Big breaking
অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ২০ জনলৈ বৃদ্ধি | কালি পৰ্যন্ত ৰাজ্যত ১৬ জন ব্যক্তি কৰ’নাত আক্ৰান্ত হৈ আছিল যদিও আজি আৰু চাৰিজন লোকৰ দেহত কৰ’না সংক্ৰমণৰ ফলাফল অহাত ২০ জনলৈ বৃদ্ধি হয় | এই চাৰিজনৰ তিনগৰাকী নলবাৰীৰ আৰু এজন দক্ষিণ শালমৰাৰ | দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল এই চাৰিজনে |
ADVERTISEMENT




























