Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

এন ৯৫ মাস্কৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক সকীয়ালে বম্বে উচ্চ ন্যায়ালয়ে

publisher by publisher
June 13, 2020
in COVID-19, News
Reading Time: 1 min read
0
এন ৯৫ মাস্কৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক সকীয়ালে বম্বে উচ্চ ন্যায়ালয়ে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

এন ৯৫ মাস্কৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ আবেদন জনাই বম্বে উচ্চন্যায়ালয়ত এটি গোচৰ তৰা হৈছে এই গোচৰৰ ভিত্তিত অহা দুসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ আৰু ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি’ক এন ৯৫ মাস্কৰ মূল্য নিয়ন্ত্ৰণলৈ অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বম্বে উচ্চ ন্যায়ালয়ে ।কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ লোৱাৰ সমান্তৰালভাৱে ক্ৰমে মূল্য বাঢ়িবলৈ লৈছে এন ৯৫মাস্কৰ।

ADVERTISEMENT

কাৰণ এন ৯৫ মাস্ক পৰিধান কৰি থকা অৱস্থাত ধূলিকণা আৰু জীৱাণু নাকে -মুখে প্ৰৱেশ কৰাৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি ।তদুপৰি কৰ’নাৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ চিকিৎসক স্বাস্থ্যকৰ্মীকে ধৰি সাধাৰণ সকলো লোককে সম্প্ৰতি মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ দিছে ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ’ এ ।

কিন্ত সময়ৰ লগে লগে এন ৯৫মাস্কৰ চাহিদা যিমানেই বৃদ্ধি পাইছে তাতকৈ অধিক হাৰত বাঢ়িবলৈ লৈছে মূল্য।বিগত চাৰি মাহত প্ৰায় ২৫০শতাংশ পৰ্যন্ত মূল্য বৃদ্ধি পাইছে এন ৯৫ মাস্কৰ ।২০১৯ ৰ ছেপ্টেম্বৰত এখন এন ৯৫ মাস্কৰ চৰকাৰী মূল্য আছিল ১২টকা ২৫পইচা ।চলিত বৰ্ষৰ জানুৱাৰীত চৰকাৰী ভাৱে এন ৯৫ মাস্কৰ নিৰ্ধাৰণ কৰা মূল্য আছিল ১৭ টকা ৩৩পইচা ।

মাৰ্চলৈ মূল্য বৃদ্ধি হৈ হয়গৈ ৪২টকা ।যোৱা মে’ত চৰকাৰে এন ৯৫ মাস্ক ক্ৰয় কৰিছে ৬৩টকাকৈ ।চলিত মাহৰ প্ৰথম সপ্তাহতে ভাৰতত কৰ’না সংক্ৰমণ অধিক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ সমান্তৰালভাৱে এন ৯৫ মাস্কৰ মূল্য একেটা পৰ্যায়তে ৬৩ টকাৰ পৰা বাঢ়ি হয়গৈ ১৬৫ টকা ।চৰকাৰে স্বয়ং বৰ্দ্ধিত মূল্যত এন ৯৫ মাস্ক ক্ৰয় কৰিবলৈ লোৱাৰ সময়তে মুকলি বজাৰত এখন এন ৯৫ মাস্কৰ মূল্য হয়গৈ ২৪০ ৰ পৰা ৩০০ টকা ।

ক্ৰমশঃ সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ পৰা বাহিৰলৈ যাবলৈ লৈছে এন ৯৫ মাস্কৰ মূল্য ।ফলত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে সাধাৰণ লোক ।এক সাক্ষাৎকাৰত বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী বিশেষজ্ঞ মাৰিয়া ভান কেৰখোভে জনোৱা অনুসৰি সকলো সময়তে নীতি -নিয়ম মানি সামাজিক দূৰত্ব অক্ষুন্ন ৰখাটো সম্ভৱ নহয় ।

সেয়েহে বিপদ সংকুল স্থানত থাকিবলৈ বাধ্য হোৱাৰ সময়ত কাপোৰৰ সাধাৰণ মাস্কে কৰ’না সংক্ৰমণ ৰোধ কৰিব নোৱাৰে ।এনে ক্ষেত্ৰত ‘ছর্জিকেল ‘মাস্ক পৰিধান কৰাটো জৰুৰী হৈ পৰে ।সেয়েহে নিজকে সুৰক্ষিত অনুভৱ কৰিবলৈ এন ৯৫ ৰ দৰে মাস্ক বৰ্তমান সময়ত সকলোৱে পৰিধান কৰিবলৈ বিচাৰিছে ।যোগানতকৈ চাহিদা অধিক বৃদ্ধি পোৱাৰ অজুহাতত আকাশলংঘী হৈছে এন ৯৫ মাস্কৰ মূল্য ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19India covid 19Supreme Court of India
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

September 25, 2026
কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d