- পুৱাই অসমত ভূমিকম্পৰ জোকাৰণি ৷
- ভূমিমকম্পই জোকাৰিলে অসমৰ শোণিতপুৰ জিলাক ৷
- ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৫ ৷
- ভূমিকম্পৰ ফলত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ।
ADVERTISEMENT
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.