Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ ফলত সংকটত কামাখ্যাৰ পাঁচশ পৰিয়াল

publisher by publisher
April 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ ফলত সংকটত কামাখ্যাৰ পাঁচশ পৰিয়াল
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

অশ্লীল বিষয়বস্তু প্ৰচাৰৰ অভিযোগত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ

ট্ৰাম্পৰ শুল্কৰ হেঁচাত ব্যৱসায়ী! তেওঁলোকৰ কাষত থিয় দিবলৈ বিশেষ পেকেজ ঘোষণা কৰাৰ পথত কেন্দ্ৰ

অপ্ৰতিৰোধ্য ক’ভিড-১৯ বীজাণুৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ২৪ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে বলবত কৰা তলাবন্ধই ৰাজ্যৰ খাটিখোৱা জনতাক কোঙা কৰিছে। তলাবন্ধৰ প্ৰত্যক্ষ প্ৰভাৱত থলুৱা কৃষকসকলকে ধৰি বেপাৰ-বাণিজ্য কৰি, গাড়ী- ৰিক্সা চলাই নাইবা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ পৰিয়াল পোহপাল দি অহা সকলোৱেই আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে। অৱশ্যে এই সময়ছোৱাত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সাধাৰণ জনতাক সকাহ দিবলৈ বিভিন্ন আঁচনিৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে আৰ্থিক সাহায্য আগবঢ়াইছে।
উল্লেখ্য যে এইসকল লোকৰ উপৰি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহৰ লগত জড়িত হৈ পৰিয়াল পোহ-পাল দি অহা লোকসকলো ক্ষতিগ্ৰস্ত হৈছে এই ধাৰাবাহিক তলাবন্ধৰ ফলত। কেৱল পৰ্যটক তথা দৰ্শনাৰ্থীৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰা এই লোকসকলৰ একমাত্ৰ উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দিন অতিবাহিত কৰিবলৈ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ৰাজ্যৰ ঐতিহাসিক পৰ্যটনস্থলীসমূহ যেনে কামাখ্যা দেৱালয়, উগ্ৰতাৰা দেৱালয়, উমানন্দ, চিৰিয়াখানা , কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য, শিৱসাগৰৰ পৰ্যটনস্থলী ক’ভিড-১৯ ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ইয়াৰ লগত জড়িত হেজাৰ হেজাৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। আৰ্থিকভাৱে জুৰুলা হৈ পৰা এইসকল লোকে অনাগত দিনসমূহত কি কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে।
গুৱাহাটীৰ নীলাচলৰ বুকুত অৱস্থিত দেশৰ ভিতৰতে অন্যতম শক্তিপীঠ তথা ১২ মাহেই পৰ্যটকৰ কেন্দ্ৰবিন্দু কামাখ্যা মন্দিৰত এতিয়া নিতাল নিস্তব্ধতা। তলাবন্ধৰ পৰিপ্ৰেক্ষিতত তথা কৰ’নাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সম্পূৰ্ণৰূপে দৰ্শনাৰ্থীৰ বাবে কামাখ্যা ধাম বন্ধ হৈ পৰাৰ ফলত মন্দিৰটোৱেই একমাত্ৰ উপাৰ্জনস্থলী হিচাপে লৈ জীৱন নির্বাহ কৰা প্ৰায় পাঁচশ পৰিয়াললৈ এক প্ৰত্যাহ্বান নামি আহিছে।
ইপিনে, ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয়তো একে পৰিৱেশ। ৰাজ্যৰ অন্যান্য মঠ-মন্দিৰৰ দৰে উগ্ৰতাৰা দেৱালয়ৰো পূজা-অৰ্চনা, নাম – প্ৰসংগ কৰা ব্ৰাহ্মণ, পুৰোহিত তথা ভকত-বৈষ্ণৱৰ লগতে ৰান্ধনি, সহায়ক, ফল-মূলৰ দোকানীসকলৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে। বিশেষকৈ দেৱালয়ত থকা কপিকুললৈও এই তলাবন্ধই অশনি সংকেত কঢ়িয়াই আনিছে। দেৱালয়খনত থকা প্ৰায় তিনিশ ৰাজহাঁহৰ  লগতে পুখুৰীত থকা মাছ, কাছ আৰু অগণিত পাৰ চৰাইসমূহে খাদ্যসংকটৰ সন্মুখীন হৈছে । দেৱালয়খনত থকা প্ৰায় তিনিশ ৰাজহাঁহৰ বাবে খাদ্য যোগান ধৰি কৃপা কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জনাইছে কৰ্তৃপক্ষই। উল্লেখ্য যে কালি দেৱালয় খনৰ চৌহদত থকা ৰজাদিনীয়া যোৰ পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত এটা মৃত কাছ উদ্ধাৰ হয়। বিশেষজ্ঞই কাছটো খাদ্যৰ অভাৱৰ লগতে বয়সৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Central GovernmentCorona VirusCovid-19lock downUgro Tara Temple
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d