Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

samimsultana by samimsultana
September 12, 2026
in Assam, News
Reading Time: 4 mins read
0
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Nagaon:হৰাৰ সম্ভাৱনা থকা দলে ফাউলৰ কথা বেছিকৈ কয়েই: দেৱাশীষ শৰ্মা
দেৱাশীষ শৰ্মাই চামগুৰিৰ এচাম বছা বছা দালালৰ ঘৰলৈ সঘনে আহ-যাহ কৰে
বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে সৰৱ হ’ল সাংসদ হুছেইন
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ক্রমাৎ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বতাহ উত্তপ্ত হ’বলৈ ধৰিছে। এনে অৱস্থাতে শাসকীয় বিজেপিয়ে নগাঁও জিলাৰ সদ্য প্রাক্তন আয়ুক্ত দেৱাশীষ শর্মাক দলীয় প্রার্থিত্ব প্রদান কৰাত নিৰ্বাচনী যুঁজে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।
আনহাতে, দলীয় প্রার্থিত্ব লাভৰ পাছত শুকুৰবাৰে প্ৰথমবাৰলৈ প্ৰতিক্রিয়া প্ৰকাশ কৰি শাসকীয় মিত্ৰজোঁটৰ বিজেপি প্রার্থী শর্মাই কয়, ‘মই চৰকাৰী চাকৰি যি নিষ্ঠাৰে কৰিছিলো সেই একে নিষ্ঠাৰে আগন্তুক সময়তো কৰ্মৰত হৈ থাকিবলৈ, ৰাইজৰ হকে কাম কৰি যাবলৈ প্রতিশ্রুতিবদ্ধ।’ প্রার্থিত্ব প্রদানৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি আদিলৈ ধন্যবাদ জনাই শৰ্মাই আজি বিৰোধীলৈ কটাক্ষবাণো নিক্ষেপ কৰে।
কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক কটাক্ষ কৰি তেওঁ কয়, ‘বিশ্বকাপ ফুটবলৰ সময়ত আর্জেন্টিনা আৰু ব্রাজিলে বেছিকৈ ফাউল হৈছে ফাউল হৈছে বুলি কৈ নাথাকে। কিন্তু যিবোৰ দলৰ হৰাৰ সম্ভাৱনা থাকে, সেইসমূহ দল আতংকিত হয়, তেওঁলোকে ফাউল হোৱা ফাউল হোৱা বুলি বেছিকৈ কৈ থাকে। মোৰ মনত তেনেকুৱা এটা ভাব হৈছে যে ৰকিবুল হুছেইনৰ মনতো তেনে এটা ভয় ভাব আছে।’ কংগ্রেছত খহনীয়া আৰম্ভ হোৱা বুলিও তেওঁ তীর্যক মন্তব্য কবে। শর্মাই বিৰোধী দলটোক সমালোচনা কৰি কয়, ‘কংগ্ৰেছত বহু ভদ্র লোক আছে। কিন্তু তেওঁলোকে মনৰ কথা ক’ব নোৱাৰে। কংগ্ৰেছৰ ভদ্রলোকসকলে কয় যে আজি কংগ্ৰেছ ৰসাতলে যোৱাৰ বাবে কোন দায়ী সেয়া এজন কর্মকর্তাক সুধিলেই কৈ দিব।’
আনহাতে, মমতাজ বেগম নামৰ এগৰাকী মহিলাক বাংলাদেশলৈ বিতাড়ন কৰি চৰকাৰ ন্যায়ালয়ৰ ৰোষত পৰা সন্দৰ্ভত তদানীন্তন জিলা আযুক্ত সাংসদ হুছেইনে শর্মাক কৰি অহা সমালোচনা সন্দর্ভতো শুকুৰবাৰে তেওঁ প্রতিক্রিয়া প্রকাশ কৰে। শর্মাই কয়, ‘ৰকিবুল হুছেইনে প্রথমে আইন ভালকৈ পঢ়িব লাগে। আজি যি পুশ্ববেকৰ কথা তেওঁ কৈছে, বিদেশী ন্যায়াধিকৰণৰ বায় এটা জিলা আযুক্তজনে পালন কৰিব লাগে। সেইটো কথা হয়তো তেওঁ নাজানে। কেতিয়াবা মোৰ হাঁহি উঠে।
সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৈ কি অংকত জিকাৰ আশা কৰিছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, ‘আমি সকলোৱে মিলি এই নির্বাচনক লৈ আগুৱাই যাম। সংখ্যালঘুসকলৰ লগত মোৰ সম্পৰ্ক বহু পুৰণি। মই সদায় নিৰপেক্ষৰূপে কাম কৰি আহিছো। এই কথা তেওঁলোকে জানে। কর্কট ৰোগীৰ বাবে কাম কৰাৰ পৰা জিলা আযুক্ত হিচাপে কাম কৰালৈকে সংখ্যালঘু লোকসকলৰ স’তে মোৰ এটা মধুৰ সম্পৰ্ক আছে। মই কেতিয়াও পক্ষপাতিত্ব কৰা নাই। সংসদীয় সমষ্টিৰ ৰাইজেও উন্নয়নৰ স্বাৰ্থত পৰিৱৰ্তন বিচাৰিছে। কিয়নো কেন্দ্র আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে।
