Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

publisher by publisher
September 27, 2026
in International, News
Reading Time: 1 min read
0
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

CulturalHeritage : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰতীয় মুদ্ৰাৰ হিচাপত প্রায় ৪৮ হেজাৰ কোটি টকা মূল্যৰ ঐতিহাসিক শিল্পকর্ম ছিৰিয়াক ওভতাবলৈ লৈছে মার্কিন প্রশাসনে। এই শিল্পকর্মসমূহৰ মাজত ৰোমান যুগৰ শিল্পকর্মও আছে।

ADVERTISEMENT

একালত ছিৰিয়াৰ পৰা চোৰাং কাৰবাৰীয়ে এই শিল্পকর্মসমূহ অবৈধভাবে আন্তর্জাতিক বজাৰলৈ সৰবৰাহ কৰিছিল। পৰৱৰ্তী সময়ত এইসমূহ মার্কিন সংগ্রহালয়ত প্ৰৱেশ কৰে। এনেদৰে মুঠতে ৩৬টা প্রাচীন শিল্পকর্ম ছিৰিয়াক ওভতাই দিবলৈ লৈছে মার্কিন প্রশাসনে।

এইসমূহৰ মূল্য ভাৰতীয় মুদ্ৰাৰ হিচাপত প্রায় ৪৮ হেজাৰ কোটি টকা। ‘আৰব নিউজ’ৰ এক প্রতিবেদন অনুসৰি বিগত কে’বাটাও শতিকাৰ এই প্রাচীন শিল্পকর্মসমূহ আন্তর্জাতিক বজাৰত ওলাই যায়।

এই শিল্পকর্মসমূহৰ মাজত ৰোমান যুগৰ মোজাইকো আছে। যোৱা ২৩ ছেপ্টেম্বৰত মার্কিন প্রশাসনে এই শিল্পকর্মসমূহ ছিৰিয়াক ওভতাই দিব বুলি ঘোষণা কৰে। আৰব নিউজৰ মতে এই শিল্পকর্মসমূহৰ মাজত খ্রীষ্টীয় দ্বিতীয় শতিকাৰ এক ভাস্কর্যও আছে।

এই ভাস্কর্যত এজন পুৰুষক শায়িত হৈ থকা দেখিবলৈ পোৱা গৈছে। তেওঁক ঘেৰি ধৰি আছে এগৰাকী মহিলা আৰু তিনিটি শিশুরে। এই শিল্পকৰ্মৰ ওজন এহেজাৰ পাউণ্ডৰো অধিক। এই শিল্পকর্ম এক প্রাচীন সমাধিৰ পৰা আন্তর্জাতিক বজাৰলৈ ওলাই যায়।

উল্লেখ্য যে ২০১৫-১৭ৰ সময়ছোৱাত ছিৰিয়াৰ প্ৰাচীন পালমাইৰা চহৰৰ বিস্তৰ ক্ষতিসাধন হয়। এই সময়ছোৱাতে সমাধি ক্ষেত্ৰৰ পৰা উক্ত শিল্পকর্ম অবৈধ সৰবৰাহকাৰীয়ে উলিয়াই নিয়া বুলি সন্দেহ কৰা হৈছে। প্রথমে এই

শিল্পকর্ম ডুবাইলৈ চোৰাংকৈ সৰবৰাহ কৰা হয়। উল্লেখ্য যে পালমিৰা চহৰক ইউনেস্ক’য়ো বিশ্ব ঐতিহ্যক্ষেত্ৰ বুলি ঘোষণা কৰি থৈছে। আনহাতে, এই ৩৬ প্রাচীন শিল্পকৰ্মৰ ১৩টা শিল্পকর্ম শেহতীয়াভাৱে নিউ য়ৰ্কৰ মহানগৰ কলা সংগ্ৰহালয়ৰ পৰা উদ্ধাৰ কৰা হৈছে। এইসমূহ অচিৰেই ছিৰিয়াই ঘূৰাই পাব বুলিও মার্কিন প্রশাসনে আশ্বাস দিছে।

এই সম্পর্কত মানহাটানৰ জিলা অধিবক্তা কার্যালয়ে কয় যে ২০১৭ৰ পৰা নিউ য়ৰ্কৰ মহানগৰ সংগ্ৰহালয়ৰ পৰা ৪০২টা প্রাচীন শিল্পকর্ম জব্দ কৰা হৈছে। ভাৰতীয় মুদ্ৰাৰ হিচাপত এইসমূহৰ মূল্য অকল্পনীয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Syria #AncientArtifacts #CulturalHeritage #RomanArt #Palmyra #ArchaeologicalArtifacts #ArtRepatriation #UnitedStates #UNESCO #DainikAgradoot
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d