Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আত্মনির্ভৰশীলতাৰ অঘোষিত ব্ৰেণ্ড এম্বেচাদৰ হৈ উঠিছে নলবাৰীৰ বনপুৰাৰ চাহেৰ আলী

publisher by publisher
June 23, 2020
in Assam, News
Reading Time: 1 min read
0
আত্মনির্ভৰশীলতাৰ অঘোষিত ব্ৰেণ্ড এম্বেচাদৰ হৈ উঠিছে নলবাৰীৰ বনপুৰাৰ চাহেৰ আলী
2
SHARES
16
VIEWS
ShareShareShareShare

আত্মনির্ভৰশীলতাৰ একপ্ৰকাৰ আঘোষিত ব্ৰেণ্ড এম্বেচাদৰ হৈ উঠিছে নলবাৰীৰ মুকালমুৱা অঞ্চলৰ বনপুৰা গাঁৱৰ দুলাল আলি আৰু চাহেদা খাতুনৰ পুত্ৰ চাহেৰ আলি । বিগত কিছুদিনৰ পৰা সংবাদমাধ্যম আৰু একাংশ উদ্যোগী যুৱকৰ সোঁত বব ধৰিছে এইগৰাকী যুৱকৰ ঘৰলৈ । যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী পৃষ্ঠপোষকতাত আত্মনির্ভৰশীলতাক অভিযান ৰূপ দিয়াৰ পৰিকল্পনা চলাইছে তাৰ পূৰ্বেই বায়’ফ্লক পদ্ধতিৰে মৎস্য পালন, ভিন্ন জাতৰ কুকুৰাৰ পোৱালি উৎপাদন আৰু ফল উদ্যানেৰে বছৰি ৮-১০ লাখ টকা উপাৰ্জনৰ পথ দেখুৱাইছে এইজন চাহেৰ আলীয়ে । এওঁলোক পূৰ্বতে দমদমা চহৰৰ বাসিন্দা আছিল যদিও ব্ৰহ্মপুত্ৰৰ খহনীয়াই নিঃশেষ কৰাত চাহেৰৰ পূৰ্ব পুৰুষ আহি আশ্ৰয় লৈছিল এই গাঁওখনত । দিন ৰাতি একাকাৰ কৰি কেৱল কষ্টৰ মাজত আন পৰিয়ালসমূহৰ লগতে চাহেৰৰ পৰিয়ালেও পাৰ কৰিব লগা হয় তেনে কষ্টৰ দিন।

ADVERTISEMENT

তথাপিও দুবেলা দুসাজ নিমিলা পৰিস্থিতি এই পৰিয়ালসমূহৰ। তাৰ মাজতে পঢ়া- শুনা কৰি চাহেৰে সৰুৰে পৰাই দেখি আহিছে আত্মনির্ভৰশীল হোৱাৰ সপোন। ইয়াৰ মাজতে চাহেৰে ১৯৯৯ ত কলা শাখাত স্নাতক ডিগ্ৰী লোৱাৰ লগতে অতিৰিক্ত ভাৱে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰে আৰু ভাতৃ সৌৰভ হুছেইনৰ লগত কাপলাবৰীত ২০০৭ ত এটা ষ্টুডিঅ’ আৰু ডি টি পি চেণ্টাৰ খোলে। কিন্তু ইয়াৰ পৰা প্ৰয়োজনীয় উপাৰ্জন নোহোৱাত পুনৰ আন এক উপাৰ্জনৰ সন্ধান কৰিবলৈ ধৰে। এনেদৰে ই এটা নতুন উপাৰ্জনৰ পথৰ সন্ধান চলাই থকা অৱস্থাতে ইউ টিউবৰ পৰা উদ্ধাৰ কৰে মৎস্য পালনৰ আধুনিক বৈজ্ঞানিক ব্যৱস্থা বায়’ফ্লকৰ ৷ এই পদ্ধতি পশ্চিম বংগত ইতিমধ্যে বহুল হৈ উঠিছে যদিও অসমত এই পৰ্যন্ত যথেষ্ট হৈ উঠা নাই। তদুপৰি মীন বিভাগে প্ৰকাশ কৰা মতে নলবাৰীত চাহেৰেই প্ৰথম বায়’ফ্লকাৰ। চাহেৰে দৈনিক অগ্ৰদূতক সদৰী কৰা মতে তেওঁ ইউ টিউবত চাইয়ে বায়’ফ্লকৰ বাবে প্ৰয়োজনীয় কৃত্ৰিম টেংক নিৰ্মাণ,অক্সিজেন সৰবৰাহ ব্যৱস্থা, পানীৰ ঘনত্ব আৰু উত্তাপ পৰীক্ষণ আদি বিভিন্ন ব্যৱস্থা নিজেই কৰিছে। ইয়াৰ বাবে আনকি কোনো ধৰণৰ প্ৰশিক্ষণ পৰ্যন্ত লোৱা নাই চাহেৰে। নতুনকৈ বান্ধিবলৈ লোৱা নিজৰ ঘৰৰ ভেটিতে চাহেৰে ৩ টা টেংক আৰু চোতালত এটা টেংক সাজি জাপানী কাৱৈ আৰু চান্দা মাছ উৎপাদন চলাই আছে। ইয়াৰ স্পন সমূহ পশ্চিম বংগৰ পৰা ফ্লাইট যোগে আমদানি কৰা হয়।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

