Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অধিক অৱনতি বাক্সা-বৰপেটাৰ বান পৰিস্থিতিৰ

samimsultana by samimsultana
July 13, 2020
in Assam, Flood, News
Reading Time: 1 min read
0
অধিক অৱনতি বাক্সা-বৰপেটাৰ বান পৰিস্থিতিৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

বানপীড়িত নেপালত ৫১ জন লোকৰ মৃত্যু!

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ

বাক্সা-বৰপেটাৰ বান পৰিস্থিতি আজিও শোচনীয় হৈ আছে ৷ জিলা দুখনৰ ৰূপহী, পল্লা আৰু পহুমাৰা নদীৰ বাঢ়নী পানীয়ে শতাধিক গাওঁ প্লাৱিত কৰিছে। এই বান ইমানে ভয়াবহ হৈ পৰিছে যে বন্যপ্ৰাণী পৰ্যন্ত উটি যাব ধৰিছে। আজি পুৱা বাক্সাৰ শালবাৰীৰ ৰূপহী নৈৰ পানীৰ সোঁতত উটি অহা এটা হৰিণা পানপাৰাত উদ্ধাৰ হয়। মৃত হৰিণাটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানে উটুৱাই আনিছে বুলি স্থানীয় ৰাইজে জনাইছে।

ADVERTISEMENT

পানপাৰাৰ স্থানীয় ৰাইজে ৰূপহী নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰা মৃত হৰিণাটো পিচত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ক চমজাই দিয়ে ৷ উল্লেখযোগ্য যে যোৱা চাৰি দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পল্লা নৈৰ বাঢ়নী পানীয়ে যোৱা নিশাৰে পৰা শুকমানাহ, মাজগাঁও আৰু গলিয়া গাঁও পঞ্চায়ত এলেকাৰ ন ন ঠাই বুৰাই পেলোৱাত বৃহত্তৰ অঞ্চলটোৰ কেবাটাও চুবাৰ অন্য ঠাইৰ লগত যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে।

উক্ত অঞ্চলৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ পানীত বুৰ যোৱাত আশ্ৰয়ৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বানত কালঝাৰ-গুৱাগাছা গুৰুত্বপূৰ্ণ পথটো শুকমানাহ এলেকাত সম্পূৰ্ণৰূপে বুৰ গৈছে। উক্ত পথটিৰ গোহাঞি কমল আলিত কেইবা মিটাৰ অংশ পল্লা নৈৰ বাঢ়নী পানীয়ে বুৰাই শুকমানাহ, নমাটি, আনন্দপুৰকে ধৰি বিস্তীৰ্ণ এলেকা প্লাৱিত কৰিছে।

এই অঞ্চলটোৰ ভৱানীপুৰ সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিকে ধৰি প্ৰায় বোৰ বাট পথৰ লগতে শুকমানাহ বজাৰ খনো পানীত বুৰ গৈ আছে।ইপিনে, পল্লা নৈৰ বাঢ়নী পানীয়ে মাজগাঁও আৰু ভালাগুৰি অঞ্চলৰো কে’বাখনো গাঁও জলমগ্ন কৰিছে। অঞ্চলটোৰ ভালেকেইটা বাট পথ বুৰ গৈছে ৷

মাজগাঁও-ৰৌমাৰী পথটোৰ মাজগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত পল্লা নৈৰ বাঢ়নী পানীয়ে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। মাজগাঁও, শুকমানাহ অঞ্চলৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত আশ্ৰয়ৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভালেকেইটা দৰিদ্ৰ পৰিয়ালে যোৱা নিশাৰ পৰা অনাহাৰে থাকিব লগা হৈছে। অঞ্চলটোৰ বানাক্ৰান্ত সকলৰ অৱস্থাৰ বুজ ল’বলৈ চৰকাৰী পক্ষৰ কোনো লোক নোযোৱাৰ অভিযোগ উঠিছে।

ইপিনে কে’বাদিনো ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত যোৱা নিশাৰ পৰা আকৌ পহুমাৰা নৈৰ জলপৃষ্ঠ উফন্দি উঠিছে । পহুমাৰা নৈয়ে সম্প্ৰতি ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে। নৈখনৰ বাঢ়নী পানীয়ে হাতীপতা আৰু টেঙৰিয়াপৰাৰ মথাউৰিৰ ভগ্নাংশৰে তীব্ৰ গতিত পানী সোমাই নকুছি পথাৰ, দাতিৰবড়ী, কৰাগাড়ী গাঁও, কৰাগাড়ী পথাৰ, বুঢ়ীগাঁও আদি অঞ্চল প্লাৱিত কৰে । এই অঞ্চলটোৰো বাট-পথৰ লগতে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ পানীত বুৰ যায় ৷

পহুমাৰাৰ বাঢ়নী পানীয়ে চাপাৰবড়ী-ভৱানীপুৰ সংযোগী গুৰুত্বপূৰ্ণ পথটিৰ মাধৱপুৰ আৰু তাৰিমুৰৰ কেইবাটাও অংশ ইতিমধ্যে বুৰাই পেলাইছে। এই বানত মাধৱপুৰ পাৰঘাট বজাৰৰ দোকান পোহাৰ পানীত বুৰ যায়। তদুপৰি চাপাৰবড়ী ভৱানীপুৰ সংযোগী পথৰ পহুমাৰা নৈৰ ওপৰৰ কাঠৰ দলং খনৰ জজত পানীৰ সোঁতে খুন্দিয়াই দলং খনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।

পহুমাৰা নদীৰ বাঢ়নী পানীয়ে কেন্দুগুৰি চাউলীয়াবড়ী পথৰ গহীন পাৰাত ছিগি যোৱাৰ পিচত মেধিকুছি দলোপথাৰ অঞ্চলৰ বান পৰিস্থিতি শোচনীয় হৈয়ে আছে৷ ধুমাৰকুৰ পালপাৰা, কটলা পথাৰ, ৰাজাখাট, কহৰা, বাংলীপাৰা আদি গাঁওসমূহ আজি তৃতীয় দিনাৰ বাবে পানীত বুৰ গৈ আছে। ইপিনে ৰূপহী নৈৰ পানী আজি পুৱাৰ ভাগত কিছু কমিছিল যদিও দিনটো পৰি থকা মূষলধাৰ বৰষুণৰ বাবে বিয়লিৰ পৰা পুণৰ জটিল ৰূপ ধাৰণ কৰিছে।

ইয়াৰ ফলত ধুমাৰপথাৰ গাঁও পঞ্চায়ত এলেকাৰ বহুকেইখন গাঁও জলমগ্ন হৈ আছে৷ উল্লেখযোগ্য যে বজালীৰ বানাক্ৰান্ত সকলক বানৰ কবলৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ প্ৰশাসনে এন ডি আৰ এফৰ জোৱান নিয়োগ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam FloodbakshaFlood
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d