Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গালৱান উপত্যকাত নতুনকৈ দস্যুবৃত্তি আৰম্ভ চীনা সেনাৰ

publisher by publisher
June 19, 2020
in News
Reading Time: 1 min read
0
গালৱান উপত্যকাত নতুনকৈ দস্যুবৃত্তি আৰম্ভ চীনা সেনাৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

চীনা সেনাৰ অযাচিত আগ্ৰাসন আৰু দস্যুৰ দৰে কার্যৰ বাবেই সম্প্ৰতি সকলোৰে বাবে পৰিচিত হৈ পৰিছে গালৱান নদী আৰু ইয়াৰ উপত্যকা । ভাৰত-চীন সীমান্তৰ বৰফশীতল গালৱান উপত্যকাৰ উত্তাপ বৃদ্ধি কৰি তুলিছে ড্ৰেগণ মেলা মুখৰ পৰা ওলোৱা অগ্নিয়ে । তুষাৰশুভ্ৰ উপত্যকাত এতিয়া তেজৰ ৰঙা দাগ । চীনা সৈন্যৰ দুৰাকাংক্ষা নিৰ্মূল কৰিবলৈ গৈ সেই উপত্যকাতেই জীৱন দিলে ২০জনকৈ দেশপ্ৰেমীয়ে । অৱশ্যে কেৱল চীনা সৈন্যৰ দস্যৰ দৰে কাৰ্য-কলাপৰ বাবেই এই গালৱান উপত্যকা ৰক্তৰঞ্জিত হৈ পৰা নাই । বৰঞ্চ লাডাখৰ কিছু নিলগত থকা এই অঞ্চলৰ বিগত শতাধিক বছৰৰ ইতিহাস ৰক্তৰেই লিখা হৈছে । বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজেৰে পোহৰলৈ আহিছে গালৱান উপত্যকাৰ বহু লোমহৰ্ষক ইতিহাস, ইয়াৰ নামকৰণৰ আঁৰৰ কাহিনী ।

ADVERTISEMENT

প্ৰায় ১২৫ বছৰৰ আগৰ কথা । কাৰকোৰাম পৰ্বত মালাৰ গুহাৰ পৰা ওলাই ৰুক্ষ, শিলাময় অঞ্চল পূব লাডাখ আৰু চীনৰ মাজৰে বৈ গৈ সিন্ধু নদীৰ উপনৈ ছিয়কত পৰিছে গৈ গালৱান নদী । ১২৫ বছৰৰ পূর্বে অৱশ্যে নদীখনৰ কোনো নাম নাছিল । ইতিহাসৰ তথ্য অনুসৰি, বহু বছৰ ধৰি এদল মুছলমান লোকে নদীখনৰ ওচৰ পাজৰে লুটপাট কৰিছিল । দস্যু দলটোৰ নেতাজনৰ নাম আছিল কাৰা । কাশ্মীৰী ভাষাত এই দস্যু দলটোক “গালৱান” বুলি কোৱা হৈছিল । সেই শব্দৰ অৰ্থ হৈছে ডকাইত । অৱশ্যে এই দস্যুদলটো আন ডকাইতৰ দৰে নাছিল, এইসকল ডকাইতি, লুটপাতৰ উদ্দেশ্য আছিল নিঃস্বজনক সাহায্য কৰা । এওঁলোকৰ কাৰ্যকলাপ আছিল ৰবীনহুদৰ দৰে । ধনী লোকৰ সম্পত্তি কাঢ়ি দৰিদ্ৰৰ মাজত বিলাই দিয়াৰ মহৎ উদ্দেশ্য লৈয়ে গালৱানসকলে দস্যুবিত্তত প্ৰবৃত্ত হৈছিল ।

প্ৰচলিত তথ্য অনুসৰি, ১৯ শতিকাত এই গালৱান সকলে কাশ্মীৰৰ ৰজাৰ বাসভৱনত প্ৰৱেশ কৰি তেওঁৰ ডিঙিত চুৰি লগাই ৰাজপ্ৰসাদ লুট কৰিছিল । তেওঁলোকৰ এই ডকাইতি, লুটপাটৰ বাবেই উপত্যকাটোত ৰক্তপাত, সংঘৰ্ষ আদি অস্বাভাৱিক নাছিল। পোনপটীয়াকৈ নামকৰণ নহ’লেও সেই সময়ৰ পৰাই ‘গালৱান’ ভাবাৰ্থৰ সতে এই নদী আৰু সংলগ্ন অঞ্চলযুক্ত হৈ পৰে। পৰৱৰ্তী সময়ত দস্যুদলৰ নেতা কাৰা ৰজাৰ সৈন্যৰ হাতত ধৰা পৰে আৰু তেওঁক মৃত্যুদণ্ড দিয়া হয় । তেওঁৰ পৰিয়ালে প্ৰাণৰক্ষাৰ বাবে তাৰ পৰা পলায়ন কৰি লাডাখত আশ্ৰয় লয় । অৱশ্যে গালৱান নদীৰ আনুষ্ঠানিক নামকৰণ ইয়াৰ বহু বছৰৰ পাছতহে হয় । সেই দস্যু পৰিয়ালৰে বংশধৰ গুলাম ৰচুল গালৱান। তেওঁ আছিল বিখ্যাত পৰ্বতাৰোহী। তেওঁৰ সাহসক সন্মান জনোৱাৰ বাবেই ব্ৰিটিছসকলে এই উপত্যকাৰ নাম ৰাখে গালৱান ভেলি। এই তথ্য সদৰী কৰে ৰছুলৰ নাতি আমিন গালৱানে ।

সম্প্ৰতি লাডাখত বাস কৰা ৰচুলৰ নাতি আমিনে ভাৰত চীনৰ শেহতীয়া উত্তেজনাৰ প্ৰসংগত কয় যে গালৱান উপত্যকা সদায় ভাৰতৰ অংশ হৈ থাকিব । ১৯৬২তো চীনা সৈন্যই এইদৰে ভূমি দখলৰ অপচেষ্টা চলাইছিল। ‘আমাৰ সেনা বাহিনীয়ে সাহসেৰে যুজঁ দি তেঁওলোকক খেদি পঠিয়ালে । এতিয়া তেওঁলোকে আকৌ একেই কার্য কৰিছে। আমি আমাৰ সেনাবাহিনীক সন্মান কৰো আৰু তেওঁলোকৰ বলিদানক চ্যেলুট জনাইছো।’ আমিনে কয় । ঐতিহাসিক গৱেষসকলৰ মতে, সেই সময়ত কোনো স্থানীয় লোকৰ বাবে এই ধৰণৰ সন্মানপ্ৰাপ্তি আছিল অতি বিৰল। ১২৫ বছৰীয়া ইতিহাস আজি বহুখিনি সলনি হৈ পৰিছে। তেতিয়াৰ গালৱান সকলে দস্যুবৃত্তি কৰিছিল দৰিদ্ৰৰ স্বাৰ্থত। সেই কাৰ্যত আত্মসুখ জড়িত নাছিল। নাছিল অহেতুক ক্ষমতা প্ৰদৰ্শনৰ দৰে অহংবোধ। কিন্তু আজি কেৱল গালৱান উপত্যকাত নিজৰ ক্ষমতা অটুট ৰাখিবলৈ চীনা কাৰ্যত উদ্বাৱল হৈ পৰিছে । এইদৰেই চীনাসকলে কলংকিত কৰি তুলিছে গালৱান উপত্যকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Galwan River valleyindia
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d