আনহাতে প্ৰতিটো টেংকত বছৰি ১০ কুইণ্টল কৈ মাছ উৎপাদন কৰি ৮-১০ লাখ টকা উপাৰ্জন সম্ভৱ কৰি তুলিছে যুৱকজনে। বায় ফ্লকৰ উপৰি চাহেৰে আৰম্ভ কৰিছে ভিন্ন জাতৰ কুকুৰাৰ পোৱালি উৎপাদন। ইয়াৰ বাবে নিজেই ইনকুইবেতৰ সাজি কৰকনাথ, তাৰ্কী, চীনা কুকুৰা আদি ভিন্ন প্ৰজাতিৰ কুকুৰাৰ পোৱালি উৎপাদন কৰি আহিছে। এই কুকুৰাৰ পোৱালিসমূহ ১৫০ ৰ পৰা ২০০ টকা মূল্যত স্থানীয় আৰু পাইকাৰী পদ্ধতিত বিক্ৰী কৰা হয়। ইয়াৰ উপৰি চাহেৰে গঢ়ি তুলিছে এখন মূল্যৱান ফল উদ্যান। নিজৰ বাস গৃহ চৌহদটো চাৰিওফালে ৰোপন কৰিছে ভিন্ন জাতৰ ফল। এই বতৰত হাতেৰে লগ পোৱা অৱস্থাতে ডাল ভৰি লাগি আছে ভীম সাগৰ, লেঙেৰা আদিৰ দৰে উচ্চ প্ৰজাতিৰ আম। বাসগৃহৰ পৰা কেইমিটাৰ মান দূৰৈত ৩ বিঘা মাটিকালিত চাহেৰে গঢ়ি তুলিছে এখন মূল্যবান ফল উদ্যান।

ইয়াত উচ্চ জাতৰ লিচু, আম,গোলাপ জামু, মধুৰি আম, নাচপতি, মৌচুমী, বেদনা, কমলা, বগৰী, কাজু বাদাম, জলফাই মিঠা জলফাই, মিঠা তেতেলী, লং, ইলাচি, ডালচিনি আদি ফল- মচলা সমূহ ইতিমধ্যে উৎপাদন ক্ষম হৈ উঠিছে। উদ্যানখনৰ মাজভাগত কিছু অংশ ঘাঁহ ৰোপন কৰি ইয়াৰ মাজত কণী উৎপাদনৰ বাবে ৰখা তাৰ্কী, কৰকনাথ আৰু চীনা মূৰ্গী চৰিবলৈ সুবিধা কৰি দিয়া হৈছে। আনহাতে মাছ, কুকুৰা পোৱালি আৰু ফল বিক্ৰীৰ বজাৰৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো অসুবিধা পোৱা নাই বুলি প্ৰকাশ কৰিছে চাহেৰ আলিয়ে। অৱশ্যে আগলৈ উৎপাদনৰ হাৰ বৃদ্ধি হলে তেওঁ ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কৰাৰ সংকল্প প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পর্যন্ত চাহেৰ আলীয়ে কোনোধৰণৰ চৰকাৰী সহায় লোৱা নাই আৰু ভৱিষ্যতলৈ চৰকাৰী সাহায্যৰ মুখাপেক্ষী নহয় বুলি চাহেৰ আলিয়ে প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে তেওঁ নিবনুৱাসকলক আহ্বান জনায় যে নিজৰ দক্ষতাৰ ওপৰত অধিক বিশ্বাস গঢ়ি তুলি হাতে কামে আগবাঢ়ক, ফল-সুফল সময়ে নিৰূপন কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNALBARI
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d