Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মুখ্যমন্ত্ৰীসহ ২৫ বিধায়কৰ সমষ্টি সলনিৰ ইংগিত

publisher by publisher
August 6, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
প্ৰসংগঃ কৰ’না ভাইৰাছ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

আঠমাহ পাছত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ তাৰ বাবে বহু আগৰে পৰা প্ৰস্তুতি আৰম্ভ কৰা বিজেপিত এইবাৰ তৎপৰতা চলিছে সমষ্টিৰ সাল-সলনিত ৷ এনে সাল-সলনিৰ আওতাত নিজৰ একাংশ বিধায়কৰ উপৰি মিত্ৰদলৰ বিধায়কো আছে । বিশেষকৈ অগপৰ লগত এইবাৰ কে’বাটাও সমষ্টি সাল সলনি কৰিব বিজেপিয়ে । এই ক্ষেত্ৰত অগপই যাতে শেষ মুহুৰ্তত পিছ হুহুঁকিব নোৱাৰে তাৰ বাবে মিত্ৰ দলটোৰ লগত কথা বতৰাও আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৷

ADVERTISEMENT

ইপিনে বিজেপিৰো কে’বাজনো বিধায়কৰ সমষ্টিৰ সালসলনিৰ ইংগিত দিয়া হৈছে ৷ ৰাজ্যিক বিজেপিয়ে শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি অগপৰ লগত বিজেপিয়ে কমেও পাঁচটা সমষ্টি সলনা সলনি কৰাৰ স্থিতিত আছে । আনকি প্ৰয়োজন সাপেক্ষে অগপক কম আসন এৰি দিয়াৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

আনহাতে বিজেপিত কমেও ২৫ টা সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ আৰু বৰ্তমানৰ বিধায়কৰ সমষ্টি সালসলনিৰ চিন্তা চৰ্চা চলিছে ৷ বিধায়কসকলৰ সমষ্টিৰ পৰা সংগ্ৰহ কৰা ৰিপৰ্ট কাৰ্ড, ২০১৬ তকৈ অধিক সমষ্টি দখলৰ লক্ষ্য ৷ সমষ্টিৰ কাম কাজত বিধায়কৰ ব্যৰ্থতা সাম্ভাৱ্য প্ৰাৰ্থীৰ অভাৱ আদি দিশবোৰৰ বিবেচনাৰ ভিত্তিত গ্ৰহণ কৰা হৈছে এনে তৎপৰতা ।

উল্লেখযোগ্য যে পৰৱৰ্তী চৰকাৰো গঠনৰ উদ্দেশ্য মিত্ৰদলৰে মিলি বিজেপিয়ে এইবাৰ এশটা সমষ্টি দখলৰ লক্ষ্য লৈছে ৷ অৱশ্যে এনে লক্ষ্য গ্ৰহণ কৰিলেও বিজেপিৰ নেতৃত্বই ভালদৰে জানে যে এয়া মুখৰ কথা নহয় । এশটাক লক্ষ্য কৰি ল’লহে মিত্ৰজোঁট মসৃণভাৱে চৰকাৰ গঠন কৰিব পৰা মেজিক নম্বৰ ৬৪ লাভ কৰাটো সম্ভৱ হ’ব ।

তদুপৰি বিজেপিৰ নিজাববীয়াকৈ কমেও ৬০ ৰ পৰা ৬৫ টা সমষ্টি দখলৰ লক্ষ্য আছে । মিত্ৰদলে বিভিন্ন সময়ত দি থকা চাপ অৰ্থহীন কৰাৰ বাবেই নিজৰ দখলত থকা সমষ্টিৰ সংখ্যা বৃদ্ধিত দলটোৱে জোৰ দিছে ৷ এই অংকৰ বাবেই সমষ্টি সাল-সলনৰি হিচাপ নিকাচ কৰা হৈছে ৷

ইপিনে প্ৰাৰ্থী সলনি অথবা সালসলনি কৰিব বিচৰা সমষ্টিৰ ভিতৰত আছে উদাৰবন্দ, কাটিগড়া, বৰখলা, হাফলং, পলাশবাৰী, দিছপুৰ, পূব গুৱাহাটী, নলবাৰী, বিশ্বনাথ, ৰহা, লামডিং আৰু ডিব্ৰুগড় ৷ তদুপৰি প্ৰাৰ্থী সলনি হোৱাৰ সম্ভাৱনা আছে মাজুলীৰো ৷ উল্লেখযোগ্য যে সমষ্টিটোক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলী এৰি ডিব্ৰুগড়ৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বীতাৰ বাবে আগ্ৰহী বুলি দলীয় সূত্ৰত প্ৰকাশ ।

এই প্ৰসংগতে দলৰ জ্যেষ্ঠ আন এক নেতাই জনায় যে বৰাক, পূব অসম আৰু উত্তৰ অসমৰ সমষ্টিবোৰক লৈ বিজেপিয়ে নতুন ধৰণৰ ৰণনীতি প্ৰস্তুতৰ দিশত আগবাঢ়িছে ৷ কাৰণ এই সমষ্টিকেইটাই চৰকাৰ গঠনত মূল ভূমিকা লয় ৷ সেয়েহে এই সমষ্টিবোৰৰ সাংগঠনিক দিশতো ৰাজ্যিক বিজেপিয়ে সৰ্বস্ব উজাৰি কাম অব্যাহত ৰাখিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBJP
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d