Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাৰ আতংকৰ মাজতে স্বস্তিৰ খবৰ আহিল পৃথিৱীবাসীলৈ 

publisher by publisher
April 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাৰ আতংকৰ মাজতে স্বস্তিৰ খবৰ আহিল পৃথিৱীবাসীলৈ 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সমগ্ৰ বিশ্বই কৰ’না ভাইৰাছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈ থকা অৱস্থাতে এক ভয়ানক আশংকাই সকলোকে অধিক আতংকিত কৰি তুলিছিল ।কিছু দিন পূৰ্বে একাংশ বিজ্ঞানীয়ে দেখা পাইছিল যে সুমেৰুৰ ওপৰ অংশৰ বায়ুমণ্ডলৰ অ’জন স্তৰত প্ৰায় এক নিযুত বৰ্গ কিলোমিটাৰ প্ৰশস্ত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ।চলিত মাহ আৰম্ভণি তেই ইউৰোপীয়ান স্পেচ এজেন্সী(ই এছ এ)এদল বিজ্ঞানীয়ে এই কথা জনাইছিল।
সেই ছিদ্ৰই পৃথিৱীৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব বুলিয়েই বিজ্ঞানীসকলে দাবী কৰিছিল।কিয়নো বৰ্তমানৰ মাত্ৰাধিক প্ৰদূষণৰ ফলত স্বাভাৱিকতেই পাতল হৈ আহি আছে অ’জন স্তৰ।তাৰ ওপৰতে এই বিয়াগোম গাঁতৰ সৃষ্টি হোৱাত সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মি  বাধাহীন ভাৱেই ভূ-পৃষ্ঠত পোনপটীয়াকৈ পৰিব ।উল্লেখ্য যে সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মি ভূ-পৃষ্ঠত পৰাত বাধাৰ সৃষ্টি কৰে অ’জন স্তৰে ।বিজ্ঞানীসকলৰ মতে ,উত্তৰ মেৰুত কম তাপমানৰ বাবে এই গাঁতৰ পৰা ক্ষতিৰ আশংকা কম ।কিন্তু কেনেবাকৈ যদি বায়ুৰ গতিবেগৰ সহায়ত সেই গাঁত দক্ষিণৰ ফালে গুচি আহে,তেন্তে ই মানৱ জাতিৰ বাবে অভিশাপ হৈ পৰিব।
কিন্ত বিজ্ঞানীসকলৰ এই আশংকাকে অমূলক বুলি প্ৰমাণ কৰিলে স্বয়ং প্ৰকৃতিয়ে ।অত্যাধিক উচ্চতাৰ বাবে বতাহে মেৰু অঞ্চললৈ শীতল বায়ু কঢ়িয়াই আনে ।বিজ্ঞানীসকলে বাখ্যা কৰিছে যে এই বছৰ মেৰু ঘূৰ্ণি আছিল অত্যন্ত শক্তিশালী ।যাৰ অভ্যন্তৰৰ তাপমাত্ৰা অত্যন্ত ঠাণ্ডা ।ইয়াৰ ফলত ষ্টেট’স্ফেৰিক মেঘে চি এফ চি গেছসমূহৰ স’তে প্ৰতিক্ৰিয়া ঘটাই অ’জন স্তৰৰ ক্ষতি কৰিছিল ।
কিন্ত এতিয়া সেই মেৰু ঘূৰ্ণি দুৰ্বল হৈ পৰিছে ।যাৰ ফলত মেৰু অঞ্চলৰ অ’জন স্তৰলৈ পুনৰ স্বাভাৱিকতা ঘূৰি আহে ।অৰ্থাৎ সৃষ্টি হোৱা গাঁতটোও বন্ধ হৈ পৰে ।বিজ্ঞানীসকলে ধাৰণা কৰিছে যে হয়তো পৰৱৰ্তী সময়ত মেৰু ঘূৰ্ণিয়ে অ’জন স্তৰত বিশেষ প্ৰভাৱ নেপেলাব ।প্ৰকৃতিয়ে যে নিজৰ ৰোগ নিজে নিৰ্মূল কৰিব পাৰে ,তাৰেই আকৌ এবাৰ প্ৰমাণ দি স্বয়ংক্ৰিয়ভাৱেই বন্ধ হৈ পৰিল অ’জন স্তৰৰ সেই বিশাল ছিদ্ৰ।প্ৰকৃতিয়েই বিশ্ববাসীৰ এই আতংক নিৰ্মূল কৰিলে ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19INDIA CORONA VIRUSOzone Layer
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d