Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

এজনৰো মৃত্যু নোহোৱাকৈ সম্পূৰ্ণৰূপে কৰ’নামুক্ত হ’ল ফিজি

publisher by publisher
June 7, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
এজনৰো মৃত্যু নোহোৱাকৈ সম্পূৰ্ণৰূপে কৰ’নামুক্ত হ’ল ফিজি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ক’ভিড-১৯ত আক্ৰান্ত অন্তিম জন ৰোগীয়ে সুস্থ হৈ হাস্পতাল ত্যাগ কৰাৰ পিছতে ক’ৰনামুক্ত হল ফিজি। প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ খনৰ চৰকাৰে কৰ’না ভাইৰাছৰ বিৰূদ্ধে সংগ্ৰামত নিজৰ এই সফলতাৰ কথা ঘোষণা কৰে।লক্ষ্যণীয় ভাৱে ক্ষুদ্ৰ দীপ ৰাষ্ট্ৰ খনৰ এজন লোকৰো ক’ভিড-১৯ত মৃত্যু নহ’ল। উল্লেখযোগ্য যে মাৰ্চৰ মাজভাগত ফিজিত প্ৰথমজন কৰ’না ৰোগী চিনাক্ত হৈছিল।প্ৰথম ৰোগী চিনাক্ত হোৱাৰ লগে লগে দেশখনৰ ৯ লাখ ৩০ হেজাৰ নাগৰিকৰ মাজত আতংক বিয়পি পৰিছিল।কিন্তু দেশখনৰ চৰকাৰে কঠোৰ আইছ’লেছন আৰু সীমান্ত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ ৰোধ কৰিবলৈ সক্ষম হয়।যাৰ বাবে ফিজিত মাত্ৰ ১৮জন লোকহে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল ।

ADVERTISEMENT

কালি ফিজিক কৰে’না মুক্ত বুলি ঘোষণা কৰি দেশখনৰ প্রধান মন্ত্ৰী ফ্ৰাংক বাইনিমাৰামাই কয় যে এই সফলতাৰ অন্তৰালত আছিল প্ৰাৰ্থনা, পৰিশ্ৰম আৰু বৈজ্ঞানিক নিশ্চিতকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা। টুইট কৰি প্ৰধানমন্ত্ৰী জনে কয়, “ফিজিত আজি আমাৰ অন্তিম জন ক’ভিড -১৯ ৰোগীক মুকলি কৰি দিয়া হৈছে।’ প্ৰধান মন্ত্ৰী জনে লগতে কয় যে আমাৰ পৰীক্ষাৰ সংখ্যা দিনক দিনে বঢ়োৱা হলেও অন্তিনজন ৰোগী চিনাক্ত হৈছিল প্রায় ৪৫দিনৰ পূৰ্বে । এই পর্যন্ত এজনো লোকৰ ভাইৰাছত মৃত্যু হোৱা নাই বুলিও তেওঁ জনায়। ইয়াৰ উপৰি ফিজিত ক’ভিড-১৯ ৰোগী সুস্থ হোৱাৰ হাৰ এশ শতাংশ বুলিও তেওঁ কয় । মধুমেহ, হৃদৰোগৰ প্ৰচুৰ ৰোগী তথা দুৰ্বল স্বাস্থ্য ব্যৱস্থা আৰু আন্তঃগাঁথনি ৰ কাৰণে ফিজি ত এই ভাইৰাছে মাৰাত্মক ৰূপ আশংকা কৰা হৈছিল।

ইয়াৰ উপৰি ভোগোলিক দিশৰ পৰা বিচ্ছিন্ন দ্বীপটোত আইছলেচনৰ সমস্যাৰ বাবে সংক্ৰমণৰ হটস্পট ত পৰিণত হোৱাৰ আশংকাও আছিল। অথচ এই সকলোবোৰ শংকা নস্যাৎ কৰি কালি দেশখনক কৰ’নামুক্ত ৰূপে ঘোষণা কৰে প্ৰধানমন্ত্ৰী বাইনিমাৰাই। প্ৰশান্ত মহাসাগৰীয় অন্যান্য দেশত কৰ’নাৰ আতংকৰ বাবেই একেবাৰে প্রথম অৱস্থাৰ পৰাই নিজৰ সীমান্ত দ্ৰুতগতিৰে বন্ধ কৰি দিয়া হৈছিল। কেৱল সেয়াই নহয়, পৰ্যটক নিষিদ্ধৰ দৰে ব্যয়বহুল সিদ্ধান্তও গ্ৰহণ কৰে পৰ্যটনৰ বাবে জনপ্ৰিয় উক্ত দেশকেইখনে। এনে সিদ্ধান্তৰ ফলত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপৰাষ্ট্র পালাউ, টংগা, ছল’মন দ্বীপপুঞ্জ, মাৰ্শ্বাল দ্বীপপুঞ্জ, ভানুয়াতু, কুক আইলেণ্ড আৰু মাইক্ৰ’নেছিয়াত এই পর্যন্ত এজনো কৰ’নাত আক্ৰান্ত চিনাক্ত হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19WORLD FIGHTS CORONA
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d