আগলাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী আৰু তেওঁৰ পৰিয়াল আক্ৰান্ত হৈছে কৰ’নাত ৷
ADVERTISEMENT
কৰ’নাত আক্ৰান্ত হৈছে পুত্ৰ চাদিক আহমেদ চৌধুৰী ৷
পত্নী চায়েৰা বেগম চৌধুৰী ,
গাড়ীচালক আশ্বৰফ আলি মজুমদাৰ আৰু ওইড আলি বৰভূঞাৰ লগতে চামচুল উদ্দিন চৌধুৰী আৰু নিজম উদ্দিন চৌধুৰী ।