Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

বৰষুণৰ বতৰত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ইছৰ'ৰ উপগ্রহ চিত্ৰই

publisher by publisher
September 27, 2026
in India, News
Reading Time: 1 min read
0
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ISRO : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এই মুহূর্তত দুভাগত বিভক্ত ভাৰতবৰ্ষ। এখন ভাৰতৰ মূৰৰ ওপৰত আছে ঘন মেঘৰ আচ্ছাদন, আন অংশৰ আকাশ আকৌ বহুখিনি পৰিষ্কাৰ। এইদৰেই মেঘৰ দ্বাৰা দুভাগত বিভক্ত হৈ পৰিছে আমাৰ দেশ।

ADVERTISEMENT

অথচ বতৰৰ খামখেয়ালিৰ এয়াই বাস্তৱ চিত্ৰ। বৰষুণৰ বতৰতে সম্প্ৰতি ইছৰ’ৰ এক উপগ্রহ চিত্ৰত ধৰা পৰিছে দেশৰ আকাশৰ এই দুই বিপৰীত ছবি। যাক দেখি আচৰিত হৈছে পৰিৱেশবিদসকলো। উপগ্রহ চিত্রত দেখা গৈছে যে দেশৰ পূব আৰু দক্ষিণাংশৰ আকাশ ভৰি আছে ঘন ক’লা ডাৱৰৰে।

আনহাতে, পশ্চিম আৰু উত্তৰ পশ্চিমাংশৰ আকাশ বহুখিনি পৰিষ্কাৰ। এই দুই পৃথক চিত্রতে স্পষ্ট হৈছে যে বৰষুণৰ নিৰ্দিষ্ট সময় পাৰ হৈ গ’লেও দেশৰ অর্ধেক স্থানৰ পৰা এতিয়াও বিদায় লোৱা নাই।

ইছৰ’ৰ সূত্রই জনাইছে, শুকুৰবাৰে ইনছেট থ্রীডিএছ নামৰ ভাৰতীয় বিজ্ঞানীয়ে প্ৰেৰণ কৰা কৃত্রিম উপগ্ৰহৰ মাধ্যমেৰে একাংশ ছবি আহি পাইছে নিয়ন্ত্রণ কক্ষত। এই উপগ্রহটো প্রধানকৈ বতৰ সংক্রান্তীয় খা-খবৰৰ বাবে উৎক্ষেপণ কৰা হৈছিল।

থার্মেল ইনফ্ৰাৰেডৰ মাধ্যমেৰে সেই উপগ্রহে প্ৰেৰণ কৰা চিত্ৰৰ দৃশ্যমানতা সাধাৰণ উপগ্রহতকৈ বহু বেছি। আনকি নিশাও সেয়া ভালদৰে দেখা পোৱা যায়। সম্প্রতি এই উপগ্ৰহৰ চিত্ৰ বতৰৰ পূর্বাভাসৰ বাবে ব্যৱহাৰ কৰে মৌচম ভৱনে।

ইনছেট থ্রীডিএছে প্ৰেৰণ কৰা মেঘৰ চিত্ৰ বিশ্লেষণ কৰি বৰ অবাক হৈছে ইছৰ’ৰ বিজ্ঞানীসকল। দেখা গৈছে যে বংগোপসাগৰ সংলগ্ন অঞ্চল একেবাৰে মেঘাচ্ছন্ন।মেঘৰ সেই উজ্জ্বলতা বিয়পি আছে দেশৰ পূব আৰু দক্ষিণ পূর্বাংশৰ অনেক অঞ্চলজুৰি। তদুপৰি দক্ষিণ ভাৰতত সাগৰ সংলগ্ন অঞ্চলত অতিৰিক্ত আৰু এক মেঘৰ স্তৰ আছে।

বিজ্ঞানীসকলে ব্যাখ্যা কৰিছে যে দক্ষিণ ভাৰতত দুবাৰ বর্ষাকাল হয়। তাত এতিয়া লাহে লাহে বর্ষাই বিদায় লৈছে। তৎসত্ত্বেও যি মেঘৰ স্তৰ দেখা গৈছে সেয়া প্রধানকৈ নিম্নচাপ, বতাহত অতিৰিক্ত জলীয় বাষ্পৰ পৰা তৈয়াৰী। ইয়াৰ প্ৰভাৱতে ভৰ শৰতৰ বতৰতো বৰষুণে পিছ এৰা নাই।

আনহাতে, পশ্চিম আৰু উত্তৰ পশ্চিমাংশৰ আকাশ যে বহুখিনি পৰিষ্কাৰ, তাৰ কাৰণো সেই বায়ুমণ্ডলৰ গতিবিধি। সেইফালে নিম্নচাপ বা পানীত গধুৰ মেঘ উৎপন্ন হোৱাৰ দৰে বতৰ নাই। সেয়ে কেলেণ্ডাৰৰ নিয়ম মানি দেশৰ এই প্ৰান্তৰ পৰা বৰ্ষাই বিদায় লৈছে। মেঘো নাই; কিন্তু দেশৰ দুই প্ৰান্তত দুই প্ৰকাৰৰ ছবিখন অতি বিৰল।

বিজ্ঞানীসকলে ধাৰণা কৰিছে যে বতৰৰ খামখেয়ালিত এনে আৰু অনেক ব্যতিক্রমী চিত্ৰ ধৰা পৰিব আগন্তুক দিনত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #ISRO #INSAT3DS #WeatherUpdate #SatelliteImage #Monsoon #IndiaWeather #CloudCover #WeatherNews #DainikAgradoot #দৈনিকঅগ্ৰদূত
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d