Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এইবাৰ কংগনাৰ লক্ষ্য আদিত্য থাকৰে

publisher by publisher
August 6, 2020
in India, News
Reading Time: 1 min read
0
এইবাৰ বান্দ্ৰা আৰক্ষীৰ জেৰাৰ সন্মুখীন কংগনা ৰানাউটঃ কিন্তু কিয়?
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আদিত্য থাকৰেই নিজৰ নাম সাঙুৰ খোৱাৰ লগে লগে সকলো অভিযোগ নসাৎ কৰি কয় যে এই সমগ্ৰ ঘটনাটো কূটিল ৰাজনৈতিক মেৰপাকত সোমাই পৰিছে ৷ লগতে আদিত্য থাকৰেৰেই কয় যে এই সমগ্ৰ ঘটনাটোত তেওঁৰ পৰিয়ালটোৰ নাম অনৰ্থকভাৱে সাঙুৰি অনা হৈছে ৷

ADVERTISEMENT

কিন্তু আদিত্য থাকৰেৰে এই প্ৰতিক্ৰিয়া শুনি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত অত্যন্ত সক্ৰিয় হৈ থকা কংগনা ৰানাউটেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷কংগনাৰ ৰনাউটৰ টীমে টুইটাৰ যোগে প্ৰকাশ কৰিছে “চাওঁক ৷ কূটিল ৰাজনীতিৰ কথা কোনে কৈছে ৷ আপোনাৰ পিতৃয়ে মুখ্যমন্ত্ৰীৰ আসনখন কেনেকৈ লাভ কৰিলে? আপোনালোক সকলোৱেই কূটিল ৰাজনীতিৰ একো একোজন গুৰু ৷ সকলো পাহৰি যাওঁক আৰু নিজৰ পিতৃৰ পৰা এই সাতটা প্ৰশ্নৰ উত্তৰ লৈ আহক ।” এনেদৰে কংগনাই সাতটা প্ৰশ্ন কৰে আদিত্য থাকৰেক ৷

১. ৰিয়া ক’ত আছে ?

২. মুম্বাইৰ পুলিছে সুশান্তৰ মৃত্যুক লৈ এফআইআৰ কিয় দাখিল কৰা নাই ?

৩. ফ্ৰেব্ৰুৱাৰীত যেতিয়া সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে পুলিচক পুত্ৰৰ জীৱন বিপদত পৰিছে বুলি জনাইছিল যদিও মুম্বাইৰ পুলিচে কিয় সুশান্তৰ মৃত্যুৰ দিনাই এই ঘটনা আত্মহত্যাৰ নাম দিলে?

৪. আমাৰ লগত ফৰেণছিক বিশেষজ্ঞ বা সুশান্তৰ ফোনৰ ডাটা কিয় নাই? ইয়াৰ দ্বাৰা প্ৰমাণ হ’ব যে মৃত্যুৰ এসপ্তাহ পূৰ্বে অভিনেতাজনে কাৰ কাৰ লগত কথা পাতিছিল ৷

৫. সকলো জানি শুনিও কিয় আইপিএছ বিনয় তিৱাৰীক জোৰ জুলুমকৈ কোৱাৰেন্টাইন কৰা হ’ল?

৬. চিবিআইৰ তদন্তলৈ কিয় সকলোৱে ভয় কৰি আছে ৷

৭. ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ লোকে সুশান্তৰ টকা পইচা কিয় লুটিলে?

উল্লেখযোগ্য যে কেইদিন পূৰ্বে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পুত্ৰ আদিত্য থাকৰেই টুইটাৰ যোগে কয় “সুশান্তৰ মৃত্যুৰ লগত থাকৰে পৰিয়ালৰ কোনো ধৰণৰ সম্পৰ্ক নাই । মানুহে আমাৰ পৰিয়াললৈ মিছা অভিযোগৰ আঙুলি টুৱাইছে ।জানি-বুজিয়ে এইদৰে মিছা অপবাদ জাপি দিছে’ ৷ লগতে তেওঁ কয়, ‘বলীউড মুম্বাইৰ এটা মহত্বপূৰ্ণ অংশ । বহুত লোকৰে জীৱন ইয়াৰ ওপৰত নিৰ্ভৰ কৰে ।

হয় ,বলীউডৰ বহু লোকৰে লগত মোৰ সম্পৰ্ক আছে ।কিন্ত সেয়া কোনো অপৰাধ নহয় । সুশান্তৰ মৃত্যু ঘটনা বহুত দুখজনক । মুম্বাই আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে আৰু এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰক্ষীৰ সমগ্ৰ দেশতে নাম আছে ।’

ইপিনে সুশান্তৰ আত্মহত্যাৰ এমাহ পাৰ হ’ল যদিও দোষীক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত অব্যাহত ৰাখিছে । সুশান্তৰ পিতৃয়ে পাটনা আৰক্ষীক ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে লিখিত ভাৱে অভিযোগ দাখিল কৰিছে । এই ঘটনাৰ তদন্তত বিহাৰ আৰক্ষীৰ উচ্চপদস্ত বিষয়া মুম্বাইলৈ ৰাওনা হৈছিল যদিও মুম্বাই আৰক্ষীয়ে কোনো ধৰণৰ সহযোগিতা আগনবঢ়ালে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aaditya ThackerayBOLLYWOODKangana RanautSushant Singh Rajput
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d