Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৰ’না ভাইৰাছৰ সতৰ্কতাঃ ৰাজ্যত ৩৯,২৪৭ জনৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

publisher by publisher
March 19, 2020
in News
Reading Time: 1 min read
0
কৰ’না ভাইৰাছৰ সতৰ্কতাঃ ৰাজ্যত ৩৯,২৪৭ জনৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

পুনৰ ক’ভিডৰ আতংক ! দেশজুৰী ক’ভিড আক্রান্তৰ সংখ্যা হেজাৰ অতিক্ৰম

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

জনতা ভৱনত প্ৰবেশ নিষিদ্ধ

গুৱাহাটী,১৮ মাৰ্চঃ কৰ’না ভাইৰাছৰ আতংকৰ সময়তে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনত জনসমাগম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ অহা ৩১ মাৰ্চ পৰ্যন্ত সাধাৰণ দৰ্শনাৰ্থীক জনতা ভৱনত প্ৰবেশৰ বাবে প্ৰয়োজনীয় ই প্ৰবেশপত্ৰকে ধৰি সকলো ধৰণৰ প্ৰবেশপত্ৰ ইছ্যু নকৰাৰ সিদ্ধান্ত গ্ৰহণ ককিছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে। সচিবালয়ৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি কৰ’না ভাইৰাছে ইতিমধ্যে বিশ্বৰ ১৬৭ খন দেশত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ভাৰতবৰ্ষতো এই পৰ্যন্ত ১৫২ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে তিনিজনৰ মৃত্যু হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশৰ ভিত্তিত কৰ’না ভাইৰাচৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা ৷কিন্তু মাৰ্চ এণ্ডিঙকে ধৰি বিভিন্ন কাৰণত অলেখ দৰ্শনাৰ্থীয়ে গাত গা লগাই জনতা ভৱনত প্ৰবেশৰ বাবে মূল প্ৰবেশদ্বাৰত হাতে হাতে প্ৰবেশপত্ৰ লৈ ভিৰ কৰে ৷বিশ্ব স্বাস্থ্য সংস্থাই বাৰম্বাৰ জনসমাগমৰ পৰা বিৰত থকাৰ বাবে ৰাইজলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিজন ব্যক্তিৰ মাজত নূন্যতম এক মিটাৰ ব্যৱধান ৰখাৰ বাবে দিয়া নিৰ্দেশনা জনতা ভৱনৰ প্ৰৱেশদ্বাৰতে উলংঘা হোৱাটো ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ দৃষ্টিগোচৰ হয় ।ইয়াৰ পিছতে মন্ত্ৰী পিযুষ হাজৰিকাই জনতা ভৱনৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ জনসমাগম হ্ৰাস কৰোৱাৰ স্বাৰ্থত বিশেষ পদক্ষেপ হাতত লয় ৷ যাৰ পৰিপেক্ষিতত ৩১ মাৰ্চ পৰ্যন্ত জনতা ভৱনত দৰ্শনাৰ্থীৰ সকলো ধৰণৰ প্ৰবেশ পত্ৰ ইছ্যু কৰাটো সাময়িক ভাৱে স্থগিত কৰা হৈছে ৷ অৱশ্যে জৰুৰীকালীন বিষয়ৰ কাৰণে দৰ্শনাৰ্থীসকলে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীক ফোন বা ই মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব বুলি জনাই সূত্ৰটোৱে ৷কৰ’না ভাইৰাচৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা পানশালাসমূহ বন্ধৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ৷আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত আবকাৰী বিভাগে ৰাজ্যৰ প্ৰতিখন জিলালৈ এই নিৰ্দেশ দিছে ৷লগতে ৰাজ্যৰ চেলুন,বিউটি পাৰ্লাৰসমূহো বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷একেদৰে মহানগৰীত অনুৰূপ কাৰণতে সাময়িকভাৱে দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়,বিজ্ঞান সংগ্ৰহালয়,তাৰকাগৃহ,ৰাজ্যিক চিৰিয়াখানা আদি ৷আনহাতে ৰাজ্যত আজি পৰ্যন্ত ৩৯,২৪৭ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ইয়াৰে ১১,৯৭৫ জন লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিমানকোঠাত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠাত ৯৮৪২জন,ডিব্ৰুগড় মোহনবাৰী বিমানকোঠাত ৩৯৩,যোৰহাটৰ ৰৰৈয়া বিমান কোঠত ২৫ জন,তেজপুৰৰ শালনিবাৰী বিমানকোঠাত ৭২ জন যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ইফালে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে কাইলৈৰ পৰা অহা ৩১ মাৰ্চ পৰ্যন্ত অসম,নাগালেণ্ড,মিজোৰাম,অৰুণাচল প্ৰদেশ আৰু ছিকিম বাৰ কাউন্সিল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বাৰ কাউন্সিল অব ইণ্ডিয়াৰ পৰামৰ্শ ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি বাৰ কাউন্সিলৰ এক বিজ্ঞপ্তিত প্ৰকাশ ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona Virus
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d