Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইতিহাস সাক্ষী আছে বিস্তাৰবাদী নীতি প্ৰশ্ৰয় দিয়া সকল বিশ্বৰ পৰা নিশ্চহ্ন হৈ গৈছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

publisher by publisher
July 3, 2020
in India, News
Reading Time: 1 min read
0
ইতিহাস সাক্ষী আছে বিস্তাৰবাদী নীতি প্ৰশ্ৰয় দিয়া সকল বিশ্বৰ পৰা নিশ্চহ্ন হৈ গৈছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি পুৱা গালৱান সংঘৰ্ষৰ ১৮ দিনৰ পিছত হঠাতে উপস্থিত হ’লগৈ লাডাখত ৷উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ নাম নোলোৱাকৈয়ে কয় যে বিস্তাৰবাদ নীতিয়ে সমগ্ৰ মানব জাতিক ধ্বংস কৰিলে ৷ইতিহাস সাক্ষী আছে যে এনে ধৰণৰ নীতি সৰ্বশেষত নিশ্চহ্ন হৈ যায় ।মোদীয়ে লাডাখত উপস্থিত হৈ জোৱানসকলৰ লগত মতবিনিময় কৰে লগতে আহতসকলৰ স্বাস্থ্যৰ খবৰ লয়।

ADVERTISEMENT

ইফালে লাডাখ চীন সীমান্তত থকা জোৱানসকলৰ লগত মোদীয়ে মত বিনিময় কৰি কয় “আপোনালোকৰ সাহস অতুলনীয়৷ আপোনালোকৰ ধৈৰ্য্য আৰু দেশৰ প্ৰতি থকা ভক্তি কোনো গুণে কম নহয়। এনেধৰণৰ এক কঠিন পৰিস্থিতিৰ মাজত থাকিও আপোনালোকে যি দৰে দেশ মাতৃৰ সেৱাত নিমগ্ন হৈ আছে সেয়া প্ৰশংসনীয় ৷আপোনালোকৰ মাজত আহি মোৰ অনুভৱ হৈছে যে আপোনালোকৰ ইচ্ছা শক্তি পৰ্বতৰ দৰে ওখ৷আত্মনিৰ্ভৰশীল ভাৰতৰ সংকল্প আপোনালোকৰ কাৰণেই সবল হয় ৷সম্প্ৰতি আপুনি আৰু আপোনালোকৰ সহকৰ্মীসকলে যি সাহস দেখুৱালে তাৰ পৰা ভাৰত কিমান শক্তিশালী সেয়া বিশ্ব বাসীয়ে জানিব পাৰিছে।”

লগতে মোডীয় কয়” ভাৰতৰ ওপৰত কৰা প্ৰত্যেকটো আক্ৰমণে ভাৰতক শক্তিশালী কৰিছে। বিশ্বৰ লগতে দেশৰ উন্নতিৰ কাৰণে শান্তি সকলোৱে বিছাৰে ৷সাহস শান্তিৰ এটা চৰ্ত ৷ভাৰতত আজি জল,স্থল আৰু বায়ু সেনা বাহিনীৰ শক্তি বৃদ্ধি পাইছে ৷এইয়া মানৱ কল্যানৰ ইংগিত ৷বিশ্ব যুদ্ধই হওক বা বিশ্ব শান্তি হওক আমাৰ জোৱানসকলৰ পৰাক্ৰমক বিশ্বই লক্ষ্য কৰিছে ৷আমি সদায় মানৱতা ৰক্ষাৰ কাৰণে কাম কৰিছো ।সম্প্ৰতি সমগ্ৰ বিশ্ব বিস্তাৰবাদৰ বিপৰীতে বিকাশবাদ নীতিৰ ওপৰত বিশ্বাসী ।বিস্তাৰবাদ নীতিয়ে মানৱ জাতিক ধৰ্বংস কৰিলে। কিন্তু ইতিহাস সাক্ষী আছে বিস্তাৰবাদ নীতিক প্ৰশ্ৰয় দিয়া সকলে নিশ্চহ্ন হৈ গৈছে। দেশৰ লগত জৰিত যদি কোনো নেতাৰ কথা ভাবো তেন্তে মই প্ৰথমে দুগৰাকী মাতৃৰ ভৰি চুই প্ৰণাম কৰোঁ ৷প্ৰথমতে আমাৰ সকলোৰে ভাৰত মাতৃ আৰু দ্বিতীয়তে সেই বীৰ জোৱান সকলৰ মাতৃ, যাৰ গৰ্ভৰ পৰা আপোনালোকৰ দৰে বীৰসকলে জন্ম লাভ কৰিছে। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ৷

সেনাৰ কাৰণে আধুনিক যন্ত্ৰপাতিৰ ব্যৱস্থা কৰাৰ কথা উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় “সীমান্তৰ গঠনমূলক কাৰ্যত হোৱা ব্যয় তিনিগুণ বৃদ্ধি কৰা হৈছে। আমি জোৱানসকলক শক্তিশালী কৰিব লাগিব। লগতে মোদীয়ে সপোনৰ ভাৰত গঢ়ি তোলাৰ কথাও উল্লেখ কৰে। এই ক্ষেত্ৰত ১৩০ কোটি ভাৰতীয় পিছ পৰি নাথাকিব । আৰু ভাৰতক এখন আত্মনিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তোলাৰো সংকল্প লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Galwan River valleyIndia Chaina BorderNarendra Modi
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d