Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২১ জুনত বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ

samimsultana by samimsultana
June 13, 2020
in India, News, world
Reading Time: 1 min read
0
২১ জুনত বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ
21
SHARES
214
VIEWS
ShareShareShareShare

RelatedPosts

২০২৭ ৰ আকাশত দেখা যাব বিৰলতম ঘটনা 

SURYA GRAHAN 2022 : ২৫ অক্টোবৰতহ’ব সূৰ্যগ্ৰহণ

অহা ২১ জুনত বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ দেখা পাব পৃথিৱীবাসীয়ে ।অৱশ্যে এয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ নহয় ,অথচ আংশিক সূৰ্যগ্ৰহণ বুলি ক’ব পৰা নাযায় ।সেয়ে অহা ২১ জুনৰ সূৰ্যগ্ৰহণক ‘বলয়গ্ৰাস গ্ৰহণ ‘ বুলি অভিহিত কৰিছে বিশেষজ্ঞই।ইংৰাজীত এই গ্ৰহণক কোৱা হয় ‘এনুলাৰ ছ’লাৰ এক্লিপছ’।উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা এই গ্ৰহণ দেখা যাব ।

ADVERTISEMENT

ইয়াৰ উপৰি এছিয়াৰ অন্যান্য দেশ,আফ্ৰিকা আৰু ভাৰত মহাসাগৰীয় অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰাও বলয়গ্ৰাস সূৰ্যগ্ৰহণ দেখা যাব ।ইয়াৰ উপৰি ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ কিছু কিছু অংশৰ বাসিন্দায়ো এই বলয়গ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰিব ।ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা জনোৱা মতে ,ভাৰতত ২১ জুনৰ পুৱা ৯-১৫ বজাত গ্ৰহণ আৰম্ভ হ’ব ।

শেষ হ’ব বিয়লি ৩-০৪ বজাত ।আনহাতে, পৰিপূৰ্ণ গ্ৰহণ দেখা যাব পুৱা ১০-১৭ বজাৰ পৰা বিয়লি ২-০২ বজা পৰ্যন্ত ।উল্লেখ্য যে বলয়গ্ৰাস সূৰ্য গ্ৰহণৰ এক বিশেষত্ব আছে গ্ৰহণৰ সময়ত আকাশত যেতিয়া জুইৰ চকৰি দেখা যায় ,সেই পৰ্যায়কে বলয়গ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয় ।অৰ্থাৎ এই গ্ৰহণত চন্দ্ৰৰ ছাঁ সূৰ্যত এনেদৰে পৰে যে তাৰ ফলত সূৰ্যৰ চাৰিওফালৰ পোহৰৰ বলয় বা চক্ৰহে দেখা যায় ।এই গ্ৰহণত চন্দ্ৰই ছাঁ টোৱে সূৰ্যক সম্পূৰ্ণৰূপে গ্ৰাস কৰিব নোৱাৰে ।

অন্তিমবাৰলৈ ২০১৯ ৰ ২৬ ডিচেম্বৰত বলয়গ্ৰাস সূৰ্যগ্ৰহণ হৈছিল।বিজ্ঞানীসকলে জনাইছে যে খালী চকুৰে বলয়গ্ৰাস সূৰ্য গ্ৰহণ চোৱাটো একেবাৰে নিৰাপদ নহয় ।ইয়াৰ বাবে বিশেষকৈ চকু সুৰক্ষা সামগ্ৰীৰ আৱশ্যক ।ইয়াৰ উপৰি পিনহ’ল প্ৰজেক্টৰ জৰিয়তে বগা দেৱাল বা বগা কাপোৰত গ্ৰহণৰ ছাঁ পেলাই সেয়া চাব পাৰে ।

উল্লেখ্য যে বলয়গ্ৰাস গ্রহণত অমাৱস্যাৰ চন্দ্ৰটোৱে সূৰ্যৰ মাজ অংশ ঢাকি পেলায় ।সেয়ে চন্দ্ৰৰ ছাঁৰ চাৰিওফালে গোলাকাৰ পোহৰৰ মালা প্ৰতিভাত হয়।এই অৱস্থাক কোৱা হয় ‘ৰিং অৱ ফায়াৰ ‘।এই ক্ষেত্ৰত চন্দ্ৰ টোৱে পৃথিৱীৰ পৰা সবাতোকৈ দূৰৰ বিন্দুৰ ওচৰত অৱস্থান কৰে ।লগতে চন্দ্ৰ ,পৃথিৱী আৰু সূৰ্য প্ৰায় সৰলৰেখাত থাকে ।আন সূৰ্যগ্ৰহণৰ স’তে বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ পাৰ্থক্য আছে ।পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰৰ ছাঁটোৱে সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলায় ।সেয়ে সেই সময়ত পৃথিৱীলৈ সম্পূৰ্ণ অন্ধকাৰ নামি আহে ।আনহাতে,আংশিক সূৰ্যগ্ৰহণত চন্দ্ৰৰ ছাঁটোৱে সূৰ্যৰ কিছু অংশহে ঢাকিবলৈ সক্ষম হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Annular Solar EclipseSolar eclipse
samimsultana

samimsultana

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d