Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কেতবোৰ ক্ষেত্ৰত শিথিলতা আনিলেও তলাবন্ধ অটুট থাকিব

publisher by publisher
April 21, 2020
in COVID-19, News
Reading Time: 1 min read
0
কেতবোৰ ক্ষেত্ৰত শিথিলতা আনিলেও তলাবন্ধ অটুট থাকিব

Assam Chief Secretary Kumar Sanjay Krishna (right) with Director General of Police (DGP), Assam Bhaskar Jyoti Mahanta (left) addressing a joint press conference regarding Lockdown norms and COVID-19 at the Assam Administrative Staff College, Khanapara in Guwahati on Monday,

1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি তলাবন্ধৰ মাজতো কেতবোৰ ক্ষেত্ৰত অসম চৰকাৰে শিথিলতা অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই বিষয়ে এক সংবাদমেলত সদৰী কৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷ আনহাতে একেখন সংবাদমেলত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাইজক সকীয়াই দিয়ে  যে অহা মে’লৈ চলিবলগীয়া তলাবন্ধ সফল কৰিবলৈ আৰক্ষী বদ্ধপৰিকৰ ৷ সেয়েহে অতি প্ৰয়োজনীয় কাৰণক বাদ দি যিসকল লোকে তলাবন্ধ উলংঘা কৰিব তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ’ব। সেয়েহে ৰাইজক তেনে চেষ্টা নকৰিবলৈ মহন্তই সতৰ্ক কৰি দিয়ে ৷ শিথিলকৰণৰ সন্দৰ্ভত মুখ্য সচিব সঞ্জয় কৃষ্ণই সদৰি কৰা অনুসৰি আজিৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় খোলা হ’ব ৷ কাৰ্যালয়ত শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতি বাধ্যতামূলক ৷ কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে ৩০ শতাংশ উপস্থিতি নিশ্চিত কৰিব লাগিব । কাৰ্যালয়ত সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক হোৱাৰ উপৰি সামাজিক দূৰত্বকে ধৰি অন্যান্য সতৰ্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব ।

ADVERTISEMENT

অৱশ্যে বেচৰকাৰী প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানসমূহ বতৰ্মানৰ দৰে বন্ধ থাকিব ৷ মুখ্য সচিবে উল্লেখ কৰে যে কাৰ্যালয় খুলিলেও কোনো কৰ্মচাৰীয়ে ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব নোৱাৰিব ৷ তেওঁলোকৰ বাবে চৰকাৰে ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা কৰিব ৷ তেনে বাছতো সামাজিক দূৰত্ব ৰক্ষা কৰিহে কৰ্মচাৰীয়ে অহা যোৱা কৰিব লাগিব। এই প্ৰসংগত মুখ্য সচিবজনে উল্লেখ কৰে তলাবন্ধৰ ফলত যিসকল কৰ্মচাৰী কাৰ্যালয়ৰ পৰা দূৰত থকা ঘৰত আৱদ্ধ হৈ আছে তেওঁলোক তিনি মে’লৈ তাতেই থাকিব পাৰিব ৷ শিথিল কৰা আন ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্য সচিবজনে কয় “কাইলৈৰ পৰা গ্ৰাম্য অৰ্থনীতিৰ লগত জৰিত কাম কাজসমূহ চলিব পাৰিব ৷ সেই অনুসৰি কৃষিক্ষেত্ৰৰ লগত সকলো কাম কাজ চলিব। গ্ৰাম্য উদ্যোগবোৰো চলিব ৷ অৱশ্যে সকলোতে সতৰ্কতামূলক ব্যৱস্থাসমূহ পালন কৰাটো বাধ্যতামূলক ।”

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে অসমত ২৩০ টা খাদ্য সংসাধন উদ্যোগ আছে । বহু ইটাভাটা আছে ৷ সেইবোৰৰ কামো কাইলৈৰ পৰা আৰম্ভ কৰিব পাৰিব ৷ অনুৰূপ ধৰণে জলসিঞ্চন,জলসম্প আদি বিভাগৰ কাম চলিব ৷ হিমঘৰবোৰো কামো কাইলৈৰ পৰা মুকলি কৰিব পাৰিব। আনহাতে দিন নিৰ্ধাৰণ নহ’লেও ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক নিজৰ ৰাজ্যলৈ প্ৰেৰণ কৰিব বুলি প্ৰকাশ কৰে মুখ্য সচিবে ৷ তলাবন্ধৰ সময়ত দুচকীয়া বাহন আৰু চাৰিচকীয়াত দুজন লোকহে যাত্ৰা কৰিব পাৰিব। এই সময়ত জৰুৰী চিকিৎসা আৰু সেই ধৰণৰ জৰুৰী কাৰণতহে সাধাৰণ লোকৰ চলাচল শিথিল কৰা হৈছে ৷ ইফালে পাঠ্যপুথিৰ নিৰ্দিষ্ট সংখ্যক দোকান সপ্তাহৰ তিনিদিন তিনিঘণ্টাকৈ খুলিব  পাৰিব বুলি মুখ্য সচিবজনে জনায়। এই ক্ষেত্ৰত উপায়ুক্তসকলে অনুমতি প্ৰদান কৰিব । শিথিলকৰণৰ সুযোগ যাতে অন্য লোকে গ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায় সঞ্চালক প্ৰধান মহন্তই ৷ গতিকে অপ্ৰিয় কিবা ঘটনা সংঘটিত হোৱাতকৈ ৰাইজে তলাবন্ধ মানি চলিবলৈ ৰাইজক আহ্বান কৰে মহন্তই ।

চৰকাৰৰ নিৰ্দেশ অনুসৰি জৰুৰীকালীন সেৱাৰ কাৰণে ওলাই গ’লে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ পাঁচজনকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ ৰাজহুৱা স্থাপত থু পেলাব নোৱাৰিব ৷ গুটখা, সুৰা, চিগাৰেট বিক্ৰীত নিষেধাজ্ঞা ৷ জৰুৰীকালীন সেৱাৰ কাৰণে ওলাই অহা লোকে পৰিচয় পত্ৰ লৈ আহিব লাগিব ৷ পৰিচয় পত্ৰ নাথাকিলে কৰ্তৃত্বশীল পক্ষৰ পত্ৰ থাকিব লাগিব ৷ একে সময়তে স্বাস্থ্যবিভাগৰ মানুহ অহা যোৱা কৰাত যদি আৰক্ষীয়ে বাধা দিয়ে তেন্তে সংশ্লিষ্ট আৰক্ষীজন দায়ী হ’ব । মুঠৰ ওপৰত তলাবন্ধ শিথিল নহয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONA VIRUSCovid-19FIGHT AGAINST COVID-19LOCKDOWN_ASSAMSTAY HOME STAY SAFE
publisher

publisher

Related Posts

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d