Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 নিয়ম উলংঘা কৰি বিমানৰ পৰা নামি পোনে পোনে স্বগৃহলৈ কেন্দ্ৰীয় মন্ত্ৰী

publisher by publisher
May 26, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
IMG 20200526 164609
1
SHARES
5
VIEWS
ShareShareShareShare

ক’ভিড-১৯ ৰোধৰ বাবে বিমান চলাচলৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিলে স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীয়ে৷ নতুন দিল্লীৰ পৰা বিমানযোগে বাংগালুৰুত উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰৰ নিৰ্দেশিকাক উপেক্ষা কৰি নিজগৃহলৈ ৰাওনা হয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী সদানন্দ গোড়াই । আনকি চৰকাৰৰ এই নীতি নিৰ্দেশনা মন্ত্ৰীৰ বাবে নহয় বুলিও গৌড়াই মন্তব্য কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই কাণ্ডই স্বাভাৱিকতে বিতৰ্কৰ জোৱাৰ তুলিছে। সোমবাৰৰ পৰা দেশৰ ভিতৰত আৰম্ভ হৈছে বিমান চলাচল ৷ অৱশ্যে কেন্দ্ৰই জাৰি কৰা নিৰ্দেশিকা অনুসৰি বিমানৰ পৰা নমাৰ পাছতে প্ৰত্যেক বিমান যাত্ৰীয়ে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত থাকিব লাগিব ৷ কিন্তু কেন্দ্ৰীয় মন্ত্ৰী গৌড়াৰ মতে যেন এই নীতি নিয়ম কেৱল সাধাৰণ জনতাৰ বাবেহে ৷ সেয়ে বেংগালুৰুৰ বিমানকোঠৰ পৰা বাহিৰ ওলায়েৎ মন্ত্ৰীজনে নিজৰ ব্যক্তিগত বাহনত উঠি কোৱাৰেন্টাইনৰ পৰিৱৰ্তে নিজগৃহলৈ ৰাওনা হয় ।

ADVERTISEMENT

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত গৌড়াই কয় “মইতো মন্ত্ৰী ৷ সেয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মোক ৰেহাই দিছে ।” উল্লেখযোগ্য যে কৰ্ণাটক চৰকাৰে বিমানযাত্ৰীসকলৰ বাবে এখন হোটেলত সাত দিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে ৷ অৱশ্যে ব্যৱসায়ীসকলে অতি গুৰুত্বপূৰ্ণ কাৰণত আহিলে নিৰ্দেশিকাত তেওঁলোকক ৰেহাই দিয়াৰ ব্যৱস্থা আছে ৷ কিন্তু এই ৰেহাই লাভৰ কাৰণে ব্যৱসায়ীৰ হাতত থাকিব লাগিব আইচিএমআৰ ক’ভিড১৯ নিগেটিভ প্ৰতিবেদন । লক্ষ্যণীয়ভাৱে এই নিৰ্দেশিকাত নেতা মন্ত্ৰীক ৰেহাই দিয়াৰ কথা উল্লেখ নাই । সাধাৰণ লোক আৰু মন্ত্ৰীৰ বাবে নিয়ম পৃথক নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে কয় “মন্ত্ৰী হিচাপে মোক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰেহাই দিছে ।সেয়েহে ইয়াত একো অন্যায় হোৱা নাই।” মন্ত্ৰী গৌড়াৰ অধীনতে আছে কেন্দ্ৰৰ ঔষধ সংক্ৰান্তীয় দপ্তৰ ৷ সেই যুক্তি প্ৰদৰ্শন কৰি মন্ত্ৰীজনে পুনৰ কয় “মই যদি ঔষধ সৰবৰাহ নকৰো,আক্ৰান্তৰ সংখ্যা দ্বিগুণ হৈ পৰিব ৷ সমগ্ৰ দিশলৈ ঔষধ সৰবৰাহ বিষয়টো চোৱাচিতাৰ দায়িত্ব মোৰ ওপৰত ৷ চিকিৎসক, ঔষধ সৰবৰাহকাৰীসকলেই যদি কোৱাৰেন্টাইনত থাকে, তেন্তে আমি কেনেকৈ কৰ’নাক পৰাজিত কৰিম ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19D V Sadananda GowdaFIGHT AGAINST COVID-19
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d