Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

২০২৭ ৰ আকাশত দেখা যাব বিৰলতম ঘটনা 

একেৰাহে ছয় মিনিট ধৰি হ'ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ

publisher by publisher
July 22, 2025
in News, world
Reading Time: 1 min read
0
২০২৭ ৰ আকাশত দেখা যাব বিৰলতম ঘটনা 
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

SURYA GRAHAN 2022 : ২৫ অক্টোবৰতহ’ব সূৰ্যগ্ৰহণ

২১ জুনত বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ

Solar Eclipse:✒️একেৰাহে ছয় মিনিট ২৩ ছেকেণ্ড ধৰি হ’ব সূর্যগ্রহণ। যিটো মহাজাগতিক ইতিহাসত অতি বিৰল ঘটনা হ’বলৈ গৈ আছে।একাংশ বিজ্ঞানীয়ে জনাইছে যে এই পূর্ণগ্রাস সূর্যগ্রহণ দৃশ্যমা হ’ব স্থলভাগৰ পৰা, সেয়াও অতি বিৰল ঘটনা।

ADVERTISEMENT

১৯৯১ৰ পৰা ২১১৪ৰ ভিতৰত এইটোৱেই হ’ব দীর্ঘতম সূর্যগ্রহণ। এই মাহেন্দ্রক্ষণ আহিব ২০২৭ৰ দুই আগষ্টত। অৱশ্যে ভাৰতসহ দক্ষিণ এছিয়াৰ অধিকাংশ দেশে এই পূর্ণগ্রাস সূর্যগ্রহণ দেখা নাপাব। দেখা নাপাব উত্তৰ আৰু দক্ষিণ আমেৰিকা, পূর্ব এছিয়াৰ এটা বৃহৎ অংশ আৰু অস্ট্রেলিয়ায়ো।

ইয়াৰ বিপৰীতে এই অতি বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব পাৰিব ইউৰোপ, উত্তৰ আফ্রিকা তথা পশ্চিম এছিয়াৰ বিস্তীর্ণ অঞ্চলৰ বাসিন্দাসকলে। লগতে লিবিয়া আৰু মিছৰতো পূর্ণগ্রাস অৱস্থা সবাতোকৈ ভালদৰে দেখা পোৱা যাব।

বিজ্ঞানীসকলে এই পূর্ণগ্রাস সূর্যগ্রহণক ‘গ্রেট নর্থ আফ্রিকান একলিন্স’ বুলি অভিহিত কৰিছে। তেওঁলোকে জনাইছে যে ২০২৭ৰ দুই আগষ্টত সূর্যটোক সম্পূর্ণরূপে ঢাকি পেলাব চন্দ্রই। প্রায় ছয় মিনিট ২৩ ছেকেণ্ড সময় সূৰ্যটো সম্পূৰ্ণভাৱে চন্দ্ৰৰ আঁৰত থাকিব। সেই দিনা সূৰ্যৰ পৰা সবাতোকৈ দূৰত অৱস্থান কৰিব পৃথিৱীয়ে।

ফলত সূর্যটোক আকাশত আকাৰত তুলনামূলকভাৱে সৰু দেখাব। আকৌ সেই একে সময়তে পৃথিৱীৰ একেবাৰে ওচৰত অৱস্থান কৰিব চন্দ্রই। ফলত চন্দ্রটোক আকাৰত তুলনামূলক ডাঙৰ দেখা যাব।

তদুপৰি পূৰ্ণগ্রাস সূর্যগ্ৰহণৰ সময়ত নিৰক্ষৰেখাৰ ওচৰত যি ছাঁ পৰিব, সেয়া মাটিৰ ওপৰত ক্ৰমাৎ আঁতৰি গৈ থাকিব। সমগ্র গ্রহণপর্বতে এনেকুৱা হ’ব বুলি জনাইছে বিজ্ঞানীসকলে। তেওঁলোকে জনাইছে যে দুপৰীয়াৰ পৰা আবেলিৰ ভিতৰত পূৰ্ণগ্ৰাস সূর্যগ্রহণটো দেখা যাব। লগতে আৰু জনাইছে যে ইয়াৰ পূৰ্বে খ্ৰীষ্টপূর্ব ৭৪৩ৰ ১৫ জুনত সবাতোকৈ বেছি সময় ধৰি স্থায়ী হৈছিল পূর্ণগ্রাস সূর্যগ্রহণ।

সেই সময় আছিল সাত মিনিট ২৮ ছেকেণ্ড। আনহাতে, ২১১৪ৰ ২৩ আগষ্টত আকৌ দীর্ঘ সময় ধৰি পূর্ণগ্রাস সূর্যগ্রহণ দেখা পোৱা যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Solar eclipse
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d