Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সাম্প্ৰদায়িকতাই চুব নোৱাৰে বছিৰ,বাবুল খানহতঁক

publisher by publisher
August 8, 2020
in India, News, Tourism
Reading Time: 1 min read
0
দবা শংখৰ ধ্বনিৰে মুখৰিত অযোধ্যা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

উপাৰ্জনৰ তৃতীয় স্থানত অযোধ্যাৰ ৰাম মন্দিৰ, তালিকাত শীৰ্ষত কোন মন্দিৰ?

ৰামমন্দিৰত ধ্বজা উত্তোলন প্রধানমন্ত্রীৰ

দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

অযোধ্যাৰ ৰাম মন্দিৰক লৈ বিভিন্ন গুণাগথা চলিছে ।ইয়াৰ মাজত অযোধ্যাত এখন সৰু জোতাৰ দোকান দি ব্যৱসায় কৰি থকা ৬১ বছৰীয়া বছিৰ আহমেদে ৰাম মন্দিৰৰ সন্দৰ্ভত নিজৰ ভাব ব্যক্ত কৰিছে ৷অযোধ্যাৰ বাবু বজাৰত অৱস্থিত তথা ৰাম মন্দিৰৰ স্থানৰ পৰা ৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত বছিৰৰ দোকান খন বাঁহ,কাঠেৰে নিৰ্মিত ৷ ৰাম মন্দিৰৰ নিৰ্মাণৰ সপোন দেখা বছিৰে কয় “ৰাম মন্দিৰ নিৰ্মাণৰ সপোনৰ লগতে ইয়াৰ পৰ্যটন ক্ষেত্ৰলৈও পৰিৱৰ্তন আহিব ৷ লগতে ইয়াৰ অন্যান্য ব্যৱসায়ীসকলৰ লগতে মুছলমান ব্যৱসায়ীসকলৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিব ৷”

ADVERTISEMENT

অযোধ্যাৰ সহজ সৰল বছিৰৰ মনত নাই কোনো সাম্প্ৰদায়িকতাৰ কোনো বীজ। অযোধ্যাৰ অন্যান্য লোকসকলৰ দৰে বছিৰ সপোন জৰিত হৈ আছে ৰাম মন্দিৰ নিৰ্মাণৰ লগত ৷কিন্তু কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া তলাবন্ধই সকলো ওলট পালট কৰি দিলে ৷ বছিৰ দোকানৰ ব্যৱসায় ইমানেই বেয়াৰ ফালে গতি কৰিলে যে তেওঁৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা পুত্ৰই সম্প্ৰতি শিক্ষা শেষ কৰিবলৈ মন মেলিছে ৷

ইফালে পাঁচ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ৰাম মন্দিৰে অযোধ্যাৰ আৰ্থিক ক্ষেত্ৰত লক্ষ্যণীয়ভাৱে পৰিৱৰ্তন আনিব ৷ এই সন্দৰ্ভত বছিৰে কয় যে এইয়া বহুত সুখৰ কথা যে প্ৰধানমন্ত্ৰী অযোধ্যালৈ আহি সকলোকে আত্মনিৰ্ভৰশীল হ’বলৈ উদগনি দিছে ৷অযোধ্যাৰ দৰে এখন নগৰত সৰু সৰু ব্যৱসায়ীসকলৰ মাজত দিয়া মোদীৰ এটা এটা শব্দ জীৱনৰেখাতকৈ কোনো গুণে কম নহয়।

আনহাতে অযোধ্যাৰ আন এজন ব্যৱসায়ী বাবুল খানৰ মতে অযোধ্যাৰ সকলোৱে ২০১৯ ত উচ্চতম ন্যায়ালয়ে দিয়া আদেশক স্বাগতম জনাইছে ৷ যিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে পথ প্ৰশস্ত কৰিছিল ৷”আমি সদায় অযোধ্যাক শান্তি আৰু প্ৰগতিৰ চহৰ বুলি মানি আহিছো ৷এই মন্তব্য বাবুল খানৰ ৷অৱশ্যে বাবুল খানে অযোধ্যাৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত সমৃদ্ধি আৰু আশা এতিয়াও দেখা নাই বুলি কয় ৷ কাৰণ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই নমাহ অতিক্ৰম কৰিলেও বাবুল খানহতঁৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন অহা নাই ।

ইফালে তলাবন্ধই সৰু সৰু ব্যৱসায়ীসকলৰ ব্যৱসায়ক একেবাৰে শোচনীয়তাৰ খালে লৈ গৈছে। সম্প্ৰতি পথৰ পুনৰ মেৰামতিৰ কাৰণে দোকানসমূহক উচ্ছেদ কৰিলে অযোধ্যাৰ সেই ব্যৱসায়ীসকলৰ ব্যৱসায় পুনৰ এবাৰ ক্ষতি হোৱাৰ আশংকা কৰিছে তেওঁলোকে । বাবুলৰ মতে অযোধ্যাৰ সংবাদকৰ্মীসকলেও স্থানীয় ব্যৱসায়ীসকলৰ সমস্যাক লৈ কোনো প্ৰতিক্ৰিয়া নেদেখায় ৷তেওঁলোকে কেৱল মন্দিৰক লৈয়ে ব্যস্ত থাকে ৷

উল্লেখযোগ্য যে এইয়া কেৱল বছিৰ বা বাবুল খানৰ মনৰ কথা নহয় ।এইয়া অযোধ্যাত ৰাম মন্দিৰৰ আশে পাশে থকা প্ৰত্যেকজন সৰু সৰু ব্যৱসায়ীৰ মনৰ কথা ৷জাতি ধৰ্ম,বৰ্ণ অথবা সাম্প্ৰদায়িকতা পাহৰি অযোধ্যাত একোখনকৈ সৰু ব্যৱসায়িক প্ৰতিষ্ঠান দি দুবেলা দুমুঠি যোগোৱা এই সকল লোকে আশা কৰিছে অনতিপলমে নিৰ্মাণ হওক ৰাম মন্দিৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AyodhyaRam MandirSupreme Court of India
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d