Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না নহয়, কৰ্কটে ৰুদ্ধ কৰিলে বিশ্বৰ প্ৰবীণতম পুৰুষৰ জীৱনযাত্ৰা

publisher by publisher
May 30, 2020
in COVID-19, News, world
Reading Time: 1 min read
0
কৰ’না নহয়, কৰ্কটে ৰুদ্ধ কৰিলে বিশ্বৰ প্ৰবীণতম পুৰুষৰ জীৱনযাত্ৰা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

কৰ’না ভাইৰাছৰ তাণ্ডৱৰ মাজতে পৃথিৱীৰ পৰা বিদায় ল’লে প্ৰবীণতম পুৰুষজনে । অৱশ্যে কৰ’না নহয়, বৰঞ্চ কৰ্কট ৰোগেহে ৰুদ্ধ কৰিলে ইংলেণ্ডৰ বব ৱেইটনৰ শতায়ুগৰকা জীৱনযাত্ৰা । ১১২বছৰীয়া ৱেইটনে কালি হেম্পশ্বায়াৰৰ নিজগৃহত শেষ নিশ্বাস ত্যাগ কৰাৰ কথা সদৰী কৰে তেওঁৰ পৰিয়ালে । ১৯০৮ৰ ২৯ মাৰ্চত পূব য়ৰ্কশ্বায়াৰৰ হাল চহৰত ৱেইটনৰ জন্ম হৈছিল । প্ৰাক্তন শিক্ষক তথা ইঞ্জিনীয়াৰ জনে যোৱা ফেব্ৰুৱাৰীত বিশ্বৰ প্ৰবীণতম পুৰুষৰ আখ্যা লাভ কৰিছিল । শতাধিক বছৰ জীয়াই থাকিলেও মৃত্যুলৈ ভয় কৰিছিল প্ৰবীণতম পুৰুষজনে । সেয়ে কৰ’না ভাইৰাছে ইংলেণ্ডত তাণ্ডৱ চলাবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁ প্ৰাণৰক্ষাৰ পথৰ সন্ধান কৰিছিল । নানা প্ৰতিকূল পৰিৱেশক আওকাণ কৰি জীয়াই থকা ৱেইটনক অৱশ্যে কৰ’না ভাইৰাছে পৰাজিত কৰিব নোৱাৰিলে । তেওঁ পৰাজিত হ’ল কৰ্কটৰ হাতত ।

ADVERTISEMENT

১৯১৮ত স্পেনিছ ফ্লুত বিশ্বত পাঁচ কোটিৰো অধিক লোকৰ মৃত্যু হোৱাৰ সময়ত ৱেইটনৰ বয়স আছিল ১০বছৰ । ভাইৰাছৰ ভয়াৱহতাৰ বিষয়ে সেই সময়ত বুজিব পৰা নাছিল । পৰৱৰ্তী সময়ত কিতাপ পঢ়িহে স্পেনিছ ফ্লু অতিমাৰীৰ বিষয়ে বুজিব পাৰিছিল।ৱেইটনৰ সৰল স্বীকাৰোক্তি, ‘সেই বয়সত মই বিশেষ একো বুজা নাছিলো । আমাৰ পৰিয়াল বা পৰিয়ালৰ কোনো ঘনিষ্ঠ লোকৰ মৃত্যু হোৱা নাছিল।’ সেই লোকজনেই বিশ্বজুৰি কৰ’না ভাইৰাছৰ তাণ্ডৱ দেখি শিয়ঁৰি উঠিছিল । উদ্বেগ ধৰা পৰিছিল তেওঁৰ কথাতে ।’ জীয়াই থাকিবলৈ হ’লে কি কৰিব লাগিব, সেয়াই নাজানো । সমগ্ৰ পৃথিৱী খনেৰ অৱস্থা যেন ধূসৰ হৈ পৰিছে । নাজানো শেষ পৰ্যন্ত কি হয় ।’ ৱেইটনে কয় ।

দুখনকৈ বিশ্বযুদ্ধ পাৰ কৰি অহা ৱেইটনে তেতিয়ালৈ অৱশ্যে জনা নাছিল যে তেওঁৰ শৰীৰত নীৰৱে বাহ লৈছিল মাৰাত্মক কৰ্কটে।শতাধিক বছৰ জীয়াই থকাৰ ৰহস্য সম্পৰ্কতো তেওঁ কয়, ‘কোনো গোপন ফৰ্মূলা মোৰ হাতত নাই । কিন্ত মই কেতিয়াও বৃদ্ধ হ’বলৈ বিচৰা নাছিলো ।’ উল্লেখ্য যে শেষ বয়সলৈকে ৱেইটনে নিজক সক্ৰিয় কৰি ৰাখিছিল । নিজৰ এপাৰ্টমেণ্টৰ এটা শোৱনিকোঠাক কাঠৰ আচবাব তৈয়াৰী কাৰখানালৈ ৰূপায়ন্তৰিত কৰি তেওঁ অধিক সময় তাতেই ব্যস্ত হৈ থাকিছিল । অসংখ্য ঘটনাৰ সাক্ষী এই প্ৰবীণতম পুৰুষজনে বিগত ১১২টা বছৰত ব্ৰিটিছ ৰাজসিংহাসনত পাঁচজনক উপবিষ্ট হোৱা প্ৰত্যক্ষ কৰিছিল । দেখিছিল ব্ৰিটেইনৰ ২৬জন প্ৰধানমন্ত্ৰীৰ সালসলনি । তিনি সন্তানৰ দুই জীৱিত পুত্ৰ -কন্যাৰ লগতে ৱেইটনে এৰি গৈছে ১০নাতি-নাতিনী আৰু ২৫ পৰিনাতি-পৰিনাতিনীক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d