পমান হৈছে সেই সময়ত এতিয়াও মুক্ত হৈ আছে চৌপাশে পাহাৰে ঘেৰা পানশ্বিৰ উপত্যকা। ১৯৮৯ত পানশ্বিৰত জন্ম আহমেদ মাচুদৰ। ইৰানৰ বিদ্যালয়ত শিক্ষা গ্রহণৰ পাছত তেওঁক ছেণ্ডহাষ্টলৈ প্ৰেৰণ কৰা হৈছিল। তাত ব্রিটিছ সেনাৰ অধীনত তেওঁ যুদ্ধ বিদ্যাৰ প্রশিক্ষণ লয়। ২০১৫ত লণ্ডনৰ কিংছ কলেজৰ পৰা ৱাৰ ষ্টাডিজ বিষয়ত স্নাতক ডিগ্রী লাভ কৰে। তাৰ পাছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত স্নাতকোত্তৰ ডিগ্ৰী গ্রহণ কৰে। অৱশ্যে এয়াই প্রথম নহয়।

২০১৯ত মাচুদে এটা বাহিনী গঠন কৰে। পিতৃৰ পথ অনুসৰি তেওঁ গঠন কৰা এই বাহিনীয়ে এতিয়া তালিবানৰ বিৰুদ্ধে যুঁজি আছে। এই বাহিনীৰ পথপ্রদর্শক হৈছে নডার্ণ এলায়েন্স। আফগানিস্তানৰ মুক্তিৰ বাবে গঠন কৰা এই একত্রিত বাহিনীৰ সমৰ্থনত থিয় দিছিল ইৰান, তাজিকিস্তান, উজবেকিস্তান, তুর্কমেনিস্তান আৰু ভাৰত। এই বাহিনীৰ নেতৃত্ব দি ৯০ দশৰ পৰাই আহমেদ শ্বাহ মাচুদে প্রথমতে ছােভিয়েট আৰু তাৰ পাছত তালিবানৰ বিৰুদ্ধে যুঁজ দিছিল।

এইবাৰ তেওঁৰ পুত্ৰয়াে একে পথতে থিয় দিছে। মন কৰিবলগীয়া যে ১৯৯৬ৰ পৰা ২০০১ লৈ আফগানিস্তানত তালিবানী বিৰােধী আন্দোলন চালিকা শক্তি আছিল মাচুদৰ সামৰিক সংগঠন। ৱাশ্বিংটন প’ষ্ট’ কাকতত আহমেদ মাচুদে নিজে এটি প্রবন্ধ লিখিছে। তাত তেওঁ দ্ব্যর্থহীন ভাষাত লিখিছে, ‘পানশ্বিৰ উপত্যকাৰ পৰা লিখিছাে, মই মােৰ পিতৃয়ে এৰি থৈ যােৱা স্থানৰ পৰাই পুনৰ এবাৰ তালিবানৰ প্ৰত্যাহ্বান ল’বলৈ প্ৰস্তুত।

অস্ত্র-শস্ত্র, বােমা-বাৰুদৰ কোনাে অভাৱ নাই। কাৰণ মােৰ পিতৃৰ সময়ৰ পৰাই আজিৰ এই দিনৰ বাবে প্রস্তুতি আৰম্ভ হৈছিল। আমি জানিছিলাে যে এনে এটা দিন আহিব। ‘লগতে এই যুঁজত আফগান সেনাৰ সহায় লাভ কৰিছে বুলিও তেওঁ দাবী কৰিছে। এই পর্যন্ত কোনাে বহিৰাগতই দখল কৰিবলৈ সমৰ্থ নােহােৱা পানশ্বিৰ উপত্যকাক তেওঁ স্বাধীন কৰি ৰাখিব পাৰিব নে, সমগ্র বিশ্বৰে দৃষ্টি ইয়াত আবদ্ধ হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanTaliban
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d