Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বীজাণুনাশক মানৱদেহৰ বাবে ক্ষতিকাৰক হ’ব পাৰেঃ হু

publisher by publisher
May 19, 2020
in COVID-19, News
Reading Time: 1 min read
0
বীজাণুনাশক মানৱদেহৰ বাবে ক্ষতিকাৰক হ’ব পাৰেঃ হু
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

কৰ’না ভাইৰাছৰ আতংকত ভাৰতকে ধৰি বিভিন্ন দেশত বাটে পথে চৰকাৰে গ্ৰহণ কৰা বীজাণুমুক্ত অভিযানৰ দ্বাৰা হিতে বিপৰীত হ’ব পাৰে বুলি সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ বিভিন্ন দেশত বাটে পথে ছটিওৱা বীজাণুমুক্ত সামগ্ৰীয়ে কৰ’না ভাইৰাছ নাশ নকৰে আৰু ইয়াৰ পৰিৱৰ্তে মানৱ দেহৰ প্ৰতিহে ভাবুকি কঢ়িয়াই বুলি হুৱে সকীয়াই দিছে ৷ এনেদৰে বীজাণুনাশক সামগ্ৰী ছটিয়ালে কোনো ফলাফল লাভ নকৰিব বুলি সংস্থাটোৱে কয় ৷ বীজাণুনাশক সামগ্ৰী স্প্ৰে’ বিভিন্ন বাট পথ, বজাৰ আদিত গেছীয় সামগ্ৰী প্ৰয়োগ কৰি ক’ভিড-১৯ ৰ বীজাণুনাশৰ পদ্ধতি অনুমোদিত নহয়  ৷ কিয়নো ধূলি-বালি, ময়লা আৰু আৱৰ্জনাৰ দ্বাৰা এনে সামগ্ৰী অকাৰ্যক্ষম হৈ পৰে ৷ এইদৰে হুৱে ব্যাখ্যা কৰি লগতে কয় যে কোনো ধৰণৰ বীজাণুনাশৰ বাবে এই পদ্ধতি লাভজনক নহয় ।

ADVERTISEMENT

তদুপৰি এটা বীজাণু শক্তি নাশৰ বাবে কোনো ৰাসায়নিক দ্ৰব্য নিৰ্দিষ্ট সময়ৰ বাবে বীজাণুৰ গাত লাগি থাকিব লাগিব আৰু সকলো স্থানতে নিৰ্দিষ্ট সময় ধৰি বীজাণুনাশক সামগ্ৰীয়ে স্পৰ্শ কৰি থাকিব লাগিব । এনে পদ্ধতিৰ দ্বাৰা সেয়া কিমানদূৰ সম্ভৱ হ’ব তাৰ নিশ্চয়তা নাই নিশ্চয়তা নাই বুলি সংস্থাটোৱে কয় ৷ আনহাতে বাট পথসমূহ ক’ভিড-১৯ৰ বীজাণু আৱাসস্থলী বা সংৰক্ষণস্থলী বুলি বিবেচনা কৰা নহয় । এইদৰে বীজাণু নাশক ছটিওৱাটো মানুহৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহ হ’ব পাৰে বুলি হুৱে সকীয়াই দিয়ে ৷ তদুপৰি মানুহৰ গালৈ এনে সামগ্ৰী ছটিওৱাটো কোনো পৰিস্থিতিতে অনুমোদিত নহয় বুলি হুৱে স্পষ্ট কৰি দিয়ে । হুৱে স্পষ্ট কৰি দিয়ে যে যদিহে বীজাণুনাশক ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে এখন কাপোৰ আদি জাতীয় সামগ্ৰী বীজাণুনাশকত জুবুৰিয়াই স্থান মচিব লাগিব ৷ তাৰ পৰিৱৰ্তে ঘৰৰ ভিতৰতো এইদৰে স্পে ব্যৱহাৰ কৰিলে কোনো ধৰণে ফলদায়ক নহ’ব ৷

ক’ভিড-১৯ বহু সময়লৈ সক্ৰিয় হৈ থাকে যদিও কিমান ঘন্টা সক্ৰিয় হৈ থাকে সেই বিষয়ে স্পষ্ট হোৱা নাই ৷ ইপিনে ভাৰত চৰকাৰে ক’ভিড-১৯ ৰ মোকাবিলাৰ বাবে মানুহৰ ওপৰত বীজাণুনাশক সামগ্ৰী স্প্ৰে কৰাৰ বিৰুদ্ধে পৰামৰ্শ আগবঢ়াই কয় যে এনে কাৰ্য শাৰাৰিক আৰু মানসিকভাৱে ক্ষতিকাৰক হ’ব পাৰে ৷ মানুহৰ শৰীৰত অথবা কাপোৰ-কানিত ই সক্ৰিয় হৈ থকাৰ কোনো বৈজ্ঞানিক ভিত্তিৰ তথ্য নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয়। এই তথ্য অনুসৰি এনেদৰে বীজাণুনাশক ছটিওৱাৰ বিষয়ে তেওঁলোকে বিভিন্নজনৰ প্ৰশ্নৰ সন্মুখীন হৈছে ৷ মন্ত্ৰ্যালয়ে কয় যে জিলা আৰু স্থানীয় পৰ্যায়ত এনেদৰে বীজাণুনাশক, ৰাসায়নিক সামগ্ৰী প্ৰয়োগ হোৱা দেখা গৈছে ৷ কোনো পৰিস্থিতিত মানুহৰ গালৈ এনে বীজাণুনাশক ছটিওৱাটো অনুমোদিত নহয় বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় ৷ ই শাৰীৰিক মানসিক ক্ষতি সাধন কৰিব বুলিও স্পষ্ট কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19FIGHT AGAINST COVID-19WHO
publisher

publisher

Related Posts

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

September 25, 2026
কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d