Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

68 pilgrims from Pakistan’s  Hindu Sindh province arrived at the Kumbh:পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা কুম্ভত উপস্থিত ৬৮ তীৰ্থযাত্ৰী

publisher by publisher
February 7, 2025
in India, News
Reading Time: 2 mins read
0
68 pilgrims from Pakistan’s  Hindu Sindh province arrived at the Kumbh:পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা কুম্ভত উপস্থিত ৬৮ তীৰ্থযাত্ৰী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

MahaKumbh:যোগী আয়োজিত’ মহাকুম্ভত ভুলত্ৰুটিৰ ক্ষমা প্রার্থী মোডী

Chief Minister in Prayagraj:মহাকুম্ভৰ ত্ৰিবেণী সংগমত সপৰিয়ালে স্নান মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

Vishal Dadlani slams Yogi Adityanath:আপুনি নিজেই কুম্ভৰ পানী খাই দেখুৱাওক

68 pilgrims from Pakistan’s  Hindu Sindh province arrived at the Kumbh:

দেশৰ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈছে কোটি কোটি তীৰ্থযাত্ৰী । এইবাৰ পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা আহি উপস্থিত হ’ল ৬৮ জন হিন্দু তীৰ্থযাত্ৰী। বৃহস্পতিবাৰে  তেওঁলোকে ত্ৰিবেণী সংগমত অমৃত স্নান কৰে । তীৰ্থযাত্ৰীসকলে জনাই যে কুম্ভলৈ অহাৰ তেঁওলোকৰ ইচ্ছা আছিল আৰু সেই ইচ্ছা তেওঁলোকৰ পূৰণ হয়।

ADVERTISEMENT

পাকিস্তানৰ পৰা অহা এই তীৰ্থযাত্ৰীসকলৰ লগত আছিল মহন্ত ৰামনাথ। তেওঁ জনাই যে সিন্ধৰ পৰা ৬৮ জনীয়া এটা দল প্ৰথমে হৰিদ্বাৰত আহি উপস্থিত হয়।তাতেই তেঁওলোকে পূৰ্বপুৰুষৰ অস্থি বিসৰ্জন কৰে ।তাৰ পাছত তেওঁলোক প্ৰয়াগৰাজলৈ আহে।

উল্লেখ্য যে,সিন্ধুৰ ছখন জিলা ক্ৰমে ঘোটকী, চুক্কুৰ, খাইৰপুৰ, শিখৰপুৰ, কাৰ্কোট আৰু জাটাবলৰ পৰা মুঠ ৬৮ জন লোক আহি কুম্ভ মেলাত উপস্থিত হয় । পাকিস্তানৰ পৰা অহা এজন ভক্তই কয় যে, এইটো এটা আচৰিত অনুভৱ। যি শব্দৰে প্ৰকাশ কৰিব নোৱাৰো।’ এই গ্ৰুপত একাদশ শ্ৰেণীৰ এজন ছাত্ৰও আছে। তেওঁ কয় যে তেওঁ এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল।এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

উল্লেখ্য যে, শনিবাৰে ৰায়পুৰলৈ তেঁওলোক ৰাওনা হ’ব আৰু তাৰ পৰা হৰিদ্বাৰলৈ। ইয়াৰ পাছতে সিন্ধু প্ৰদেশলৈ ৰাওনা হ’ব পাকিস্তানৰ ৬৮জন তীৰ্থযাত্ৰী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 68 pilgrims from Pakistan's  HinduMahakumbh Melaprovince arrived
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d