Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধত আবদ্ধ পিতৃ-মাতৃ ,হিন্দু যুৱতীৰ কন্যা দান কৰিলে মুছলিম দম্পতীয়ে

publisher by publisher
June 4, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
তলাবন্ধত আবদ্ধ পিতৃ-মাতৃ ,হিন্দু যুৱতীৰ কন্যা দান কৰিলে মুছলিম দম্পতীয়ে
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

পিতৃ-মাতৃৰ অনুপস্থিতিত হিন্দু যুৱতীৰ কন্যা দান কৰিলে এহাল মুছলিম দম্পতীয়ে । পঞ্জাৱৰ লুধিয়ানাত কালি আব্দুল ছাজিদ আৰু তেওঁৰ পত্নীয়ে চুবুৰীয়া পূজাৰ কন্যা দান কৰে । বিয়াৰ দিন-বাৰ ঠিক হৈ থকাৰ পাছতো তলাবন্ধৰ বাবে কন্যাৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলে পূজাৰ পিতৃ-মাতৃ । পূজাৰ কালি বিয়া সম্পন্ন হয় লুধিয়ানাৰে যুৱক সুদেশ কুমাৰৰ স’তে । তলাবন্ধৰ পূৰ্বেই পূজা আৰু সুদেশৰ পৰিয়ালৰ সন্মতিত বিয়াৰ দিন নিৰ্ধাৰণ কৰা হৈছিল । পূজাৰ পিতৃ-মাতৃসহ পৰিয়াল লুধিয়ানাতে থাকে । উত্তৰ প্ৰদেশৰ মোৰাদাবাদত পূজাৰ পৰিয়ালৰ পিতৃক গৃহ আছে । তলাবন্ধৰ পূৰ্বে পূজাৰ পৰিয়াল গৈছিল মোৰাদাবাদলৈ ।কিন্ত তলাবন্ধত সমগ্ৰ দেশ স্তব্ধ হৈ পৰাত পিতৃ -মাতৃৰে পূজা বিচ্ছিন্ন হৈ পৰে । এনে কাৰণতে বিয়াক লৈ সংকটৰো সৃষ্টি হয় । দুয়োটা পৰিয়ালৰ মাজত বিয়াখনত লৈ দুশ্চিন্তাৰ সৃষ্টি হয় । কিন্ত প্ৰতিবেশী মুছলিম দম্পতীয়ে এই দুশ্চিন্তা দূৰ কৰে । কন্যাদানৰ দায়িত্ব লয় ছাজিদ দম্পতীয়ে । দৰাপক্ষয়ো অৱশেষত মানি লয় এই কথা।

ADVERTISEMENT

মুছলিম প্ৰতিবেশীৰ তত্বাৱধানতে হিন্দু ৰীতি অনুসৰি কালি সুকলমে সম্পন্ন হৈ যায় বিয়াখন । পূজা আৰু সুদেশৰ চাৰি হাত এক হয় প্ৰতিবেশীৰ উদ্যোগত । নৱ দম্পতীক বহু উপহাৰো দিয়ে প্ৰতিবেশী মুছলিম পৰিয়ালটোৱে । কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিয়াখনত মাত্ৰ সাতগৰাকী লোকহে উপস্থিত থাকে ।বিয়াখনৰ সন্দৰ্ভত আব্দুল ছাজিদ আৰু তেওঁৰ পত্নীয়ে কয়, ‘আমি যোৱা প্ৰায় পাঁচ বছৰ ধৰি পূজাৰ পৰিয়ালক জানো । পূজাই আমাক মামা- মামী বুলি মাতে । পূজা আমাৰ দৰে কন্যাৰ দৰেই । আমি পূজাৰ কন্যা দান কৰিলো । পূজাক বিয়া দিবলৈ পাই আমি আনন্দিত । বিয়াত কোনো উপহাৰ বিচৰা নাই সুদেশৰ পৰিয়ালে । তথাপি আমি বিছনা, আলমিৰাকে ধৰি সামান্য কেইপদমান বাচন-বৰ্তন দিছো । বিয়াখন সৰুকৈ হোৱাত দুখ লাগিছে যদিও কোনো বাধা সৃষ্টি নোহোৱাকৈ সম্পন্ন হোৱাত ভালো লাগিছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19indiaLockdownPanjab
publisher

publisher

Related Posts

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d