Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দুবাৰকৈ স্পন্দন বন্ধ হোৱা সত্বেও কৰ’না জয়

publisher by publisher
May 23, 2020
in COVID-19, News
Reading Time: 1 min read
0
দুবাৰকৈ স্পন্দন বন্ধ হোৱা সত্বেও কৰ’না জয়
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

শিশু বা কম বয়সীয়াসকলৰ ক্ষেত্ৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ অত্যন্ত কম হ’লেও একেবাৰে শূণ্য নহয় । আকৌ কোনো কোনো ব্যতিক্ৰমী ক্ষেত্ৰত কৰ’নাত আক্ৰান্ত শিশু বা নাবালক-নাবালিকাৰ শৰীৰত আন কেতবোৰ উপসৰ্গয়ো দেখা দিয়া পৰিলক্ষিত হৈছে । এনে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল আমেৰিকাৰ লুইচিয়ানাৰ ক’ভিংটনৰ এগৰাকী ১২বছৰীয়া নাবালিকা । দুবাৰকৈ হৃৎস্পন্দন বন্ধৰ লগতে একাধিক অংগ বিকল হোৱাৰ পাছতো কৰ’নাক জয় কৰি সম্প্রতি সম্পূৰ্ণ সুস্থ জুলিয়েট ডালে নামৰ নাবালিকাগৰাকী । ক’ভিড-১৯ পজিটিভ হোৱাৰ সমান্তৰালকৈ জুলিয়েট আক্রান্ত হৈছিল ‘মাল্টিছিষ্টেম ইনফ্লেমেটৰী ছিন্ড্ৰ’মত । যাৰ প্ৰকোপত নাবালিকাগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰাত আনকি দুবাৰকৈ হৃৎস্পন্দনো বন্ধ হৈ পৰিছিল । অৱশ্যে কঠিন যুঁজত জয়ী হৈ তেওঁ এতিয়া সুস্থ হৈ স্বগৃহলৈ উভতি গৈছে । আনকি কেতিয়া হৃদযন্ত্ৰই কাম কৰিবলৈ বন্ধ কৰিছিল, সেই কথাও জুলিয়েটৰ মনত নাই । ৰোগক জয় কৰি এই ১২বছৰীয়া নাবালিকাই সম্প্ৰতি আনন্দ মনেৰে নিজগৃহত বহি অনলাইনত স্কুলৰ পাঠদানত অংশগ্ৰহণ কৰি আছে ।

ADVERTISEMENT

পৰিয়ালৰ সূত্ৰই জনোৱা মতে, কিছুদিন ধৰি অসুস্থতা অনুভৱ কৰি আছিল আমেৰিকাৰ প্ৰথম ‘মাল্টিছিষ্টেম ইনফ্লেমেটৰী ছিন্ড্ৰ’ম’ আক্ৰান্ত জুলিয়েট । বমি, ক্লান্তি আৰু জ্বৰৰ সমান্তৰালকৈ ওঁঠ জুৰি ক্ৰমাৎ নীলাভ হৈ পৰিছিল । পৰিস্থিতি ক্ৰমাৎ জটিল হোৱা দেখি পিতৃ-মাতৃয়ে জুলিয়েটক হাস্পতাললৈ নিয়ে । পৰীক্ষাত দেখা গ’ল যে জুলিয়েট ক’ভিড পজিটিভ হোৱাৰ লগতে এনে এবিধ জটিল ৰোগত আক্ৰান্ত, যি ৰোগ বিশ্বত বিগত কিছু মাহত ব্ৰিটেইন আৰু ইটালীৰ কিছু কম সংখ্যক শিশুৰ মাজতহে দেখা গৈছে । চিকিৎসকৰ তৰফৰ পৰা জনোৱা হয় যে এই উপসৰ্গৰ নাম মাল্টিছিষ্টেম ইনফ্লেমেটৰী ছিন্ড্ৰ’ম । জুলিয়েটক ভেন্টিলেটৰত ৰখা হয় । পাছত ঠিক কৰা হ’ল যে নাবালিকাক এয়াৰলিফটত আন হাস্পতাললৈ নিয়া হ’ব । কিন্তু তেতিয়াই বিপত্তি ঘটে ।

চিকিৎসক সকলে জনায় যে জুলিয়েটৰ কাৰ্ডিয়াক এৰেষ্ট হৈছে । কিছু সময়ৰ পাছত জনা গ’ল যে জুলিয়েটক সুস্থ কৰি তোলা হৈছে ।ইয়াৰ কিছু সময়ৰ পাছত হেলিকপ্টাৰৰ বাবে অপেক্ষা কৰি থকা সময়তে আকৌ এবাৰ সৰু ছোৱালী জনীৰ হৃৎস্পন্দন বন্ধ হৈ পৰে ।ইয়াৰ সমান্তৰাল কৈ একাধিক অংগও বিকল হ’বলৈ ধৰে । অৱশ্যে চিকিৎসকৰ প্ৰচেষ্টাত এইবাৰো বিপদ দূৰ হ’ল । জ্ঞান ঘূৰাই পোৱা পাছত জুলীয়েটে গমো নাপালে যে তেওঁৰ হৃৎস্পন্দন দুবাৰকৈ বন্ধ হৈছিল । কন্যা সন্তানৰ পুনৰ্জন্মৰ বাবে চিকিৎসক সকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে জুলিয়েটৰ পিতৃ-মাতৃয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19Fight Agianst Covid-19
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d