Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গছৰ পাত খাই ক্ষুধা নিবাৰণ অশীতিপৰৰ

publisher by publisher
May 14, 2020
in News
Reading Time: 1 min read
0
গছৰ পাত খাই ক্ষুধা নিবাৰণ অশীতিপৰৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

তলাবন্ধৰ বাবে কলকাতা ৰে’ল ষ্টেছনত আবদ্ধ হৈ পৰিছিল উত্তৰপ্ৰদেশৰ এজন অশীতিপৰ বৃদ্ধ । আকস্মিক পৰিস্থিতিত পৰি এনে দুৰৱস্থা হ’ল যে কিছুদিন গছৰ পাত খাই ক্ষুধা নিবাৰণ কৰিবলগীয়া হয় । অৱশ্যে দুজন স্থানীয় যুৱকৰ সহৃদয়তাত গোৰক্ষ সিং নামৰ ৮১ বছৰীয়া লোকজনৰ ক্ষুধা নিবাৰণৰ ব্যৱস্থা হয় । উল্লেখ্য যে উত্তৰপ্ৰদেশৰ নাকাপুৰা গাঁৱৰ বাসিন্দাজনে বিশেষ কাৰণত কলকাতাত উপস্থিত হোৱাৰ পাছত তলাবন্ধ ঘোষণা হোৱাত ৰেল ষ্টেছনতে তেওঁ আবদ্ধ হৈ পৰে । দুদিনমান খোৱা বস্তু কিনি খাইছিল যদিও হাতত থকা টকাকেইটা শেষ হোৱাত বৃদ্ধ হৈ পৰে । সহায় কৰিবলৈকো কাষত কোনো নাছিল । সেয়ে দুটা দিন কেৱল পানীৰে কিমানদিন চলিব ? উপায় নাপায় দুটা দিন তেওঁ ষ্টেছনৰ কাষতে থকা গছৰ পৰা পাত চিঙি খাবলৈ বাধ্য হয় ।

ADVERTISEMENT

বৃদ্ধৰে দুৰ্ভাগ্য, সেই স্থানত নাছিল কোনো ফলৰ গছ । লক্ষ্যণীয়ভাৱে বহু লোকে সেই দৃশ্য দেখিও কোনো ধৰণৰ সহমৰ্মিতা প্ৰদৰ্শন কৰা নাছিল । দুদিনৰ অন্তত বৃদ্ধই গছৰ পাত ভক্ষণ কৰা দৃশ্য প্ৰত্যক্ষ কৰে আছাদুল আৰু ফাৰুখ নামৰ দুজন স্থানীয় যুৱকে। সেই দৃশ্যই যুৱকদ্বয়ৰ অন্তৰ দহি পেলায়। তাৰ পাছৰে পৰা বিগত এমাহৰো অধিক দিন ধৰি যুৱকদ্বয়ে গোৰক্ষ সিঙৰ লগতে কলকাতা ৰেল ষ্টেছনত আবদ্ধ হৈ থকা আন ২৬ গৰাকী পুৰুষ মহিলা শিশুৰ বাবে ভাত-দাইলৰ ব্যৱস্থা কৰি আছে। ইয়াৰ উপৰি যুৱকদ্বয়ৰ প্ৰচেষ্টাতে আৰক্ষী আৰু স্থানীয় প্ৰশাসনে পুৱাৰ ভাগত উক্ত আবদ্ধ লোকসকলৰ খোলাৰ ব্যৱস্থা কৰে।

আনহাতে, নিশাৰ আহাৰ যোগান ধৰে আছাদুল আৰু ফাৰুখ নামৰ হৃদয়বান যুৱকদ্বয়ে। অশীতিপৰ গোৰক্ষ সিঙে জনোৱা মতে, এজন লোকৰ পৰা প্ৰাপ্য ধন আদায়ৰ বাবে তেওঁ উত্তৰপ্ৰদেশৰ পৰা কলকাতালৈ আহিছিল। সাত বছৰৰ পূৰ্বে কলকাতাৰ এজন লোকৰ ঘৰত তেওঁ ৰাজমিস্ত্ৰীৰ কাম কৰিছিল । সেই কামৰে কিছু ধন পাবলৈ বাকী আছিল । তলাবন্ধৰ পূৰ্বে তেওঁ ৰেলত আহি কলকাতাত উপস্থিত হৈ উক্ত লোকজনৰ গৃহলৈ যায় যদিও প্রাপ্য ধনখিনি তেঁও নাপালে । কিন্তু সেইদিনাই তলাবন্ধ ঘোষণা কৰাত সিং কলকাতাতে আবদ্ধ হৈ পৰে । কোনোমতে কলকাতা ৰেল ষ্টেছনত উপস্থিত হয় যদিও তেওঁ ঘৰলৈ উভতি যাব নোৱাৰিলে । অশীতিপৰ লোকজনৰ সংগী মাথো দুডাল লাঠি । সেই লাঠিৰ সহায়তে তেঁও দুৰ্বল শৰীৰটো ষ্টেছনৰ সিফালৰ পৰা সিফাললৈ টানি নি অনন্ত সময়খিনি পাৰ কৰিবলৈ চেষ্টা কৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LockdownUttar Pradesh
publisher

publisher

Related Posts

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

September 20, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d