আমি সকলো একত্ৰিত হৈ পৰিৱৰ্তনৰ স্বাৰ্থত আগুৱাই যাব লাগিব।’ জয়ী হ’ব বুলি দৃঢ় বিশ্বাস প্রদর্শন কৰি তেওঁ লগতে কয়, ‘মই জয়ী হ’ম। এজন প্রার্থী হিচাপে মই সম্পূর্ণ আত্মবিশ্বাসী। মই সকলোৰে মৰম পাম। বাইজৰ মৰম-সাদৰ দেখি মই অত্যন্ত আত্মবিশ্বাসী। বাইজে বিজেপিক ভোট দিব। বিপুল ভোটত বিজেপিক জয়ী কৰাব।’ এজন প্রার্থীৰূপে তেওঁ সমষ্টিটোৰ কি কি সমস্যা জ্বলন্ত সমস্যাৰূপে গণ্য কবে বুলি সোধা প্রশ্নৰ উত্তৰত শৰ্মাই কয়, ‘আটাইতকৈ জ্বলন্ত সমস্যা হ’ল নিবনুৱা সমস্যা। বাট-পথ, শিক্ষাৰ সমস্যাও আছে। এই সংসদীয় সমষ্টিৰ অন্তর্গত আঠটা বিধানসভা সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা, অভাব-অভিযোগ আছে।’
# দেৱাশীষ শৰ্মাই চামগুৰিৰ এচাম বছা বছা দালালৰ ঘৰলৈ সঘনে আহ-যাহ কৰেঃ ৰকিবুল
শুকুৰবাৰে এখন সংবাদমেলত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ আসন্ন লোকসভাৰ উপ-নির্বাচনৰ বিজেপি প্রার্থী দেবাশীষ শর্মাক তীব্র ভাষাৰে আক্ৰমণ কৰে। সংবাদমেলত সাংসদজনে কয়, ‘চামগুৰিৰ এচাম বছা বছা দালালৰ বাসগৃহলৈ দেৱাশীষ শর্মাই সঘনাই আহ-যাহ কৰিবলৈ লৈছে। শর্মাই ছদ্মরূপ ধাৰণ কৰিছে।’ মমতাজ বেগম নামৰ মহিলা গৰাকীক আত্মপক্ষ সমর্থনৰ পৰ্যাপ্ত সুযোগৰ পৰা বঞ্চিত কৰি তদানীন্তন জিলা আয়ুক্ত শর্মাই বাংলাদেশী সজাই পুশ্ববেক কৰা বুলিও সংবাদমেলত সাংসদজন সৰৱ হৈ উঠে।
উল্লেখ্য যে অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে বাংলাদেশলৈ পুশ্ববেক কৰা এই মহিলাগৰাকীৰ স্বামীক দুই লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰে। বিষয়টোক লৈ চৌদিশে প্রতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। এনে অবস্থাতে আজি কংগ্রেছ সাংসদজনে হুংকাৰ দিয়ে যে মহিলাগৰাকীৰ বিষয়টোক লৈ প্রাক্তন জিলা আযুক্ত শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।
সংবাদমেলত সাংসদ হুছেইন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰৱ হৈ উঠে। শেহতীয়াভারে বাজ্য চৰকাৰে আৰম্ভ কৰা দালাল বিৰোধী অভিযানক কঠোৰ ভাষাবে সমালোচনা কৰি সাংসদজনে লগতে কয়, ‘দুজন বিধায়কৰ নাম দিম আৰু তেওঁলোকৰ ম’বাইল ফোনৰ কল ৰেকৰ্ড পৰীক্ষা কৰিলেই আচল দালাল কোন পোহৰলৈ আহিব। দালালৰ নামত সাধাৰণ ৰাইজক ভয়-ভীতি প্রদর্শন কৰা হৈছে।’
আনহাতে বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ সমালোচনাতো আজি হুছেইন মুখৰ হৈ উঠে। তেওঁ কয়, ‘সম্প্রতি বিজেপিত বিধায়ক বৰদলৈৰ অসহায় ব্যৱস্থা চলি আছে। তেওঁ একাংশ লোকক বিভিন্ন কৌশলৰে বশ কৰি গেৰুৱা বসন পৰিধান কৰাইছে।’ বিধায়ক বৰদলৈ আৰু শিঙিমাৰী ব্লক কংগ্ৰেছৰ সভাপতি আবুল কালামক দলৰ এখন গুৰুত্বপূর্ণ সভা চলি থকা অৱস্থাতে বৰদলৈয়ে তেওঁক বিজেপিত যোগদানৰ প্ৰস্তাব দিছিল বুলিও সাংসদজনে সদৰী কৰে। তেতিয়া তেওঁ মাত দিয়াত বিধায়ক বৰদলৈয়ে ফোন সংযোগ বিচ্ছিন্ন কৰে বুলি উল্লেখ কৰি হুছেইনে সংবাদমেলত এই বার্তালাপৰ ৰেকর্ডিং প্রদর্শন কৰে।
#LatestNews #BreakingNews #nagaonmpbyelection #DebasishSarma #rakibulhussain #nagaon_assam
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breaking NewsDEBASISH sARMAlatest newsNagaonnagaon mp by electionRakibul Hussain
samimsultana

samimsultana

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d