Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কলিয়াবৰৰ নিৰ্মল আকাশত হঠাৎ দুষ্প্ৰাপ্য শ্যামল কপৌ

publisher by publisher
May 11, 2020
in COVID-19, News
Reading Time: 1 min read
0
কলিয়াবৰৰ নিৰ্মল আকাশত হঠাৎ দুষ্প্ৰাপ্য শ্যামল কপৌ
8
SHARES
83
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে সম্প্ৰতি জনসাধাৰণ গৃহবন্দী ৷ তাৰ মাজতে কলিয়াবৰৰ আকাশত দেখা গৈছে শ্যামল কপৌ বা সেউজীয়া কপৌ হিচাপে চিহ্নিত দুষ্প্ৰাপ্য পক্ষী ৷ কলিয়াবৰৰ বননিত এতিয়া নিৰ্জনতাৰ আঁৰ লৈ নিবিঘ্নে পাখি মেলিছে এই কপৌ প্ৰজাতিৰ চৰাইজাকে ৷ সকলোতে তলাবন্ধৰ নিমাওমাও তথা নিস্তব্ধ পৰিবেশৰ মাজত কলিয়াবৰৰ কলং সূতিৰ পাৰৰ ডাঠ বননিত পৰিলক্ষিত হৈছে এই ইংৰাজীত ‘ইমৰেল্ড ড’ভ’ (Emerald dove) নামেৰে পৰিচিত তথা তামিলনাডুৰ জাতীয় পক্ষী হিচাপে স্বীকৃত শ্যামল কপৌ ৷ ’কুৰু- কুৰু – কুৰুৰহ’ শব্দ কৰি সাধাৰণতে অকলশৰীয়াকৈ, যোৰপাতি বা সৰু সৰু দল বান্ধি ওখ গছ থকা হাবি, বাগিচা আদি অঞ্চলত বসবাস কৰে এই প্ৰজাতিৰ চৰাইবিধে ৷ ২৩ৰ পৰা ২৮ ছেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আমাৰ সাধাৰণতে দেখা পোৱা কপৌ চৰাইতকৈ সামান্য সৰু আকাৰৰ এই চৰাইবিধৰ ওজন ৯০ৰ পৰা ১৮০গ্ৰাম হ’ব ৷

ADVERTISEMENT

এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ মাজৰ সময়ছোৱাত এইবিধ চৰায়ে কনী পাৰি ১২-১৫ দিনৰ ভিতৰত পোৱালি ফুটাই ইহঁতৰ আপদাল কৰে ৷ সাধাৰণতে এটা বা দুটা বগা বা ঘিউ বৰণীয়া কনী পাৰে মাইকী চৰাইজনীয়ে ৷ অতিকৈ ধুনীয়া এই চৰাইবিধৰ মতা চৰাইটোৰ ঠোঁটটোৰ বৰণ ৰঙা-গুলপীয়া৷ মুৰটো ছাঁইৰঙী আৰু ডিঙিৰ পৰা পেটৰ অংশলৈকে তাম বৰণৰ পাখিৰে আবৃত৷ দুয়োখন ডেউকা গাঢ় সেউজীয়া৷ ডেউকাত ৰ’দ পৰি চিকমিকনি উঠি এক সুকীয়া শোভা প্ৰত্যক্ষ কৰোৱাই ৷ ডেউকাৰ ওপৰৰ ফালে দুই এটা শুদ্ধ বগা পাখিৰ আঁচ দেখা যায় ৷ ঠেঙৰ ৰং গুলপীয়া, নখ ক’লা-কজলা৷ মতা চৰাইটোৰ তুলনাত মাইকী চৰাইজনী দেখাত কিছু পৃথক ৷ গছৰ গুটি, শস্য আৰু কোঁহপাত খাই জীৱন নিৰ্বাহ কৰা এই দুষ্প্ৰাপ্য সেউজীয়া কপৌ চৰাই ভাৰতৰ তামিলনাডুকে ধৰি নিদিষ্ট স্থান তথা শেহতীয়াকৈ নগাঁও জিলাৰ কলিয়াবৰৰ কলঙৰ পাৰৰ ডাঠ হাবিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ভিয়েটনাম, দক্ষিণ চীন, ফিলিপাইন, ইণ্ডোনেছিয়াৰ লগতে অষ্ট্ৰেলিয়াৰ হাবিতো দেখা পোৱা যায় ৷

১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন মতে দুষ্প্ৰাপ্য পক্ষীৰ তালিকাত স্থান লাভেৰে সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া এই পক্ষীবিধৰ কলিয়াবৰৰ বননিত হঠাৎ প্ৰৱেশক লৈ উৎসাহিত হৈ পৰিছে পক্ষীপ্ৰেমী প্ৰতিজন লোক ৷ ইয়াৰ মাজতে এতিয়া কনী পাৰি বংশবৃদ্ধি কৰাৰ সময়চোৱাত কলিয়াবৰৰ বননিত এই ধুনীয়া চৰাইজাকৰ উপস্থিতিয়ে জীপাল কৰিছে সকলোৰে মন৷ অৱশ্যে সাধাৰণতে লোকচকক্ষুত ধৰা নিদিয়া এই চৰাই প্ৰজাতিক সুৰক্ষা দিবৰ বাবে ইতিমধ্যেই মন বান্ধিছে কেইগৰাকীমান কলিয়াবৰীয়াই ৷ ইতিমধ্যেই সৰ্বত্ৰ তলাবন্ধৰ বাবে পৰিৱেশ নিকা হৈ পৰাৰ লগতে সকলোতে নিমাওমাও পৰিবেশ তথা নিস্তব্ধতাই বিৰাজ কৰাৰ বাবেই এনে বহু দুষ্প্ৰাপ্য পক্ষীকূলৰ কলিয়াবৰৰ বনভূমিলৈ আগমন ঘটাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে পক্ষীপ্ৰেমীসকলে ৷ সকলোৰে আশা, সেউজীয়া চৰাইজাকে জীপাল কৰক কলিয়াবৰৰ শ্যামলী বননি ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamEmerald doveKaliabor
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d