Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বাস্তৱ ৰূপায়ণত ব্যাপক বিভ্ৰান্তি

publisher by publisher
May 6, 2020
in COVID-19, News
Reading Time: 1 min read
0
অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩৪ লৈ বৃদ্ধি
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ভাৰতত ক’ভিড-১৯ ৰ মোকাবিলাৰ ক্ষেত্ৰত বৃহৎ সংখ্যক আমোলাই প্ৰতিদিনে জাৰি কৰা নিত্য নতুন নীতি নিৰ্দেশনাই সাধাৰণ ৰাইজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দিনটোতে কমেও ৪,১৩০ টা নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিভিন্ন ৰাজ্যৰ চৰকাৰে ৷ এই বৃহৎ সংখ্যক নিৰ্দেশৰ ফলত কাৰ্যক্ষেত্ৰত যথেষ্ট বিশৃংখলতাৰ সৃষ্টি হোৱা বুলি শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে। এনে পৰিপ্ৰেক্ষিতত আমোলাতন্ত্ৰৰ ভৰত গধুৰ হৈ পৰিছে ক’ভিড ১৯ ৰ মোকাবিলাৰ বাস্তৱ ছবিখন । এটাৰ পাছত আনটো সংস্কাৰিত নিৰ্দেশ গাইডলাইনে বাস্তৱ ৰূপায়ণকাৰীসকলক ভাৰাক্ৰান্ত কৰি তোলাই নহয়, ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । দেশৰ বিভিন্ন অংশৰ লগত অসমো বিচ্ছিন্ন নহয়। অসমতো নীতি নিৰ্দেশনাৰ ঢল বৈছে যদিও ইয়াৰ ফলত বাস্তৱ ৰূপায়ণকাৰী বিষয়া কৰ্মচাৰীসকল বিভ্ৰান্ত হৈছে ।

ADVERTISEMENT

স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিছে সাধাৰণ ৰাইজৰ ওপৰত । ৰাজনৈতিক বিশেষজ্ঞ অক্ষয় মংগলাই কয় যে ভাৰতৰ আমোলাতন্ত্ৰৰ অধিকাংশই আইন নীতি আৰু তত্ত্বগত বিষয়ৰ মাজত গভীৰভাৱে নিমজ্জিত হৈ আছে ৷ নীতি নিয়ম, প্ৰক্ৰিয়া আৰু পদবীৰ খলপৰ চক্ৰবেহুৰ আমোলাতান্ত্ৰিক সংস্কৃতিৰ মাজত সোমাই আছে প্ৰশাসনিক ব্যৱস্থাৱলী ৷ ইয়াৰ ফলত বহুসময়ত ম্লান হৈছে সাধাৰণ মানুহৰ জীৱন। নৃতত্ত্ববিদ নয়নিকা মাথুৰে কয় যে এনে এক প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰা ভাৰতৰ আমোলাতন্ত্ৰ দৰাচলতে কাগজৰ বাঘ। ইয়াৰ যথাযোগ্য উদাহৰণ তথ্য জনা অধিকাৰ আইন ৷ এই আইনৰ জৰিয়তে নাগৰিকে চৰকাৰক প্ৰশ্ন কৰিব পাৰে আৰু দায়বদ্ধ কৰিব পাৰে । ফাইলবোৰ স্বচ্ছ হ’লেই এনে আইন ব্যৱহাৰ কৰিব পাৰে নাগৰিকে ৷ অৱশ্যে এনে আইন চৰকাৰ আৰু নাগৰিকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। ক’ভিড ১৯ ৰ দৰে ভয়াৱহ সংকটৰ সময়ত ভাৰতীয় আমোলাতন্ত্ৰ অধিক সবল আৰু পোনপটীয়াভাৱে সক্ৰিয় হ’ব পাৰিলেহেঁতেন ৷ ইয়াৰ পৰিৱৰ্তে শেহতীয়া নিৰ্দেশবোৰ ইমানেই দীঘলীয়া হৈছে আৰু এনেদৰে লিখা হৈছে যিবোৰ তৃণমূলৰ এজন চৰকাৰী কৰ্মচাৰীৰ বাবে বুজি পোৱাটো কঠিন হৈ পৰে।

এই মন্তব্য ভাৰতৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া পদ্মবীৰ সিঙৰ । আনহাতে দেশৰ বিভিন্ন প্ৰান্তত দেখা গৈছে যে চৰকাৰী নীতি নিৰ্দেশনা বাস্তৱ নীতি নোহোৱা বাবে সাধাৰণ ৰাইজ নানা আহুকালৰ সন্মুখীন হৈছে । ৰাইজৰ প্ৰয়োজনীয়তা বোধগম্য কৰাৰ ক্ষেত্ৰত আমোলাসকল বিফল হোৱা বুলিও অভিযোগ উঠিছে। অৱসৰপ্ৰাপ্ত বিষয়াজনে লগতে কয় যে আমোলাসকলৰ সাধাৰণতে দীঘলীয়া তথ্য প্ৰকাশ কৰি নিয়ন্ত্ৰণৰ প্ৰৱণতা থাকে ৷ ইয়াক নাশ কৰাৰ প্ৰয়োজন ৷আন এজন প্ৰাক্তন আই এছ বিষয়া অৰুণা শৰ্মাই কয় যে ভাৰতীয় আমোলাসকলে মহৎ দায়িত্ব পালন কৰিছে। সেই বুলি তেওঁলোকৰ ভূমিকা ধুৱলীকুৱলী কৰা উচিত নহয় । লগতে তেওঁ আমোলাসকল অৰ্থনৈতিক কাৰ্যকলাপ মুকলি কৰি দিয়াৰ সময়ত অধিক মনোযোগী হোৱাটো উত্তম বুলি কয় । ৰাজস্থানৰ আই এল ডি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্য তথা প্ৰাক্তন আই এছ বিষয়া ললিত পানোৱাৰে কয় যে তলাবন্ধ আৰু সামাজিক দূৰত্বৰ দৰে কঠোৰ নীতি নিয়ম ভাৰতীয় নাগৰিকৰ বাবে একেবাৰে নতুন বিষয় ৷ সেয়েহে মানুহ আতংকিত হৈছে ৷এই পৰিস্থিতিক আমোলাসকলে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST CORONAindiaINDIA FIGHTS COVID-19Lockdown
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d