Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

গছত টঙী সাজি আছে কোৱাৰেণ্টাইনত

publisher by publisher
March 30, 2020
in COVID-19, News
Reading Time: 1 min read
0
গছত টঙী সাজি আছে কোৱাৰেণ্টাইনত
1
SHARES
10
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। দেশজুৰি তলাবন্ধৰ পিছতো সচেতনতা আৰু সামাজিক দায়িত্ববোধ নথকাৰ বাবেই বিভিন্ন স্থানত মানুহে নিয়ম ভংগ অব্যাহত ৰাখিছে। তেনে সময়তে সচেতনতা আৰু সামাজিক দায়বদ্ধতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিলে পশ্চিমবংগৰ অতি দৰিদ্ৰ পৰিয়ালৰ সাত যুৱকে। নিজগৃহত আছুতীয়া কোঠা নথকাৰ বাবেই কোৱাৰেণ্টাইনত থকাৰ বাবে এই সাত যুৱকে গছত আশ্ৰয় লোৱা ঘটনাই সম্প্ৰতি বিশেষ চর্চা লাভ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে পশ্চিমবংগৰ পুৰুলিয়াৰ এই সাত যুৱকে পেটৰ দায়ত পৰি বহিঃ ৰাজ্যত কৰ্মৰত হৈ আছিল। কৰ’নাৰ প্ৰকোপত তেওঁলোক নিজগৃহলৈ উভতি আহিলেও জংঘলমহল অঞ্চলৰ এই অতি দৰিদ্ৰ পৰিয়ালৰ সাত যুৱকৰ মাটিৰে তৈয়াৰী গৃহত নাছিল কোনো আছুতীয়া কোঠা। গতিকে কোৱাৰেণ্টাইনত থাকিব কেনেকৈ? অৱশ্যে কথাতে আছে যে,মন কৰিলেই চন, বাকৰি মাটিতে ধন। সেয়ে এই সাত যুৱকৰ বাবেও নিজগৃহৰ সমীপতে গছৰ ডালত টঙী সাজি কোৱাৰেণ্টাইন কেন্দ্ৰ তৈয়াৰ কৰা হয়। তেতিয়াৰে পৰা হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে স্বাস্থ্যবিধি মানি এই সাত যুৱক আছে ‘ট্ৰী কোৱাৰেণ্টাইন’ত।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

প্ৰাপ্ত তথ্য অনুসৰি, জংঘলমহলৰ ভাঙিডি গাওঁৰ এই সাত যুৱকে কেইমাহমানৰ পূৰ্বে তামিলনাডুলৈ গৈ শ্ৰমিকৰূপে নিয়োজিত হৈ আছিল। কিন্তু কৰ’নাৰ সংক্ৰমণ বাঢ়িবলৈ ধৰাত তেওঁলোকে কাম এৰি ৰেলযোগে নিজগৃহলৈ উভতি আহে। ঘৰলৈ অহাৰ পূৰ্বে তেওঁলোকে বলৰামপুৰ ব্লক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্যপৰীক্ষা কৰাইছিল যদিও কোনো সমস্যাত ধৰা পৰা নাছিল। তৎসত্বেও সতৰ্কতামূলক ব্যৱস্থাৰূপে এই সাতজন যুৱকে কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত লয়। ইফালে, তেওঁলোকৰ গৃহত আছুতীয়া কোঠা নথকাত সমস্যাৰ সৃষ্টি হয়।

এনে অৱস্থাত বহু ভাবি-গুণি গাওঁবাসীয়ে এই সাতজন যুৱকৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰে। এজোপা বিশাল গছৰ বিভিন্ন ডালত খাটিয়াৰে তৈয়াৰ কৰা হয়। বিগত এসপ্তাহ ধৰি আঁঠুৱা তৰি দিনে নিশাই তাতে উঠি আছে তেওঁলোকে। দিনৰ ভাগত গছৰ পৰা নামি আহি পৰিয়ালৰ লোকে প্ৰয়োজনীয় চাউল-দাইল গছৰ তলত দি অহাৰ দি অহাৰ পিছত নিজে ৰান্ধি বাঢ়ি খাই পুনৰ গছৰ ওপৰলৈ উঠি যায়।

এনে সংকটকালীন পৰিস্থিতিক চহৰৰ বহু শিক্ষিত লোকে তলাবন্ধ ভংগ কৰাৰ সময়ত জংঘলমহলৰ প্ৰত্যন্ত অঞ্চলৰ সাত যুৱকৰ এই উদাহৰণক সকলোৱে প্ৰশংসা কৰিছে। অন্যহাতে, সাত যুৱকৰ নোজৰবিহীন উদ্যোগৰ সন্দৰ্ভত জিলা উপায়ুক্ত ৰাহুল মজুমদাৰে কয় যে, ‘এই সাত যুৱকক গাওঁৰ অংগনৱাড়ী কেন্দ্ৰত কোৱাৰেণ্টাইনত ৰখা হ’ব। তাত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই, সেয়ে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSCovid-19INDIA FIGHTS CORONASTAY_HOME_STAY_SAFE
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d